03/07/2025
গোৱালপাৰাত পংকজ পাঠক কিয় কাণত ধৰিব লগা হৈছে?? আচলতে ঘটনাটো হৈছিল কি??
গোৱালপাৰাত পংকজ পাঠক কিয় কাণত ধৰিব লগা হৈছে??
আচলতে ঘটনাটো হৈছিল কি??
গোৱালপাৰাত পংকজ পাঠকৰ গুণ্ডাগিৰি। তপা মূৰৰ চিকিৎসা কৰিবলৈ আহি আক্ৰমণ কৰিলে গোৱালপাৰাৰ বিহু ফিল্ডৰ অৱসৰপ্ৰাপ্ত শিক্ষক তপন চক্ৰৱৰ্তীক। আক্রমনত ৰক্তাক্ত হৈ পৰে অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকী। লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে।