Masud Homeo Services

Masud Homeo Services Homeo Clinic

03/07/2025
অসমীয়াৰ বাপতি সাহোন ৰঙালীবিহু আৰু  অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা ওলগ যাচিলো !! ❤️
14/04/2023

অসমীয়াৰ বাপতি সাহোন
ৰঙালীবিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা ওলগ যাচিলো !! ❤️

⬇️⬇️⬇️⬇️⬇️⬇️⬇️⬇️⬇️দ্রুত বীর্যপাত অথবা Premature Ej*******on অথবা Quickly Seminal Discharge. সাধাৰণতে পুৰুষৰ বীর্যপাতৰ স্...
09/01/2023

⬇️⬇️⬇️⬇️⬇️⬇️⬇️⬇️⬇️
দ্রুত বীর্যপাত অথবা Premature Ej*******on অথবা Quickly Seminal Discharge.
সাধাৰণতে পুৰুষৰ বীর্যপাতৰ স্বাভাবিক সময় ৪-৮ মিনিট। ইয়াৰ আগত বীর্যপাত হলে Premature ej*******on বুলি কোৱা হয়।
👇👇👇👇👇👇👇👇👇👇👇👇
যিবোৰ কাৰনত দ্রুত বীর্যপাত হয়...
১.বেচিভাগ পুৰুষে তাৰ সঙ্গীনিৰ ওচৰত গলে নিজকে কন্ট্রোল কৰিব নোৱাৰি বেচি উত্তেজনাৰ কাৰণে দ্রুত বীর্যপাত ঘটায়।
২.দীর্ঘদিন হস্তমৈথুনৰ বদ অভ্যাসৰ ফলতো দ্রুত বীর্যপাত ঘটে।
৩.অতিমাত্রা স্বপ্নদোষ হলে দ্রুত বীর্যপাত ঘটে।
৪.অতিমাত্রায় স্ত্রী সহবাস করলে দ্রুত বীর্যপাত ঘটে।
৫.অতিরিক্ত টেঙা জাতীয় খাদ্য খালেও দ্রুত বীর্যপাত ঘটে।
৬.দুঃশ্চিন্তা,মানসিক চাপ, পূৰ্বৰ ব্যর্থতাৰ কথা বাৰে বাৰে মনত আহিলেও দ্রুত বীর্যপাত ঘটে।
৭.শারিরীক দুর্বলতাৰ বাবেও দ্ৰুতবীৰ্যপাত হৱ পাৰে।
৮.অত্যাধিক মাদকদ্রব্য সেবনৰ দ্রুত বীর্যপাত হৱ পাৰে।

👉👉হোমিওপ্যাথি চিকিৎসাত সঠিক ছিম্পটম অনুযায়ী চিকিৎসা গ্ৰহন কৰিলে খুব দ্ৰুত সমস্যাৰ সমাধান সম্ভব।

👉👉👉মাছুদ হোমিও ছাৰ্ভিছেচ

📞7002422139

বন্ধ হ'ব ৰাজ্যৰ দুখন হোমিঅ'পেথী মহাবিদ্যালয়৷ বন্ধ হ'ব যোৰহাটৰ JK SAIKIA হোমিঅ'পেথী মহাবিদ্যালয় আৰু নগাঁৱৰ অসম হোমিঅ'পেথী...
06/11/2022

বন্ধ হ'ব ৰাজ্যৰ দুখন হোমিঅ'পেথী মহাবিদ্যালয়৷ বন্ধ হ'ব যোৰহাটৰ JK SAIKIA হোমিঅ'পেথী মহাবিদ্যালয় আৰু নগাঁৱৰ অসম হোমিঅ'পেথী মহাবিদ্যালয়৷ দুয়োখন মহাবিদ্যালয় একত্ৰীকৰণৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ৷

দুয়োখন মহাবিদ্যালয়ত নামভৰ্তি বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি৷ মহাবিদ্যালয়কেইখন একত্ৰীকৰণৰ বাবে গঠন কৰা হৈছে ৭জনীয়া কমিটী৷ ACS বিষয়া দেৱেশ্বৰ বৰাৰ নেতৃত্বত গঠন কৰা হৈছে কমিটীখন৷ গুৱাহাটী, নগাঁও, যোৰহাটৰ হোমিঅ'পেথী মহাবিদ্যালয়ৰ অধ্যক্ষও আছে কমিটীত৷

Result with Homoeopathy.. Cure with Homoeopathy.. No side effects..For appointment call- 7002422139
07/09/2022

Result with Homoeopathy..
Cure with Homoeopathy..
No side effects..
For appointment call- 7002422139

বৃক্ক ( Kidney )ৰ সুৰক্ষা আমেৰিকাৰ মেডিকেল অফিচাৰ ডঃ অকিয়াৰে ,Dr Okyere সকলোৰে ভালৰ বাবে এখন জাননী লিখিছে - " অনুগ্ৰহ কৰ...
19/04/2022

বৃক্ক ( Kidney )ৰ সুৰক্ষা

আমেৰিকাৰ মেডিকেল অফিচাৰ ডঃ অকিয়াৰে ,Dr Okyere সকলোৰে ভালৰ বাবে এখন জাননী লিখিছে - " অনুগ্ৰহ কৰি পঢ়ক আৰু নিজৰ যত্ন লওক "...

( ইংৰাজীৰ পৰা ভাঙনি কৰি আগবঢ়ালো )

আজিৰ প্ৰজন্মৰ মাজত কিডনীৰ অসুখ যি হাৰত বাঢ়িছে - সঁচায়ে বৰ চিন্তনীয় বিষয়। তলত দিয়া কথাখিনিয়ে কাৰোবাক হয়তো সহায় কৰিবলৈ সমৰ্থ হব।
Important - Kidney deserves the best..

অলপদিনৰ আগেয়ে নাইজেৰিয়াৰ ডেকা অভিনেতা এজনৰ কিডনীৰ অসুখতে মৃত্যু হৈছিল।
কিডনী ৰোগৰ ছয়টা মূল কাৰন হ'ল --
১) প্ৰস্ৰাৱ কৰিবলৈ এলাহ কৰা। আমাৰ bladder ত বহু সময়লৈকে প্ৰস্ৰাৱ ৰখাই থোৱা বৰ বেয়া। ভৰ্তি হৈ থকা bladder য়ে bladder ক্ষতি কৰাৰ সম্ভাৱনা বহুত । bladder ত জমা হৈ থকা প্ৰস্ৰাবৰ দ্বাৰা বহু ধৰনৰ infection হোৱাও দেখা যায়। যেতিয়াই প্ৰস্ৰাৱ ওলোটাই ureter আৰু কিডনী ত প্ৰৱেশ কৰে, তেতিয়াই বিষাক্ত কিছু পদাৰ্থই কিডনীত সংক্ৰমণ বঢ়াই আৰু নেফ্ৰিটিছ ( nephritis ) আনকি uremia ও হবও পাৰে। Uremia হোৱাৰ সম্ভাৱনা হয় তেতিয়াই, যেতিয়া কিডনী য়ে প্ৰস্ৰাৱ পৰিশ্ৰৱক
বাধা দিয়ে অৰ্থাৎ যেতিয়াই প্ৰস্ৰাৱ অহাৰ ভাবটো আহে- লগে লগেই টয়লেট লৈ যাব লাগে।
২) নিমখ বেছিকৈ খালেও কিডনীৰ সমস্যা হব পাৰে।
৩) মাংস অধিক পৰিমানে খালেও কিডনীৰ বেমাৰ হব পাৰে। দেহত বেছিকৈ প্ৰটিন হলে আমাৰ কিডনীৰ বাবে ভাল নহয়। প্ৰটিন হজম নহলে এমনিয়া ( ammonia ) নামৰ বিষাক্ত এক toxin য়ে আমাৰ দেহৰ , বিশেষকৈ কিডনীৰ ভীষণ ক্ষতি সাধন কৰিব পাৰে।
৪) কফি আৰু চাহত থকা caffeine নামৰ তিতা alkaloid য়ে কিডনীৰ ক্ষতি কৰে বাবে চাহ, কফি আৰু লগতে ছফ্ট ড্ৰিংকচ বেছিকৈ সেৱন কৰিলে ( কাৰন ইয়াত থকা চডা ই আমাৰ ৰক্তচাপ বৃদ্ধি কৰাৰ লগতে কিডনীৰ বেমাৰ হোৱাত সহায়ক হয় )
৫) পানী কমকৈ খোৱা-- আমাৰ কিডনীৰ কাম সুচাৰুৰূপে চলাবলৈ কিডনী অনবৰতে জীপাল কৰি ৰাখিব লাগে। আমি যদি পানী যথেষ্ঠ পৰিমানে নাখাও, toxin আমাৰ তেজত মিহলি হব আৰু তৰলতাৰ ( fluid ) অভাৱত কিডনীৰ পৰা এই toxin ওলাই যাবলৈ বাট নাপাব। আমি পানী সৰহ কৈ খাইছো নে নাই, তাক জানিবলৈ এটা সহজ উপায় হৈছে- প্ৰস্ৰাবৰ ৰং পৰীক্ষা কৰা ; যদিহে ৰং পাতল হয়
চিন্তাৰ বিশেষ কাৰন নাই।
৬) পলমকৈ ডাক্তৰৰ ওচৰলৈ যোৱা -
আমি আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈকে সময় বিশেষে পৰীক্ষা কৰা প্ৰয়োজন। আমি যদি নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিওঁ, ঈশ্বৰেও আমাৰ পৰিয়ালক সম্ভাব্য অসুখ বিসুখৰ পৰা ৰক্ষা কৰিব।
৭) তলত দিয়া টেবলেট সমূহ পৰিহাৰ কৰক-
D- cold, Vicks Action 500, Actified,
Coldarin, Cosome, Nice, Nimulid আৰু
Cetrizet - D......এই দৰৱবোৰত Phenyl Propanol Amide (PPA ) ৰে ভৰা, গতিকেই স্ট্রোক ( stroke) হোৱাৰ সম্ভাৱনা আছে আৰু সেইবাবেই আমেৰিকাত এই টেবলেট সমূহ নিষিদ্ধ কৰা হৈছে।

