Ovale Multispeciality Hospital

Ovale Multispeciality Hospital NEWLY OPENED HOSPITAL WITH AN AIM TO SERVE ALL THE SOCIETY WITH HIGHEST STANDARDS.

01/01/2025
Upcoming 2025 CALENDER
15/12/2024

Upcoming 2025 CALENDER

OVALE CRICKET LEAGUE
14/12/2024

OVALE CRICKET LEAGUE

Wish you all a Happy Diwali.
31/10/2024

Wish you all a Happy Diwali.

23/10/2024

WINTER IS COMING !!
So is BRAIN STROKE.
Winter season sees a spike in Brain stroke patients especially amongst our elderly patients.
This is due to multiple factors.
Please do the following to prevent the same.
HYDRATION :
Drink water and maintain proper hydration. Dehydration makes blood thicker and increases the risk of blood clot.
WEAR WARM CLOTH :
Insulate well from colder temperatures. Cold temperatures can cause blood to thicken and clot. AVOID USING COLD WATER FOR BATH.
WALK A LITTLE :
Maintain physical activity to maintain proper blood flow and pressure.
CHECK BLOOD PRESSURE :
Most important step is to be alert and if BP is high, start your medicines.
PREVENT STROKE DURING WINTER AND PROTECT YOUR ELDERLY PARENTS AND GRAND PARENTS.
Ovale Multispeciality Hospital.

31/07/2024

According to Govt directive, from tomorrow onwards, AYUSHMAN Bharat facilities will not be available for GENERAL SURGERY cases like Gall Bladder stone, Appendix, Hernia etc. in private Hospitals.
However, AYUSHMAN Bharat facilities will be available for UROLOGY PATIENTS in our Hospital, like Treatment of Kidney Stones(PCNL,URSL, PUCLT), prostate Surgeries and other Kidney and urological diseases.
Thank you.

15/03/2024

Consultant Rheumatologist & Immunologist, Ex Assistant Prof KGMC- Lucknow & Dr RMLIMS

28/02/2024

নমস্কাৰ ৰাইজ।
ইং ২৮.০২.২০২৪ তাৰিখে কিছুসংখ্যক বাতৰি কাকতে আমাৰ চিকিৎসালয়ত ভৰ্তি হৈ যোৱা এগৰাকী ৰোগীৰ চিকিৎসাৰ বিষয়ে কিছু বাতৰি প্ৰকাশ কৰিছে। উক্ত বাতৰি সন্দৰ্ভত আমি চিকিৎসালয়ৰ তৰফৰ পৰা তথ্য সহকাৰে কিছু স্পষ্টীকৰন আগবঢ়ালোঁ।

প্ৰথম দফা : পৰীক্ষা আৰু খৰছ ।
যোৱা ২৭.১২.২০২৩ তাৰিখে পেটৰ বিষ আৰু বমি হৈ থকা ৰেজিনা বেগম নামৰ মহিলা এগৰাকী আমাৰ চিকিৎসালয়ত চিকিৎসাৰ বাবে আহে। তেখেত ইতিমধ্যে ডায়বেটিছ আৰু উচ্চ ৰক্তচাপ বোলা ৰোগীৰ চিকিৎসা গ্ৰহণ কৰি থকা ৰোগী । ৰোগীজনৰ লগতে গলব্লাডাৰ আৰু পিত্তনলীত পাথৰ হোৱা বুলিও ধৰা পৰে। পিত্তনলীৰ পাথৰ এক জটিল ৰোগ। গতিকে লগে লগে তেখেতৰ সকলো যাৱতীয় পৰীক্ষা পাতি কৰোৱা হয় (ECG, XRAY, ECHOCARDIOGRAPHY, BLOOD TESTS) । ৰোগীজনৰ আত্মীয় সকল হস্পিটালৰ কৰ্মচাৰী এজনৰ চিনাকি বাবে কিছু DISCOUNT প্ৰদান কৰা হয়। এই পৰীক্ষাৰ সকলো বিল আমি ৰোগীৰ আত্মীয়ক দিছোঁ আৰু আমাৰ লগত মজুত আছে।
মোটামুটি ১০০০০ টকা তেওঁলোকৰ খৰছ হৈছে।

