Joyshree Buragohain

Joyshree Buragohain Joyshree Buragohain is a renowned Clinical Psychologist practising at Apollo Hospital and Pratiksha H

আবেলিৰ বেলিৰ হেঙুলীয়া...
06/11/2025

আবেলিৰ বেলিৰ হেঙুলীয়া...

20/10/2025

এমাহ!অসমীয়াৰ হিয়াৰ আমঠু গৰাকীকে যদি ন্যায় দিয়া নহয় তেন্তে ভৱিষ্যতে কোনো অসমীয়াই যে কোনো কথাতে ন্যায় নাপায় সেয়া স্পষ্ট...
19/10/2025

এমাহ!
অসমীয়াৰ হিয়াৰ আমঠু গৰাকীকে যদি ন্যায় দিয়া নহয় তেন্তে ভৱিষ্যতে কোনো অসমীয়াই যে কোনো কথাতে ন্যায় নাপায় সেয়া স্পষ্ট।ইতিমধ্যে আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত বহু সময়ত থকা অবিশ্বাস আৰু অনাস্থাও যে আৰু নিকপকপীয়া হৈ পৰিব সেয়াও সঁচা।এই অনাস্থা আৰু অবিশ্বাস যে একেবাৰে নতুন প্ৰজন্মটোলৈ আপোনাআপুনি সোঁচৰিবই তাতো সন্দেহ নাই।কাৰণ এতিয়া যে নতুনকৈ মাত ফুটিবলৈ আৰম্ভ কৰা শিশু এটিয়েও গাব পাৰে-মায়াবিনী ৰাতিৰ বুকুত...সিহঁতেও বুজিব পাৰিছে অসমত এজন ৰজা আছিল যি অজৰ অমৰ.....

সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ।
18/10/2025

সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ।

নিজৰ একক পৰিচয়েৰে আজি সমগ্ৰ বিশ্ববাসীক চমকিত কৰি তোলা অসমীয়াৰ বুকুৰ স্পন্দন জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এনেকৈ আমি সকলোৱে মা...
14/10/2025

নিজৰ একক পৰিচয়েৰে আজি সমগ্ৰ বিশ্ববাসীক চমকিত কৰি তোলা অসমীয়াৰ বুকুৰ স্পন্দন জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এনেকৈ আমি সকলোৱে মাত মাতিব লগা হোৱাটো বৰ কষ্টকৰ আৰু দুৰ্ভাগ্যজনক!আৰু কিমান দিন আমি অপেক্ষা কৰিম????

19/09/2025

স্থবিৰ হৈ গৈছে যেন এই সময়!স্থবিৰ হৈ গৈছে উশাহ,আকাশ,বতাহ সকলো! মানি ল'ব পৰা নাযায় এই খবৰ।অসমীয়াৰ প্ৰাণৰ শিল্পীজন সঁচাই কি এনেকৈ গুচি যাব পাৰে!!!!!!

সময়ৰ লগে লগে বয়সবোৰ আগুৱাই গৈ থাকোতে কেতিয়াবা হঠাতে আমাৰ মনটোৱে অভিযোগ নকৰেনে-ষোল্ল বছৰীয়া সেই ছালখন,সেই ছুলিখিনি,সেই সম...
18/09/2025

সময়ৰ লগে লগে বয়সবোৰ আগুৱাই গৈ থাকোতে কেতিয়াবা হঠাতে আমাৰ মনটোৱে অভিযোগ নকৰেনে-ষোল্ল বছৰীয়া সেই ছালখন,সেই ছুলিখিনি,সেই সময়ৰ শাৰীৰিক উজ্বলতাখিনি আকৌ ঘূৰাই পোৱা হ'লে!!কিন্তু এই অভিযোগ যদি আমাৰ কেতিয়াবা নহৈ আমি অভ্যাস কৰি লওঁ তেতিয়া বৰ্তমানৰ সময়খিনি আমি কেতিয়াও উপভোগ কৰিব নোৱাৰো।প্ৰতিটো বয়সৰে এক নিজস্ব সুকীয়া চিকমিকনি আছে।বয়সৰ প্ৰতিটো স্তৰকে মানি লৈ প্ৰতিটো স্তৰতে নিজকে নিজৰ ধৰণেৰে সুন্দৰ কৰি ৰাখি সময়খিনি উপভোগ্য কৰি তুলিব পৰাতেইতো থাকে অপাৰ আনন্দ আৰু সুখ.......

10/09/2025
শৈশৱে য'ত ওমলিছিল সেই আপোন চোতালখন আমাৰ নিজৰ নিজৰ বাবে স্বৰ্গ নহয়নে??
08/09/2025

শৈশৱে য'ত ওমলিছিল সেই আপোন চোতালখন আমাৰ নিজৰ নিজৰ বাবে স্বৰ্গ নহয়নে??

06/09/2025

আজি ৰাতিও যদি মোৰ টোপনি নাহে!!

Address

Apollo Hospital And Pratiksha Hospital
Guwahati
781005

Alerts

Be the first to know and let us send you an email when Joyshree Buragohain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Joyshree Buragohain:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category