K.K সৰ্থেবাৰী চকু চিকিৎসালয়

  • Home
  • India
  • Barpeta
  • K.K সৰ্থেবাৰী চকু চিকিৎসালয়

K.K সৰ্থেবাৰী চকু চিকিৎসালয় � OUR MISSION IS YOUR VISION �

29/11/2025
29/11/2025

DO WHATSAPP 9435156522

মালিচ কৰা চকী খনত মালিচ লবলৈ আহিলে ফটো উঠা বা ভিডিও বনোৱাটো বাধ্যতামূলক নহয় ৷ যিসকলে মনৰ ইচ্ছা প্ৰকাশ কৰে ,অকল সেই সকল শ...
29/11/2025

মালিচ কৰা চকী খনত মালিচ লবলৈ আহিলে ফটো উঠা বা ভিডিও বনোৱাটো বাধ্যতামূলক নহয় ৷ যিসকলে মনৰ ইচ্ছা প্ৰকাশ কৰে ,অকল সেই সকল শুভাকাংক্ষীৰহে ফটো বা ভিডিও লোৱা হয় ৷৷ ধন্যবাদ
আমাৰ WHATSAPP NUMBER-9435156522

BOOKING YOUR APPOINTMENT THROUGH WHATSAPP 094351 56522
21/11/2025

BOOKING YOUR APPOINTMENT THROUGH WHATSAPP
094351 56522

18/11/2025

আমাৰ আন এগৰাকী শুভাকাংক্ষী মাননীয় জিতু মনি বৰ্মন । এখেত নিজৰ বৃত্তিৰ বাবে দিনৰ দিনটো বাইক চলাই ঘুৰি ফুৰিব লগিয়া হোৱা বাবে দেহটোত কিছু বিষ অনুভৱ কৰিছিলে , আমাৰ ওচৰত আহি এখেতে আমাৰ MASSAGE CHAIR ত MASSAGE লৈ নিজৰ অনুভৱ খিনি এইদৰেই ব্যক্ত কৰিছে ।। আপোনাক ধন্যবাদ জনালো ।।।।।

17/11/2025

প্ৰতিজন শুভাকাংক্ষী ৰ ভাল বেয়া অনুভৱৰ ওপৰত দিয়া মন্তব্যবোৰ আমাৰ বাবে আশীৰ্বাদ ।

16/11/2025

এখেত মাননীয় সোনাৰাম ডেকা , আমাৰ আন এগৰাকী ভাল শুভাকাংক্ষী, দেহত কিমান আৰাম অনুভৱ কৰিছে আমাক কিছু ভংগিমাৰে বুজাই দিলে । ধন্যবাদ জনালো আপোনাক ।।।।।।।

16/11/2025

I want to give a huge shout-out to my top Stars senders. Thank you for all the support!

Subrat KR Deka

চিন্তাৰ কাৰণ নায়,‌আমি সকলোৰে ভিডিও নবনাও, MASSAGE CHAIR ত MASSAGE লবলৈ অহা শুভাকাংক্ষী সকলৰ ভিডিও বনোৱাতকৈ নবনোৱা শুভাক...
15/11/2025

চিন্তাৰ কাৰণ নায়,‌আমি সকলোৰে ভিডিও নবনাও, MASSAGE CHAIR ত MASSAGE লবলৈ অহা শুভাকাংক্ষী সকলৰ ভিডিও বনোৱাতকৈ নবনোৱা শুভাকাংক্ষীৰ সংখ্যা অধিক গুণেই বেছি হব । আমি যিসকল শুভাকাংক্ষী আমাৰ ওচৰলৈ মালিচ লবলৈ আসে তেখেত সকলৰ পৰা অনুমতি লৈ হে ভিডিও বোৰ বনাও । কাৰোবাৰ অনুমতি অবিহনে আমি কেতিয়াও কাৰো ভিডিও নবনাও আৰু ফেচবুকত নিদিও । ধন্যবাদ

Address

Barpeta
781307

Opening Hours

Monday 9am - 8pm
Tuesday 9am - 8pm
Wednesday 9am - 8pm
Thursday 9am - 8pm
Friday 9am - 8pm
Saturday 9am - 8pm
Sunday 9am - 8pm

Telephone

+919435156522

Alerts

Be the first to know and let us send you an email when K.K সৰ্থেবাৰী চকু চিকিৎসালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to K.K সৰ্থেবাৰী চকু চিকিৎসালয়:

Share