Bcb Care Hospital

Bcb Care Hospital Trusted Advanced Healthcare
24×7 Emergency | Expert Doctors
Call : +91 7086530799

জীৱন বচোৱাৰ বিশ্বাসযোগ্য নাম — BCB Care Hospital আধুনিক ICU & Critical Care সুবিধাৰে ২৪×৭ উন্নত চিকিৎসা আৰু যত্ন।অভিজ্ঞ ...
21/05/2026

জীৱন বচোৱাৰ বিশ্বাসযোগ্য নাম — BCB Care Hospital

আধুনিক ICU & Critical Care সুবিধাৰে ২৪×৭ উন্নত চিকিৎসা আৰু যত্ন।
অভিজ্ঞ চিকিৎসক টীম সদায় আপোনাৰ কাষত।

📍 Natun Nagar, Dhemaji
📞 70865 30799 / 70023 67784

19/05/2026

আমাৰ আৰক্ষীসকল — আমাৰ নিৰাপত্তাৰ নীৰৱ প্ৰহৰী।
নিজৰ সুখ-শান্তি বিসৰ্জন দি যিসকলে দিন-ৰাতি আমাক সুৰক্ষা দিয়ে, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লোৱাটোও আমাৰ দায়িত্ব।

১৭ মে’ World Hypertension Day উপলক্ষে BCB Care Hospital ৰ উদ্যোগত ধেমাজি সদৰ আৰক্ষী থানাত আয়োজন কৰা হৈছিল এক বিনামূলীয়া BP আৰু চুগাৰ পৰীক্ষা শিবিৰ।

আহক, আমাক সুৰক্ষা দিয়া এই প্ৰকৃত নায়কসকলৰ স্বাস্থ্যৰ প্ৰতিও যত্ন লওঁ।
কাৰণ তেওঁলোক সুস্থ থাকিলেহে, সুৰক্ষিত থাকিব আমাৰ আপোন ধেমাজি।

14/05/2026

“হৃদৰোগ মানেই জীৱন থমকি যোৱা নহয়…”
সঠিক সময়ত সঠিক চিকিৎসাই পুনৰ দিব পাৰে সুস্থ জীৱনৰ আশা।
এতিয়া উন্নত হৃদৰোগ চিকিৎসা আৰু অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শৰ সৈতে আপোনাৰ কাষত আছে BCB CARE Hospital, ধেমাজি।

বুকুৰ বিষ, উশাহ লোৱাত কষ্ট, High BP বা হৃদস্পন্দনত সমস্যা অনুভৱ কৰিছে নেকি?
অৱহেলা নকৰিব — আজিয়েই বিশেষজ্ঞৰ পৰামৰ্শ লওক।

BCB CARE Hospital, ধেমাজি
নিজৰ নাম পঞ্জীয়ন কৰিবলৈ এতিয়াই যোগাযোগ কৰক।
(7086530799)

স্বাস্থ্যক লৈ অৱহেলা নহয়, সময়তে সঠিক চিকিৎসাই হ’ল সুস্থ জীৱনৰ চাবিকাঠি। জ্বৰ, ডায়েবেটিছ, পেটৰ সমস্যা বা আন যিকোনো শাৰীৰি...
13/05/2026

স্বাস্থ্যক লৈ অৱহেলা নহয়, সময়তে সঠিক চিকিৎসাই হ’ল সুস্থ জীৱনৰ চাবিকাঠি।
জ্বৰ, ডায়েবেটিছ, পেটৰ সমস্যা বা আন যিকোনো শাৰীৰিক অসুবিধাৰ বাবে BCB Care Hospital ৰ মেডিচিন বিভাগ সদায় আপোনাৰ লগত আছে। অভিজ্ঞ চিকিৎসক দল আৰু উন্নত চিকিৎসা সুবিধাৰে আপোনাৰ সুস্থতাৰ দায়িত্ব আমাৰ।
আজিয়েই পৰামৰ্শ লওক।

Appointment & Enquiry: 70865 30799 / 70023 67784

আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ আন্তৰিক শুভেচ্ছা
12/05/2026

আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ আন্তৰিক শুভেচ্ছা

শুভ মাতৃ দিৱস
09/05/2026

শুভ মাতৃ দিৱস

ধেমাজি জিলাৰ অগ্ৰণী স্বাস্থ্য প্ৰতিষ্ঠান BCB Care Hospital ত Dhemaji District Fire & Emergency Services ৰ উদ্যোগত এটা অগ...
06/05/2026

ধেমাজি জিলাৰ অগ্ৰণী স্বাস্থ্য প্ৰতিষ্ঠান BCB Care Hospital ত Dhemaji District Fire & Emergency Services ৰ উদ্যোগত এটা অগ্নিনিৰ্বাপক প্ৰস্তুতি অনুশীলন সফলভাৱে অনুষ্ঠিত কৰা হয়। এই অনুশীলনৰ মূল উদ্দেশ্য আছিল হস্পিটেলৰ কৰ্মচাৰীসকলক অগ্নিকাণ্ডৰ সময়ত কেনেকৈ সঠিকভাৱে আৰু দ্ৰুতভাৱে প্ৰতিক্ৰিয়া জনাব লাগে সেই বিষয়ে সজাগ কৰা।
অনুষ্ঠানটোত অগ্নিনিৰ্বাপক বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে অগ্নিকাণ্ডৰ কাৰণ, সাৱধানতা ব্যৱস্থা আৰু অগ্নি নিয়ন্ত্ৰণৰ বিভিন্ন পদ্ধতিৰ বিষয়ে বিস্তৃতভাৱে বৰ্ণনা আগবঢ়ায়। তেওঁলোকে অগ্নিনিৰ্বাপক যন্ত্ৰ ব্যৱহাৰৰ প্ৰায়োগিক প্ৰদৰ্শনো কৰে আৰু জৰুৰী অৱস্থাত ৰোগী আৰু কৰ্মচাৰীসকলক কেনেকৈ সুৰক্ষিতভাৱে স্থানান্তৰ কৰিব লাগে তাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে।
হস্পিটেলৰ চিকিৎসক, নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰীসকলে এই অনুশীলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু প্ৰশিক্ষণৰ পৰা বহুতো প্ৰয়োজনীয় জ্ঞান লাভ কৰে। এই ধৰণৰ অনুশীলনে ভবিষ্যতে সম্ভাৱ্য জৰুৰী অৱস্থাৰ বাবে সাজু থাকিবলৈ সহায় কৰে বুলি মত প্ৰকাশ কৰা হয়।
শেষত, সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জ্ঞাপন কৰা হয় আৰু এনে ধৰণৰ সজাগতা কাৰ্যসূচী
নিয়মীয়াকৈ অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

BCB Care Hospital, BCB Care Hospital Dhemaji, hospital in Dhemaji Assam, best hospital Dhemaji, Assam healthcare hospital, 24x7 hospital Dhemaji, emergency hospital Dhemaji, Ayushman Bharat hospital Dhemaji, PMJAY hospital Assam, affordable hospital Dhemaji, private hospital Assam, maternity hospital Dhemaji,

03/05/2026

ধেমাজিৰ মানুহবোৰ সঁচাকৈয়ে বৰ সহজ সৰল আৰু কৃতজ্ঞ
ধেমাজিৰ প্ৰথমজন শল্য চিকিৎসক ডা. পূৰ্ণকান্ত বৰুৱাই বৰ্ণনা কৰিলে মানুহবোৰৰ সৰলতাৰ কাহিনী।
ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁক |

📞 Contact Now: 70865 30799

BCB Care Hospital, BCB hospital podcast, healthcare podcast India, doctor talk podcast, medical awareness reel, health tips podcast, hospital podcast reel, patient care discussion, expert doctor advice, wellness podcast India, hospital interview reel, healthcare awareness content, Assam hospital podcast, medical reel content, health education podcast, doctor podcast clips, treatment awareness reel, hospital services podcast, healthcare reels India, medical storytelling podcast

মাগুৰ মাছ — দ্ৰুত আৰোগ্যৰ থলুৱা চাবিকাঠি! অস্ত্ৰোপচাৰৰ পাছত শৰীৰক দিয়ক সঠিক শক্তি।প্ৰ'টিনেৰে ভৰপূৰ মাগুৰ মাছে শৰীৰক ভিত...
27/04/2026

মাগুৰ মাছ — দ্ৰুত আৰোগ্যৰ থলুৱা চাবিকাঠি!
অস্ত্ৰোপচাৰৰ পাছত শৰীৰক দিয়ক সঠিক শক্তি।
প্ৰ'টিনেৰে ভৰপূৰ মাগুৰ মাছে শৰীৰক ভিতৰৰ পৰা সুস্থ কৰি তোলে।
BCB Care Hospital ত আধুনিক চিকিৎসাৰ লগতে আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ যত্ন লোৱা হয়।

PostSurgeryRecovery, HealthyRecovery, TraditionalFood, LocalWisdom, NutritiousFood, QuickRecovery, HealthCare, StayHealthy, SurgeryRecovery, ProteinFood, HealFaster, AssameseFood, NatunNagar

Address

Natun Nagar, Dhemaji
Assam
787057

Alerts

Be the first to know and let us send you an email when Bcb Care Hospital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category