দ্বিতীয় দফা: ডায়বেটিছ্, FITNESS আৰু মেডিচিনৰ চিকিৎসা।
সকলো পৰীক্ষাৰ অন্তত ৰোগী গৰাকীৰ যথেষ্ট পৰিমাণে বাল্ড চুগাৰ ধৰা পৰে। আৰু আপোনালোকৰ বহুসংখ্যক লোকে এই কথা জানিব যে অত্যাধিক ব্লাড চুগাৰ থাকিলে তাক নিয়ন্ত্ৰণ নকৰাকৈ চাৰ্জাৰী কৰা সম্ভৱ নহয়। ৰোগীজনৰ বহুসংখ্যক ৰোগ একেলগে হোৱা বাবে তেওঁক চিকিৎসকে ভৰ্তি হ'বলৈ দিয়ে । সেই মৰ্মেই ৰোগীজন চিকিৎসালয়ত ২৭.১২.২০২৩ তাৰিখে ভৰ্তি হয় আৰু মেডিচিন বিশেষজ্ঞ ৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰা হয়। এই সময়ত তেখেতে INSULIN, ANTIBIOTICS, SALINE, SUGAR MONITORING লাভ কৰে। এইখিনি চিকিৎসাৰ বাবে তেখেতৰ 18000 মান টকা খৰচ হৈছে আৰু আমি সকলো যাৱতীয় বিল তেওঁলোকক দিছোঁ। এতিয়া আপোনালোকৰ মনত হয়তো এটা প্ৰশ্ন আহিছে যে এইখিনি চিকিৎসাৰ বাবদ আমি কিয় পইচা লৈছিলোঁ। দৰাচলতে আমাৰ চিকিৎসালয়ত আমি চাৰ্জাৰীৰ চিকিৎসা আয়ুস্মান ৰ অধীনত প্ৰদান কৰো। মেডিচিন বিভাগৰ চিকিৎসা, যেনে ডায়বেটিছ, উচ্চ ৰক্তচাপ ইত্যাদি ৰোগৰ চিকিৎসা আয়ুস্মান ৰ অধীনত প্ৰদান কৰা নহয়। কাৰণ সেই সময়ত আমাৰ হস্পিটালৰ আয়ুস্মানৰ লগত মেডিচিন বিভাগৰ TIE UP হোৱা নাছিল। আমি এইকথা ৰোগীক আগতীয়া কৈ জনাইছিলো আৰু তেওঁলোকে নিজৰ খৰচত আমাৰ তাত চিকিৎসা লবলৈ মান্তি হৈছিল।

তৃতীয় দফা : ছাৰ্জাৰী আৰু কেন্সাৰ ।
২৮.১২.২০২৩ তাৰিখে মেডিচিনৰ ডাক্তৰে সুগাৰ নিয়ন্ত্ৰণ হোৱাত তেওঁক ছাৰ্জাৰী বাবে অনুমতি প্ৰদান কৰে। লগে লগে তেখেতক আয়ুষ্মান ৰ অধীনত ভৰ্তি কৰোৱা হয় আৰু আবেলি 6 বজাত অপাৰেশ্যন আৰম্ভ কৰা হয়। এই অপাৰশ্যনৰ ৰ বাবে তেখেতক জেনেৰেল ANAESTHESIA দিয়া হয় আৰু LAPAROSCOPY ছাৰ্জাৰী কৰা হয়। কিন্তু তেখেতৰ পেটৰ ভিতৰত কিছু ঠাইত কেন্সাৰ ৰোগ ধৰা পৰে। লগে লগে তাৰ পৰা বায়পচি পৰীক্ষাৰ বাবে নমুনা লোৱা হয়। উক্ত কাৰণত তেখেতৰ GALLBLADDER ৰ OPERATION সেইদিনা বাতিল কৰা হয় আৰু এই সংক্ৰন্তে ৰোগীৰ আত্মীয় সকলক জনোৱা হয়। এই ছাৰ্জাৰী আৰু LAPAROSCOPIC BIOPSY বাবত আমি ৰোগীৰ আত্মীয়ৰ পৰা আমি কোনো পইচা লোৱা নাই । আৰু এই সম্পৰ্কে আমাৰ লগত যাৱতীয় খকলো নাথিপত্ৰ মজুত আছে।
আমি ৰোগী গোপনীয়তা ৰ কথা লক্ষ্য ৰাখি উপযুক্ত নথি খমূহ ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ পৰা বিৰত থাকিলো। যদি কোনোবাই প্ৰয়োজনীয় অনুমতি লৈ চাব বিচাৰে তেন্তে আমাক যোগাযোগ কৰিব পাৰিব।

চতুৰ্থ দফা : আমাৰ অনুৰোধ।
এইটো আমাৰ প্ৰতিষ্ঠানৰ সুনাম নষ্ট কৰাৰ প্ৰয়াস। কিন্তু আমি এনেকুৱা বেয়া মানসিকতাৰ আগত হাৰ নামানো। দ্বিতীয় পক্ষৰ কথা নুবুজাকৈ একপক্ষীয় বাতৰি প্ৰকাশ কৰাৰ এই অশুভ পৰম্পৰা যাতে বন্ধ হয় তাক আমি কামনা কৰিছোঁ।
আমাৰ প্ৰতিষ্ঠানত এতিয়ালৈকে যোৱা বছৰত 1500 ৰ অধিক ডাঙৰ ছাৰ্জাৰী সফলতাৰে সম্পণ্য কৰা হৈছে। তাৰ বেছি সংখ্যক লোক নিন্ম মধ্য বৃত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোক। বেছি সংখ্যক ৰোগীয়ে অতি কম খৰছত আমাৰ হস্পিটেলত চিকিৎসা লাভ কৰি আহিছে। বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলৰ লোকে আমাক বহু বছৰ ধৰি মৰম আৰু বিশ্বাস কৰি আহিছে। আমি ৰাইজৰ প্ৰতি কৃতজ্ঞ। আশা কৰিছোঁ সকলো চাই বুজি ৰাইজে সৰ্বোত্তম বিচাৰ কৰিব।
ধন্যবাদ

Thank you for believing in us
27/02/2024

Thank you for believing in us

Address

Ovale Multispeciality Hospital
Guwahati
781381

Opening Hours

Monday 8am - 7pm
Tuesday 8am - 7pm
Wednesday 8am - 7pm
Thursday 8am - 7pm
Friday 8am - 7pm
Saturday 8am - 7pm
Sunday 8am - 7pm

Telephone

+917086013536

Website

Alerts

Be the first to know and let us send you an email when Ovale Multispeciality Hospital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Ovale Multispeciality Hospital:

Videos

Share