Dr. Saikat Patra

Dr. Saikat Patra Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dr. Saikat Patra, Doctor, Dibrugarh.

03/05/2025

সংবাদ মাধ্যম-- সত্যতা আৰু দায়বদ্ধতাৰ বাৰ্তাবাহক!

The Press – messengers of truth and accountability!

03/05/2025
02/05/2025
23/04/2025

পঞ্চায়তীৰাজ ব্যৱস্থাই তৃণমূল পৰ্যায়ৰপৰাই ৰাজ্য তথা দেশক শক্তিশালী কৰে। শক্তিশালী আৰু সমৃদ্ধিশালী পঞ্চায়ত গঢ়াৰ দিশত ৰাইজৰ অকুণ্ঠ সঁহাৰি-সমৰ্থন আশা কৰি আজি ঢকুৱাখনাৰ বাটমাৰীত ঘিলামৰা জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰী চন্দেশ্বৰ গগৈ আৰু হাঁহি মাতমৰা জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰী প্ৰণৱ পেগুৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰোঁ।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী Narendra Modi ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত সূচনা হোৱা শক্তিশালী পঞ্চায়তীৰাজ ব্যৱস্থাক এখন বিকশিত ভাৰত গঢ়াৰ হকে সবল ৰূপত আগুৱাই নিয়াৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত বিজয়ী কৰাবলৈ ৰাইজক আহ্বান জনালোঁ।

নিৰ্বাচনী প্ৰচাৰ সভাখনত লগতে উপস্থিত থাকে ঢকুৱাখনা সমষ্টিৰ মাননীয় বিধায়ক তথা বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক উপ-সভাপতি শ্ৰী নৱ কুমাৰ দলে, বিজেপিৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি শ্ৰী স্বৰূপ কোঁৱৰ, অগপৰ ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰী তোলন কোঁৱৰ, ঢকুৱাখনা জিলা বিজেপি সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰী প্ৰদীপ চমুৱা, বিজেপি, অগপ আৰু সন্মিলিত গণশক্তি অসমৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকল।

BJP Assam Pradesh Bharatiya Janata Party (BJP)

21/04/2025

Address

Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when Dr. Saikat Patra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr. Saikat Patra:

Share

Category