আমেৰিকাত ডাক্তৰে মানৱ শৰীৰত silver nitro oxide থকা নতুন ধৰণৰ কেঞ্চাৰৰ সন্ধান পাইছে ; যেতিয়া মবাইলৰ ৰিচার্জ কাৰ্ড কিনা হয়, নখেৰে আজুৰি কেতিয়াও খুলিব নালাগে, কিয়নো ইয়াত silver nitro oxide থকা বাবে ছালৰ কেন্সাৰ হোৱা দেখা গৈছে।
আৱশ্যকীয় সতৰ্কতা --
১) .ফোন সদায় বাওঁ কানত লৈ হে কথা পাতিব লাগে।
২) দৰব ঠাণ্ডা পানীৰ সৈতে খাব নালাগে।
৩) নিশা সদায় পাতল আহাৰ কৰা উচিত।
৪) ৰাতিপুৱা পানী বেছিকৈ খাব লাগে, ৰাতি কিন্তু কমাই খাব লাগে।
৫) দৰব বা আহাৰ খায়েই লগে লগে কেতিয়াও বিচনাত পৰিব নালাগে।
আমাৰ স্বাস্থ্য আমাৰ নিজৰ হাতত !

 #কেঞ্চাৰ_সচেতনতা:-ওশ ষ্টেট মেডিকেল ইউনিভাৰ্চিটি, মস্কো, ৰাছিয়াৰ কেঞ্চাৰ বিশেষোগ্য ডাঃ গুপ্তপ্ৰসাদ ৰেড্ডী (বি ভি) য়ে কয়,...
13/04/2022

#কেঞ্চাৰ_সচেতনতা:-

ওশ ষ্টেট মেডিকেল ইউনিভাৰ্চিটি, মস্কো, ৰাছিয়াৰ কেঞ্চাৰ বিশেষোগ্য ডাঃ গুপ্তপ্ৰসাদ ৰেড্ডী (বি ভি) য়ে কয়,- কেঞ্চাৰ কোনো মৰণব্যধি নহয়, কিন্তু মানুহৰ এই ৰোগত মৃত্যু হয় কেৱল উদাসীনতাৰ কাৰণে!

ডাঃ ৰেড্ডীৰ মতে, মাত্ৰ এটি অভ্যাস ত্যাগিলে আৰু দুটি উপায়/থেৰাপি অনুসৰণ কৰিলেই উধাও হ'ব কেঞ্চাৰ! উপায়/থেৰাপি দুটি হৈছে,-

👌১. #অভ্যাস:- সৰ্বপ্ৰথমেই সকলো ধৰণৰ চুগাৰ বা চেনী খোৱা অভ্যাস পৰিহাৰ কৰিব লাগিব। কিয়নো, আমাৰ শৰীৰত চেনী নাপালে কেঞ্চাৰৰ কোষবোৰ এনেই বা প্ৰকৃতিকভাৱেই বিনাশ হৈ যাব।

