23/09/2025
🌉ধুবুৰী আৰু নামনি অসমবাসীৰ দাবি 🌉
আমাৰ সৰ্বত্ৰিক আবেদন — ধুবুৰী ফুলবাৰী ব্রিজৰ নাম সলনি কৰি “জুবীন গাৰ্গ সেতু” নামকৰণ কৰা হʼব।
🎶 জুবীন গাৰ্গ কেৱল এজন গায়ক নহয়, তেওঁ হৈছে অসমৰ কণ্ঠ, সাংস্কৃতিক প্ৰতীক আৰু একত্ৰিত কৰা শক্তি। সংগীত আৰু সমাজসেৱাৰ জৰিয়তে তেওঁ যি অৱদান আগবঢ়াইছে, সেইটো সত্যই অসামান্য। সেয়েহে এই ঐতিহাসিক সেতুৰ নাম তেওঁৰ নামেৰে কৰা হৈছে সৰ্বোত্তম শ্রদ্ধাঞ্জলি।
এই সেতু কেৱল দুটা তীৰক সংযোগ কৰা পথ নহয় — এই সেতু হব লাগে প্ৰেম, ঐক্য আৰু সংস্কৃতিৰ একে সেতু, যি জুবীন দাই আগতেৰে গঢ়ি তুলিছে।
"জয় জুবীন দা!”
"জয় আই অসম! "
👉 আহক, আমি সকলো হাত মিলাওঁ আৰু একেমত কণ্ঠ তুলি ধৰি ৰাখোঁ।
#জুবীনগাৰ্গসেতু #ধুবুৰী #তলঅসম #অসম #জুবীনদা #অসমৰগৌৰৱ