medicalhelp.co.in

  • Home
  • medicalhelp.co.in

medicalhelp.co.in Health Tech Service

Our Project
12/02/2024

Our Project

Logo
12/02/2024

Logo

04/01/2024
World food safety day
07/06/2022

World food safety day

World environment day..
05/06/2022

World environment day..

উৎকট গৰমত লবলগীয়া ব্যৱস্থাসমূহ --
04/06/2022

উৎকট গৰমত লবলগীয়া ব্যৱস্থাসমূহ --

World bicycle day 2022
03/06/2022

World bicycle day 2022

World no to***co day...
31/05/2022

World no to***co day...

গৰম দিনত শিশুৰ ক্ষেত্ৰত লবলগীয়া কিছু যতন,,,●  প্ৰখৰ ৰ'দত কেতিয়াও বাহিৰলৈ উলিয়াব নালাগে। কৰবালৈ যাব লগা হলে পাতল পোচাক ,...
25/05/2022

গৰম দিনত শিশুৰ ক্ষেত্ৰত লবলগীয়া কিছু যতন,,,

● প্ৰখৰ ৰ'দত কেতিয়াও বাহিৰলৈ উলিয়াব নালাগে। কৰবালৈ যাব লগা হলে পাতল পোচাক , ছাতি লৈ উলাই যাব লাগে।

●. পানী খুব বেছিকৈ খোৱাব লাগে লগতে পানী খোৱাটো শিশুক অভ্যাস কৰি তুলিব লাগে।

●. পেকেটৰ জুচতকৈ সতেজ ফলমূলৰ ৰস অতিকৈ উপকাৰী।

গতিকে শিশুক বতৰৰ ফল বতৰত খোৱাব লাগে।
●. শিশুক আইচক্ৰীম,ঠাণ্ডা খিনি দিয়াতকৈ নেমু পানী , বেলৰ চৰবত, তেঁতেলী ৰ দৰবৰ , ভীমকলৰ চৰবত আদি ফল ৰ ৰস বেছিকৈ খোৱাব লাগে ।
ইয়াৰ পৰা আমাৰ শৰীৰে বল শক্তি আৰু শৰীৰ ৰ cell বোৰ active হোৱাত সহায়ক হয় ।

●. গৰমৰ দিনত শিশুৰ লগতে ডাঙৰ বোৰেও পাতল আহাৰ
গ্ৰহণ কৰিব লাগে । মাছ মাংস কমকৈ খাব লাগে । বেছিকৈ সেউজীয়া শাক পাচলি খাব লাগে ।

● গৰমৰ দিনত শিশুক ৰাতি শুৱাই থওতে কাপোৰ সলাই দি শুৱাব লাগে কিয়নো,, শিশু দৌৰা ঢপৰা কৰি থকা ফলত ঘামি যায়,, আৰু গাৰ ঘাম গাতে শুকাই ফলত চৰ্ম ৰোগ, ঘামচি আদিয়ে দেখা দিয়ে।

Sabbir group ৰ বিনামূলীয়া medical health card ৰ সুবিধা আপুনি ললে নে?
19/05/2022

Sabbir group ৰ বিনামূলীয়া medical health card ৰ সুবিধা আপুনি ললে নে?

16/05/2022

The beauty of a woman is not in a facial mode but the true beauty in a woman is reflected in her soul...

“Being a family means you are a part of something very wonderful. It means you will love and be loved for the rest of yo...
15/05/2022

“Being a family means you are a part of something very wonderful. It means you will love and be loved for the rest of your life.”

Address


Alerts

Be the first to know and let us send you an email when medicalhelp.co.in posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to medicalhelp.co.in:

Shortcuts

  • Address
  • Alerts
  • Contact The Practice
  • Claim ownership or report listing
  • Want your practice to be the top-listed Clinic?

Share