👌২. #থেৰাপি_১:- ইয়াৰ পিছত এগিলাচ গৰম পানীত এটা নেমু টেঙাৰ ৰস মিহলাই ল'ব লাগিব। পুৱা কিবা খোৱাৰ আগত, মানে খালি পেটত একেৰাহে তিনি মাহ এই নেমু টেঙাৰ ৰস মিশ্ৰিত কুহুমীয়া গৰম পানী সেৱন কৰিলে উধাও হৈ যাব এই কেঞ্চাৰ।

মেৰিলেণ্ড কলেজ অফ মেডিচিনৰ এটা গৱেষণাত কোৱা হৈছে,- কেমোথেৰাপিতকৈও এইটি হাজাৰ গুণে ভাল।

👌৩. #থেৰাপি২:- প্ৰতিদিন ৰাতিপুৱা আৰু ৰাতি, চাহ চামুচৰ তিনি চামুচ অৰ্গেনিক নাৰিকল তেল খালেও কেঞ্চাৰ নিৰাময় হয়!

চেনী পৰিহাৰৰ পিছত ওপৰোক্ত দুটি থেৰাপিৰ যিকোনো এটি গ্ৰহণ কৰিলে, কেঞ্চাৰ ৰোগে ঘায়ল কৰিব নোৱাৰিব। অৱশ্যে এইটো সত্য যে,- অৱহেলা বা উদাসীনতাৰ কোনো অজুহাত নাই।

উল্লেখ্য, কেঞ্চাৰ সন্দৰ্ভত মানুহক সচেতন কৰিবলৈ ডাঃ গুপ্তপ্ৰসাদ ৰেড্ডী বিগত কেইবা বছৰ ধৰি সামাজিক যোগাযোগ মাধ্যমসহ বিভিন্ন মাধ্যমত এই তথ্যটি প্ৰচাৰ কৰিছে। সৰ্বসাধাৰণক জাগ্ৰত কৰাৰ মানসৰে উপস্থাপনটি শ্বেয়াৰ কৰিব পাৰে।

(সংগৃহীত)
১৩-০৪-২০২২ইং।

Atrophy of P***sপেনিসের ক্ষুদ্রতাসাধারণত পুরুষের যৌনাঙ্গের আকার ৫.১-৫.৯ ইঞ্চি এর থেকে ছোট হলে তাকে ক্ষুদ্র পেনিস বলে। বে...
07/03/2022

Atrophy of P***s
পেনিসের ক্ষুদ্রতা
সাধারণত পুরুষের যৌনাঙ্গের আকার ৫.১-৫.৯ ইঞ্চি এর থেকে ছোট হলে তাকে ক্ষুদ্র পেনিস বলে। বেশ কিছু কারনে লিঙ্গ ছোট হয়
১.এর মধ্যে অন্যতম হলো Genetic ধারা বা বংশগত কারণ।
২.পেনিসে রক্ত চলাচল কম হওয়া
৩.কিশোরকাল থেকেই হস্তমৈথুন।
৪.অতিরিক্ত হস্তমৈথুনের কারনে লিঙ্গের মধ্যে যথাযথ রক্ত চলাচল করতে না পারা।যার কারনে লিঙ্গের টিস্যু গুলো বর্ধিত হতে বাধাপ্রাপ্ত হয়।
৫.হরমোন জনিত সমস্যা।
৬.সার্জারী
৭.যৌন রোগের ভুল চিকিৎসার কারণেও হতে পারে।যেমন ভুল ওষুধ প্রয়োগের ফলে লিঙ্গের রগ চিকন হয়ে যাওয়া এবং লিঙ্গে রক্ত চলাচল না করা।
সমাধানঃ
সহজভাবে চিন্তা করলে যেটা রোগ সেটার অবশ্যই চিকিৎসা আছে। হোমিওপ্যাথি তে এগুলোর কার্যকর চিকিৎসা রয়েছে।রেপার্টরিতে First Grade ওষুধ রয়েছে এবং সঠিক সিম্পটম অনুযায়ী চিকিৎসা দিলে পুরোপুরি ঠিক হয়ে যায়। প্রয়োজনে যোগাযোগ করতে পারেন !
Dr. Jahidul Islam B.Sc, MDCH

Address

Kalatoli Bazar, Sontali Chamaria Road
Guwahati

Alerts

Be the first to know and let us send you an email when Masud Homeo Services posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category