Good Health

Good Health Good Health, Wound Dressing, Healthy Tips, etc

15/01/2024

জীৱন গুচি যায় পৰিশ্ৰম কৰোতে
তথাপিও হব নোৱাৰে কোনোবাৰ আপোন,
পুৰুষ নামৰ প্ৰানী তাক কোৱা হয়,
যিয়ে সহজতে দেখা নাপায় সুখৰ দাপোন ।

পুৰুষ মানে টকাৰ মেচিন । ঘাম ওলাব সদায়
কৰিব পাৰিলে টকা আদায় আৰু কি লাগে ভাই।
কেতিয়াবা সফল হব বিচাৰে মাকজনীৰ বাবে,
কেতিয়াবা কথা শুনা পায় বাই আৰু ভনীৰ বাবে,
কেতিয়াবা বিৰুক্তি হবলগীয়া হয় ঘৈনিৰ বাবে,
তথাপিও সকলোকে সমান ভাবেৰে চায়
এইবোৰৰ বাবে বেছেৰাৰ জীবনৰ আধা সময় গুচি যায় ।

পুৰুষৰ হাঁহিক কেতিয়াও বিশ্বাস নকৰিবা,
সত্য জানিব পাৰিলে নিজেই ভাগৰি পৰিবা ।
কাৰন মৃত্যুৰ সমান যন্ত্ৰনা লৈও
হাঁহিমুখে দেখুৱাই যাব
তথাপিয় প্ৰকাশ নকৰে হিয়াৰ বেদনা।

সুখ বোলা বস্তুটো তেওলোকৰ জীবনত নাই
বেদনাৰ মাজৰে জীবন কটায়
তথাপিও হাৰ নামানে জীবনত ।

কোনোবাই ছোৱালী এজনী দান দিয়ে তাক
পুৰুষজন কেনেকুৱা সেইটো চাই নহয়
আয় আৰু ইনকাম কিমান তাকেহে বিবেচনা কৰি লয়।
ওখ চাপৰ ভাল বেয়া কথা নাই
যদি ধন আছে সকলোৱে মৰমতে মাতিব পুৰুষজনক
এইফালে আহা মোৰ বোপাই।

কান্দিব নোৱাৰে বেছেৰাই
কান্দিলে চকুত আহিব পানী
তাক চাই সমাজৰ বুদ্ধিজীবিয়ে পুৰুষত্তত দিব হানি।
মিছা মিছা বচনৰে তেওলোকক প্ৰেৰনা দিব
মৰদোকো দৰদ নেহি হতা বুলি কব।

(Copy)

We Provide Homecare Services...Doctor/Nurses/Technician available for Home Visit # Any Wounds Dressing...       *Orthopa...
06/01/2024

We Provide Homecare Services...

Doctor/Nurses/Technician available for Home Visit

# Any Wounds Dressing...
*Orthopaedic Surgery Cases
*Bedsore Dressing
*Diabatic Foot Dressing
*Others
# Change Colonostomy Bag
# Change/Insert Foley's Catheter
# Physiotherapy
# Given any IV/IM Medicine
# We Provide Care Taker for Home Visit

We Available in Guwahati under 100KM

Nalbari/Darang/Hajo/Mukalmua/Mirza,Azara,Chaigaon/Rangia etc. Location also available our Service and Facilities.

Our Office:-
AMINGAON, Guwahati


Contact:- 7002517730
WhatsApp:- 8453536362

We provide 24×7 Hours Services

Address

VILL RAJABAZAR THAKURIA SUPA
Gauhati
781102

Website

Alerts

Be the first to know and let us send you an email when Good Health posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram