Satya Sai Yoga Center SSYC

Satya Sai Yoga Center SSYC Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Satya Sai Yoga Center SSYC, Medical and health, Jyotikuchi, Dhopolia, Gauhati.

30/04/2026

Admission going on
New Batch Start from 2nd May
Rowta, Jhargaon Branch
Dist : Udalguri

যোৱা কালি ২২-০৩-২০২৬ ইং তাৰিখে হৈ যোৱা দৰং জিলাৰ Omkar yoga asosiation ৰ উদ্যোগত ৪খন জিলা (ওদালগুৰি, দৰং, নলবাৰী, আৰু কা...
23/03/2026

যোৱা কালি ২২-০৩-২০২৬ ইং তাৰিখে হৈ যোৱা দৰং জিলাৰ Omkar yoga asosiation ৰ উদ্যোগত ৪খন জিলা (ওদালগুৰি, দৰং, নলবাৰী, আৰু কামৰূপ R ) ভিত্তিক অনুষ্ঠিত হোৱা prize money compititionত আমাৰ এই কেন্দ্ৰ পৰা ৩ গৰাকী প্ৰতিনিধিয়ে প্ৰতিদ্বন্দিতা কৰি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয়।*
👉*১০-১৪ বছৰ অনুৰ্ধ্বৰ ছোৱালী শাখাত খুছিপ্ৰিয়া ডেকা প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় ।*
👉*০৪-১০ বছৰ অনুৰ্ধৰ ছোৱালী শাখাত ত্ৰীছনিতা নাথ এ পঞ্চম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় ।*
👉*০৪-১০ বছৰ অনুৰ্ধ্বৰ লৰা শাখাত সুমিত ভৌমিকে ভাল পাদৰ্শন দেখুৱাবলৈ সক্ষ্মম হয়*।
*কেন্দ্ৰ তৰফৰ পৰা তিনিও গৰাকী খেলুৱৈকে বহুত বহুত শুভেচ্ছা তথা আশীৰ্বদ জনালোঁ । লগতে আগলৈ যাতে আৰু ভাল পাদৰ্শন দেখুৱাই কেন্দ্ৰ তথা জিলাৰ নাম উজলাব বুলি আশা থাকিল ।*

ধন্যবাদ ।।

Every Saturday & Sunday at Rowta : Jhargaon...Admission going on
31/12/2025

Every Saturday & Sunday at Rowta : Jhargaon...Admission going on

International Yoga Day 21Jun 2025
24/06/2025

International Yoga Day 21Jun 2025

International Day of Yoga 2025
24/06/2025

International Day of Yoga 2025

05/05/2025

Good Evening

১২৯ বছৰীয়া যোগগুৰু পদ্মশ্ৰী স্বামী শিৱানন্দ মহাৰাজ বাবাৰ বিয়োগত মৰ্মাহত। স্বামীজী মহাৰাজৰ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰ...
04/05/2025

১২৯ বছৰীয়া যোগগুৰু পদ্মশ্ৰী স্বামী শিৱানন্দ মহাৰাজ বাবাৰ বিয়োগত মৰ্মাহত।
স্বামীজী মহাৰাজৰ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো।
ওম শান্তি : ঔম শান্তি : ঔম শান্তি : 🙏

One of the free Neuro-therapy camp at Mirza, kamrup Dist. Assam
02/05/2025

One of the free Neuro-therapy camp at Mirza, kamrup Dist. Assam

Yoga for Self and Society अंतर्राष्ट्रीय योग दिवस  "स्वयं और समाज के लिए योग" 10th International Day of Yoga 2024 collab...
22/06/2024

Yoga for Self and Society
अंतर्राष्ट्रीय योग दिवस
"स्वयं और समाज के लिए योग"
10th International Day of Yoga 2024 collaboration with Honorable governor Gulab Chand Kataria Sir ji, Cabinet minister Ajanta Neog & GMC Mayor Mrigen Sarania at Neheru Stadium, Guwahati : Assam

Hilite Builders & Developers


Our Student Yoga Demonstration at Rowta, Jhargaon, Dist: Udalguri, State : Assam
08/11/2023

Our Student Yoga Demonstration at Rowta, Jhargaon, Dist: Udalguri, State : Assam

Address

Jyotikuchi, Dhopolia
Gauhati
781040

Telephone

+918638093820

Alerts

Be the first to know and let us send you an email when Satya Sai Yoga Center SSYC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share