M/s Ayaan Medical Hall, Dalgaon

  • Home
  • M/s Ayaan Medical Hall, Dalgaon

M/s Ayaan Medical Hall, Dalgaon You can visit Doctor every Sunday and Thursday between 2pm to 4pm. Also Test BP, Blood Sugar, Weight.

ৰোগীসকল অসহায়, মূৰ পাতি লবলৈ বাধ্য।
11/04/2025

ৰোগীসকল অসহায়, মূৰ পাতি লবলৈ বাধ্য।

Mi lifestyle pvt Ltd company, 100% result.Join and earn huge money 💰💰
16/12/2024

Mi lifestyle pvt Ltd company, 100% result.
Join and earn huge money 💰💰

👉আইৰণ চিৰাপ, 👉চিকিৎসকৰ পৰামৰ্শত সেৱন কৰক।
03/12/2024

👉আইৰণ চিৰাপ,
👉চিকিৎসকৰ পৰামৰ্শত সেৱন কৰক।

AI photo of AMH
27/11/2024

AI photo of AMH

নেপালৰ চকু বিশেষজ্ঞ ডাঃ নাগেন্দ্ৰা যাদৱৰ লগত আমাৰ ঘৰত।
24/11/2024

নেপালৰ চকু বিশেষজ্ঞ ডাঃ নাগেন্দ্ৰা যাদৱৰ লগত আমাৰ ঘৰত।

পেট উৰুৰ ফটা দাগ নাইকিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয়।
20/11/2024

পেট উৰুৰ ফটা দাগ নাইকিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয়।

মহিলাসকলৰ বাবে ভাল খবৰ। 🤗🤗এতিয়া বুৰিগাওঁৰ DEW CARE HOSPITAL ত লগ পাব ডঃ প্ৰিয়দৰ্শিনী বাইদেউক।
18/11/2024

মহিলাসকলৰ বাবে ভাল খবৰ। 🤗🤗

এতিয়া বুৰিগাওঁৰ DEW CARE HOSPITAL ত
লগ পাব ডঃ প্ৰিয়দৰ্শিনী বাইদেউক।

👉 আজি বিশ্ব ডায়েবেটিচ দিৱস 👇Hello Viewers, Today is World Diabetes day. Check your Blood Sugar with free of cost today....
14/11/2024

👉 আজি বিশ্ব ডায়েবেটিচ দিৱস 👇

Hello Viewers, Today is World Diabetes day. Check your Blood Sugar with free of cost today...

Follow..
• HbA1c Screening Test🩸
• In just 60 seconds ⏱️
• Face Scan using PPG Technology 📲
• Let’s beat diabetes together! 💪

Click here and Scan now - https://bit.ly/48upNYQ

Now Compulsory   at   🏥💉
13/11/2024

Now Compulsory at 🏥💉

ঠাণ্ডা আহি পালেই, এই সময়চোৱাত বেছিভাগৰে ভৰি ফাটি যায়। গতিকে ভৰি নৰম আৰু মসৃণ ৰাখিবৰ বাবে এই cream টো ব্যৱহাৰ কৰক, ১০০%...
11/11/2024

ঠাণ্ডা আহি পালেই, এই সময়চোৱাত বেছিভাগৰে ভৰি ফাটি যায়। গতিকে ভৰি নৰম আৰু মসৃণ ৰাখিবৰ বাবে এই cream টো ব্যৱহাৰ কৰক, ১০০% ভাল পাব।
আপোনাৰো ভৰি ফাটে নে?

উপদংশ (Syphilis) হৈছে এবিধ সাংঘাটিক ৰোগ যি প্ৰধানতঃ যৌন কাৰ্যকলাপ যেনে: পায়ু (A**l), মৌখিক (Oral), আৰু যোনী সম্ভোগ (Vag...
08/11/2024

উপদংশ (Syphilis) হৈছে এবিধ সাংঘাটিক ৰোগ যি প্ৰধানতঃ যৌন কাৰ্যকলাপ যেনে: পায়ু (A**l), মৌখিক (Oral), আৰু যোনী সম্ভোগ (Vaginal s*x) ৰ দ্বাৰা গোটেই দেহলৈ সিঁচৰে।

উপদংশ অধিকাংশ সম্ভোগৰ জৰিয়তে বিয়পে। সাধাৰণতে এইৰোগ চুম্বন বা নিকট শাৰিৰীক ষ্পৰ্শৰ দ্বাৰা বিয়পে।

এই ৰোগ খজুৱতিৰ পৰা বিয়পে। প্ৰায়েই সংক্ৰমিত ব্যক্তিজনে অজ্ঞাত থাকে, যাৰ ফলত নজনাকৈয়ে তেওঁ/তাইৰ সংগীলৈ বিয়পাব পাৰে। গৰ্ভৱতী মহিলাই তেওঁৰ সন্তানকো এই ৰোগ বিয়পাব পাৰে।

সংক্ৰমণৰ ৩ সপ্তাহৰ পিছত ব্যক্তিৰ স্বাভাৱিকতে গুপ্তাংগ বা মুখ গহ্বৰত সৰু, বিষ নথকা ফোঁহোৰা হ'ব পাৰে। সংক্ৰমণৰ ৬ সপ্তাহৰ পিছত ব্যক্তিয়ে হাত-ভৰিৰ আশে-পাশে গুলপীয়া খজুৱতি লক্ষ্য কৰিব পাৰে। তাৰোপৰি, তেওঁলোকে উৰু সন্ধি আৰু মুখৰ বগা অবয়বত (White patch) আচিনাই, জ্বৰ আৰু ওজন হ্ৰাস অনুভৱ কৰিব পাৰে। এই লক্ষণসমূহ চিকিৎসাৰ অবিহনে নিৰাময় হ'ব পাৰে।

চিকিৎসা নকৰিলে উপদংশৰ ফলত হৃদযন্ত্ৰ, মগজু আৰু স্নায়ু ৰোগ দেখা দিব পাৰে।

চিকিৎসকৰ ওচৰত তেজ পৰীক্ষা কৰি আপুনি উপদংশ পৰীক্ষা কৰিব পাৰে। চিকিৎসকৰ বিধানমতে উপদংশৰ পৰা আৰোগ্য পাব পাৰি। চিকিৎসা নকৰিলে স্থায়ী, গুৰুতৰ সমস্যা দেখা দিব পাৰে। যদি আপোনাৰ উপদংশ আছে বুলি সন্দেহ আছে, তেন্তে ততালিকে পৰীক্ষা কৰাওক।

Address


Opening Hours

Monday 09:00 - 21:00
Tuesday 09:00 - 21:00
Wednesday 09:00 - 21:00
Thursday 09:00 - 21:00
Friday 09:00 - 21:00
Saturday 09:00 - 21:00
Sunday 09:00 - 21:00

Telephone

9577422275

Website

Alerts

Be the first to know and let us send you an email when M/s Ayaan Medical Hall, Dalgaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Telephone
  • Opening Hours
  • Alerts
  • Claim ownership or report listing
  • Want your practice to be the top-listed Clinic?

Share