Jadu Samrat Vikram

Jadu Samrat Vikram Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jadu Samrat Vikram, Astrologist & Psychic, Panjabari, Bagharbari tiniali, Gauhati.

সকলোকে সু -প্ৰভাত ❤️
23/02/2026

সকলোকে সু -প্ৰভাত ❤️

22/02/2026

Book Vastu visit :- 8822332200/9955112230
Vastu Visit :- Guwahati , Assam
Vastu expert :- Dr Vikram Talukdar
আপোনাৰ ঘৰখনত যদি বাস্তুৰ সঠিক সমন্বয় নাথাকে বা বাস্তুত অসামঞ্জস্য দেখা দিয়ে, তেন্তে ধীৰে ধীৰে আপোনাৰ জীৱনত বহু সমস্যাই ঠাই ল’ব পাৰে।
যেনে— আয়ৰ পথ বন্ধ হৈ যোৱা,
অপ্ৰয়োজনীয় ঋণত পৰি যোৱা বা ঋণ দিনে দিনে বৃদ্ধি পোৱা,
ঘৰৰ সদস্যসকল বিনা কাৰণতে অসুখত ভুগি থকা,
ঘৰৰ মূৰব্বীজনৰ মানসিক চাপ বৃদ্ধি, মূৰৰ বিষ, অশান্তি আৰু উদ্বেগ বাঢ়ি যোৱা,
পৰিয়ালৰ মাজত সৰু কথাতে কাজিয়া,
একে ঘৰত থাকিও সকলোৱে নিজকে মালিক বুলি ভাবি লোৱা, কাৰো অধীনত থাকিব নিবিচৰা মনোভাৱ,
টোপনি কম হোৱা, লগতে জটিল ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি।
এই সকলোবোৰ লক্ষণ দেখা দিলে বুজিব লাগিব—
আপোনাৰ ঘৰখনত বাস্তু দোষ আছে, অৰ্থাৎ আপোনাৰ ঘৰখন বাস্তু দিশত Mismatch হৈ আছে।
এই সমস্যাসমূহৰ পৰা মুক্তি পাব বিচাৰিলে,
Vikramaditya Astro And Spiritual Centerৰ সৈতে আজিেই যোগাযোগ কৰক।
আমাৰ অভিজ্ঞ বাস্তু বিশেষজ্ঞৰ জৰিয়তে আপোনাৰ ঘৰখন সম্পূৰ্ণভাৱে Vastu Balance কৰি সুখ, শান্তি আৰু সমৃদ্ধিৰ পথ সুগম কৰিবলৈ আমি সদায় প্ৰস্তুত।

সকলোকে সু-প্ৰভাতসকলোৰে দিনটো শুভ হ‌ওক 🌺🙏
22/02/2026

সকলোকে সু-প্ৰভাত

সকলোৰে দিনটো শুভ হ‌ওক 🌺🙏

জয় সূৰ্য্যৰ দেৱাই নমঃ 🙏সূৰ্য্যদেৱে আপোনাৰ মংগল কৰক         🌞        ☀️
22/02/2026

জয় সূৰ্য্যৰ দেৱাই নমঃ 🙏

সূৰ্য্যদেৱে আপোনাৰ মংগল কৰক

🌞 ☀️

21/02/2026

For Appointment Booking Call: 88223 32200

Heartfelt thanks to Mr. Bhupen Kr. Bora for your kind and inspiring words. Your appreciation truly motivates us to serve with greater dedication and sincerity. 🙏

19/02/2026

Book Vastu visit :- 8822332200/9955112230
Vastu Visit :- Guwahati , Assam
Vastu expert :- Dr Vikram Talukdar
আপোনাৰ ঘৰখনত যদি বাস্তুৰ সঠিক সমন্বয় নাথাকে বা বাস্তুত অসামঞ্জস্য দেখা দিয়ে, তেন্তে ধীৰে ধীৰে আপোনাৰ জীৱনত বহু সমস্যাই ঠাই ল’ব পাৰে।
যেনে— আয়ৰ পথ বন্ধ হৈ যোৱা,
অপ্ৰয়োজনীয় ঋণত পৰি যোৱা বা ঋণ দিনে দিনে বৃদ্ধি পোৱা,
ঘৰৰ সদস্যসকল বিনা কাৰণতে অসুখত ভুগি থকা,
ঘৰৰ মূৰব্বীজনৰ মানসিক চাপ বৃদ্ধি, মূৰৰ বিষ, অশান্তি আৰু উদ্বেগ বাঢ়ি যোৱা,
পৰিয়ালৰ মাজত সৰু কথাতে কাজিয়া,
একে ঘৰত থাকিও সকলোৱে নিজকে মালিক বুলি ভাবি লোৱা, কাৰো অধীনত থাকিব নিবিচৰা মনোভাৱ,
টোপনি কম হোৱা, লগতে জটিল ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি।
এই সকলোবোৰ লক্ষণ দেখা দিলে বুজিব লাগিব—
আপোনাৰ ঘৰখনত বাস্তু দোষ আছে, অৰ্থাৎ আপোনাৰ ঘৰখন বাস্তু দিশত Mismatch হৈ আছে।
এই সমস্যাসমূহৰ পৰা মুক্তি পাব বিচাৰিলে,
Vikramaditya Astro And Spiritual Centerৰ সৈতে আজিেই যোগাযোগ কৰক।
আমাৰ অভিজ্ঞ বাস্তু বিশেষজ্ঞৰ জৰিয়তে আপোনাৰ ঘৰখন সম্পূৰ্ণভাৱে Vastu Balance কৰি সুখ, শান্তি আৰু সমৃদ্ধিৰ পথ সুগম কৰিবলৈ আমি সদায় প্ৰস্তুত।

Where Dreams and Magic Intertwine 😇
18/02/2026

Where Dreams and Magic Intertwine 😇

শিৱসাগৰ নগৰৰ প্ৰাণকেন্দ্ৰত অৱস্থিত অসমৰ এক অনন্য ঐতিহ্যবাহী স্থাপত্য — শিৱদৌল।এই মহৎ দৌলটো আহোম ৰাজা শিৱসিংহৰ ৰাজত্বকালত...
18/02/2026

শিৱসাগৰ নগৰৰ প্ৰাণকেন্দ্ৰত অৱস্থিত অসমৰ এক অনন্য ঐতিহ্যবাহী স্থাপত্য — শিৱদৌল।
এই মহৎ দৌলটো আহোম ৰাজা শিৱসিংহৰ ৰাজত্বকালত, তেওঁৰ পত্নী অম্বিকা কুঁৱৰীৰ নিৰ্দেশত নিৰ্মাণ কৰা হৈছিল।

আজিও এই ঐতিহাসিক শিৱদৌলে প্ৰায় ৬০০ বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱময় ইতিহাস বহন কৰি শিৱসাগৰ নগৰক গৌৰৱান্বিত কৰি ৰাখিছে।
অসমৰ ঐতিহ্য আৰু পৰ্যটনৰ অন্যতম প্ৰতীক হিচাপে ইয়াক আগবঢ়াই ধৰে Assam Tourism।

17/02/2026

Book Vastu visit :- 8822332200/9955112230
Vastu Visit :- Sualkuchi, Assam
Chief Consultant Dr Vikramaditya
(Vastu Shastra || Feng Shui || Energy Science Expert )
আপোনাৰ ঘৰখনত যদি বাস্তুৰ সঠিক সমন্বয় নাথাকে বা বাস্তুত অসামঞ্জস্য দেখা দিয়ে, তেন্তে ধীৰে ধীৰে আপোনাৰ জীৱনত বহু সমস্যাই ঠাই ল’ব পাৰে।

যেনে— আয়ৰ পথ বন্ধ হৈ যোৱা,
অপ্ৰয়োজনীয় ঋণত পৰি যোৱা বা ঋণ দিনে দিনে বৃদ্ধি পোৱা,
ঘৰৰ সদস্যসকল বিনা কাৰণতে অসুখত ভুগি থকা,
ঘৰৰ মূৰব্বীজনৰ মানসিক চাপ বৃদ্ধি, মূৰৰ বিষ, অশান্তি আৰু উদ্বেগ বাঢ়ি যোৱা,
পৰিয়ালৰ মাজত সৰু কথাতে কাজিয়া,
একে ঘৰত থাকিও সকলোৱে নিজকে মালিক বুলি ভাবি লোৱা, কাৰো অধীনত থাকিব নিবিচৰা মনোভাৱ,
টোপনি কম হোৱা, লগতে জটিল ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি।

এই সকলোবোৰ লক্ষণ দেখা দিলে বুজিব লাগিব—
আপোনাৰ ঘৰখনত বাস্তু দোষ আছে, অৰ্থাৎ আপোনাৰ ঘৰখন বাস্তু দিশত Mismatch হৈ আছে।

এই সমস্যাসমূহৰ পৰা মুক্তি পাব বিচাৰিলে,
Vikramaditya Astro And Spiritual Centerৰ সৈতে আজিেই যোগাযোগ কৰক।

আমাৰ অভিজ্ঞ বাস্তু বিশেষজ্ঞৰ জৰিয়তে আপোনাৰ ঘৰখন সম্পূৰ্ণভাৱে Vastu Balance কৰি সুখ, শান্তি আৰু সমৃদ্ধিৰ পথ সুগম কৰিবলৈ আমি সদায় প্ৰস্তুত।

সকলোলৈ সুপ্ৰভাত 🌞আজিৰ দিনটো সকলোৰে বাবে সুখ, শান্তি আৰু সফলতাৰে ভৰপূৰ হওক 🌺🙏
17/02/2026

সকলোলৈ সুপ্ৰভাত 🌞

আজিৰ দিনটো সকলোৰে বাবে সুখ, শান্তি আৰু সফলতাৰে ভৰপূৰ হওক 🌺🙏

হৰ হৰ মহাদেৱ🔱🙏🌺 ভগৱান শিৱৰ কৃপাই আপোনাৰ সকলো বাধা দূৰ কৰি জীৱন আলোকিত কৰক।
15/02/2026

হৰ হৰ মহাদেৱ🔱🙏🌺
ভগৱান শিৱৰ কৃপাই আপোনাৰ সকলো বাধা দূৰ কৰি জীৱন আলোকিত কৰক।

Address

Panjabari, Bagharbari Tiniali
Gauhati
781037

Alerts

Be the first to know and let us send you an email when Jadu Samrat Vikram posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Jadu Samrat Vikram:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram