AAPP:Face Of Pharmacists

AAPP:Face Of Pharmacists Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AAPP:Face Of Pharmacists, Dispur.

24/05/2025

গুৱাহাটীত ৰাজ্যিক ড্ৰাগছ পৰীক্ষণ লেব মুকলি কৰাৰ লগে লগে অসম উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত নিজা ড্ৰাগছ পৰীক্ষণ লেব থকা প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে৷

ইয়াৰ দ্বাৰা জনস্বাস্থ্যৰ সুৰক্ষা নিশ্চিতকৰণ আৰু বজাৰত সুলভভাৱে পৰিপূৰ্ণ হৈ থকা ঔষধৰ গুণগত মান নিৰ্ণয় কৰাত সুবিধা হ'ব৷ লগতে ফাৰ্মাচিউটিকেল উদ্যোগক সমৰ্থন কৰাৰ উপৰি বিভিন্ন ধৰণে লাভৱান হ'ব জনসাধাৰণ আৰু ইয়াৰ সৈতে জড়িত ব্যক্তিবিশেষ৷

Assam and North East now has its own Drugs Testing Lab with the opening of the State Drugs Testing Lab in Guwahati.

This will enable better public health safety and monitoring of medicines floating in the market, support the pharma industry and encourage better R&D.

19/04/2025

গুৱাহাটীত সংযোজিত হ'বলগীয়া এই বিশেষ আন্ত:গাঁথনিটো চিনাক্ত কৰিব পাৰিছেনে? আপোনাৰ সুবিধাৰ্থে তথ্য : ই নদীখনৰ দুই পাৰৰ মাজত ভ্ৰমণৰ সময় মাত্ৰ ১৫ মিনিটলৈ হ্ৰাস কৰিব৷

Can you identify this iconic structure coming up in Guwahati?

Hint: It will reduce travel time between the two banks to just 15 mins!!!

28/11/2024
17/11/2024

দালালি ❗❗❕ দালালি.. অসম ফাৰ্মাচী পৰিষদত GMCH ৰ pharmacist ইমটিয়াজ হক আৰু দুই ভণ্ড পালি নেতা ইকবাল হুছেইন আৰু মূচহিদ আহমেদৰ মুক্ত দালালি।।
Himanta Biswa Sarma

Address

Dispur

Website

Alerts

Be the first to know and let us send you an email when AAPP:Face Of Pharmacists posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share