Seva Bharati Purbanchal Yoga Department

Seva Bharati Purbanchal Yoga Department Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Seva Bharati Purbanchal Yoga Department, Health & Wellness Website, Madhav Smriti Bhavan, House No. 9, South By Lane Number 1, Lachit Nagar, Gauhati.

22/08/2025


Diploma in Yoga Education

21/08/2025
21/08/2025
সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু চাবুৱা বিবেকানন্দ যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত নতুন যোগ কেন্দ্ৰ উদ্বোধন---------------------...
14/08/2025

সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু চাবুৱা বিবেকানন্দ যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত নতুন যোগ কেন্দ্ৰ উদ্বোধন
------------------------------------------
#ডিব্ৰুগড়_জিলাৰ চাবুৱাত সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু চাবুৱা বিবেকানন্দ যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আজি আনুষ্ঠানিক ভাৱে এটি যোগ কেন্দ্ৰ শুভাৰম্ভ কৰা হয়।

উক্ত অনুষ্ঠানত #চাবুৱা_সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী #পুনাকন_বৰুৱা দেৱে উদ্বোধনী ভাষণ প্ৰদান কৰি নিত্য যোগ কেন্দ্ৰ হিচাপে সফলভাৱে চলাই নিবলৈ দিহা পৰামৰ্শ আৰু উৎসাহ যোগায়।

Seva Bharati Purbanchal

যোগ শিক্ষয়িত্ৰী  #হিমাদ্ৰী গগৈৰ তত্ত্বাৱধানত  #ডিব্ৰুগড়_জিলাৰ  #ঘোৰামাৰা_যোগ_কেন্দ্ৰত অনুষ্ঠিত অনুশীলনৰ কিছু মূহুৰ্ত।
13/08/2025

যোগ শিক্ষয়িত্ৰী #হিমাদ্ৰী গগৈৰ তত্ত্বাৱধানত #ডিব্ৰুগড়_জিলাৰ #ঘোৰামাৰা_যোগ_কেন্দ্ৰত অনুষ্ঠিত অনুশীলনৰ কিছু মূহুৰ্ত।

 #ডিব্ৰুগড়_জিলাৰ সেৱা ভাৰতী পূৰ্বাঞ্চলৰ  #যোগ_শিক্ষয়িত্ৰী  #হিমাদ্ৰী_গগৈৰ তত্বাৱধানত  #ফুটা_হুলা এম.ই বিদ্যালয়ৰ খেলপথ...
10/08/2025

#ডিব্ৰুগড়_জিলাৰ সেৱা ভাৰতী পূৰ্বাঞ্চলৰ #যোগ_শিক্ষয়িত্ৰী #হিমাদ্ৰী_গগৈৰ তত্বাৱধানত
#ফুটা_হুলা এম.ই বিদ্যালয়ৰ খেলপথাৰত স্থানীয় মহিলা সকলৰ বাবে বিশেষভাৱে যোগ অনুশীলন কৰোৱাৰ মূহুৰ্ত। 🙏🧘‍♀️🙏

Seva Bharati Purbanchal

 #গোলাঘাট জিলাৰ  #ৰঙাজান_চাহ বাগিচাস্থিত"   "ত সেৱা ভাৰতী পূৰ্বাঞ্চলৰ যোগ শিক্ষক  #উত্তম কুমাৰ দল'ৰ দ্বাৰা কেন্দ্ৰত থকা ...
10/08/2025

#গোলাঘাট জিলাৰ #ৰঙাজান_চাহ বাগিচাস্থিত" "ত সেৱা ভাৰতী পূৰ্বাঞ্চলৰ যোগ শিক্ষক #উত্তম কুমাৰ দল'ৰ দ্বাৰা কেন্দ্ৰত থকা লোকসকলক যোগৰ মাধ্যমে শাৰীৰিক আৰু মানসিকভাৱে কেনেকৈ সুস্থ থাকিব পাৰি তাৰে কিছু অনুশীলন কৰায়।

Seva Bharati Purbanchal
🙏🙏🙏

Address

Madhav Smriti Bhavan, House No. 9, South By Lane Number 1, Lachit Nagar
Gauhati
781007

Alerts

Be the first to know and let us send you an email when Seva Bharati Purbanchal Yoga Department posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram