04/04/2026
ৰাষ্ট্ৰীয় সংবাদ মাধ্যম IANS-ৰ সৈতে সাক্ষাৎকাৰ
এই সাক্ষাৎকাৰত বঙাইগাঁও বিধানসভা সমষ্টি আৰু অভয়াপুৰী বিধানসভা সমষ্টি সম্পৰ্কে মোৰ দৃষ্টিভংগী প্ৰকাশ কৰিলোঁ। এই দুয়োটা সমষ্টিত জনসাধাৰণৰ মাজত উন্নয়নৰ প্ৰতি বিশ্বাস আৰু সমৰ্থন স্পষ্টভাৱে দেখা গৈছে। মোৰ দৃঢ় বিশ্বাস যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে নিশ্চিতভাৱে বিজয় লাভ কৰিব।
Himanta Biswa Sarma Dilip Saikia BJP Assam Pradesh