Dr Bedabrata Pathak

Dr Bedabrata Pathak CMD of GATE Hospital
Member of Zonal Railway Users' Consultative Committee (ZRUCC)
SC Marcha Vice president Bharatiya Janata Party Assam Pradesh

Byatikram “The Salute” Award 2021 for contribution to Laparoscopic surgery
News18 Healthcare Excellence Award 2021 for Surgeon of the Year
News18 Healthcare Excellence Award 2021 for Emerging Chain Healthcare Units in Assam
Assam Star Award 2021
Indian Achievers’ Award 2021 for Promising Company
News18 Healthcare Excellence Award 2021 Certificate of Appreciation for Emerging Chain Healthcare Units in Assam for reaching out to maximum towns across Assam by providing healthcare infrastructure & support in a short span of time
Times Stellar Brands & Icons Assam & Northeast Award 2020 to Gate Multispeciality Hospital
News18 Healthcare Excellence Award 2022 Certificate of Appreciation for Surgeon of the Year for performing complex surgeries. Somaj Hitoikhi Award by Sualkuchi E media Association

হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত পছৰীয়াত মা লক্ষ্মী পূজাত  অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহ ...
26/02/2026

হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত পছৰীয়াত মা লক্ষ্মী পূজাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহ ধৰ্মিনী মাননীয়া শ্ৰীযুতা ৰিণিকি ভূঞা শৰ্মা ডাঙৰীয়ানীৰ সৈতে নিজৰ লগতে সকলোৰে কুশল কামনাৰে সেৱা ল'লো।
Himanta Biswa Sarma
Riniki Bhuyan Sharma

26/02/2026
26/02/2026
শোক বাৰ্তা হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত তীৰ্থনগৰী হাজোৰ  শান্তিপুৰ নিবাসী বিশিষ্ট সমাজকর্মী তথা পশু চিকিৎসক ডাঃ ভূপেন...
26/02/2026

শোক বাৰ্তা

হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত তীৰ্থনগৰী হাজোৰ শান্তিপুৰ নিবাসী বিশিষ্ট সমাজকর্মী তথা পশু চিকিৎসক ডাঃ ভূপেন্দ্র ৰাজবংশী ডাঙৰীয়াৰ কিছুদিন আগত বিয়োগৰ খৱৰ পাই মৰ্মাহত হৈছোঁ।
ডাঃ ৰাজবংশীয়ে পশু চিকিৎসক হিচাপে অসমৰ বিভিন্ন স্থানত সেৱা আগবঢ়োৱাৰ সমান্তৰাল ভাৱে বৃহত্তৰ হাজোৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্রতিষ্ঠানৰ লগত ওতঃপ্রোতভাবে জড়িত হৈ মৃত্যুৰ সময়লৈকে হাজো ৰাইজ সমিতি'ৰ উপদেষ্টাৰ লগতে 'হাজো ধোপৰগুৰি সত্ৰ' আৰু 'জ্যেষ্ঠ নাগৰিক সুৰক্ষা মঞ্চ হাজো'ৰ উপ-সভাপতিৰ দায়িত্ব পালন কৰিছিল।
এইজন সু চিকিৎসক সমাজহিতৈষী ব্যক্তিৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিলোঁ

26/02/2026
25/02/2026
ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত আজি অনুসূচিত জাতি মৰ্চাৰ এখনি গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয় শী...
25/02/2026

ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত আজি অনুসূচিত জাতি মৰ্চাৰ এখনি গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয় শীৰ্ষক সভাত উপস্থিত থাকোঁ।
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika
Jayanta Mallabaruah
Ravindra Raju

আজি ভাৰতীয় জনতা পাৰ্টি উত্তৰ কামৰূপ জিলাৰ অনুসূচিত জাতি মৰ্চাৰ  বাইহাটা চাৰিআলি স্থিত জিলা কাৰ্যালয়ত এখন চা-চিনাকি অনু...
24/02/2026

আজি ভাৰতীয় জনতা পাৰ্টি উত্তৰ কামৰূপ জিলাৰ অনুসূচিত জাতি মৰ্চাৰ বাইহাটা চাৰিআলি স্থিত জিলা কাৰ্যালয়ত এখন চা-চিনাকি অনুষ্ঠান উত্তৰ কামৰূপ জিলাৰ অনুসূচিত জাতি মৰ্চাৰ মাননীয় সভাপতি শ্ৰীযুত দীপ জ্যোতি বৈশ্য ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকোঁ।

হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টী পঞ্চতীৰ্থ মণ্ডলৰ এখনি বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয় শীৰ্ষক সভাত উপ...
24/02/2026

হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টী পঞ্চতীৰ্থ মণ্ডলৰ এখনি বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয় শীৰ্ষক সভাত উপস্থিত থাকোঁ।
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika
Jayanta Mallabaruah
Ravindra Raju

ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ অনুসূচিত জাতি মৰ্চাৰ এখন ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হয়। অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক সাধাৰ...
24/02/2026

ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ অনুসূচিত জাতি মৰ্চাৰ এখন ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হয়। অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত ৰবীন্দ্ৰ ৰাজুজীৰ মাৰ্গদৰ্শনত হোৱা গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্স খনত সংযুক্ত হও ।
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika
Jayanta Mallabaruah
Ravindra Raju
Biswajit Daimary

ৰাইজৰ আশীৰ্বাদ বিচাৰি ৰাইজৰ কাষত ভাৰতীয় জনতা পাৰ্টী
23/02/2026

ৰাইজৰ আশীৰ্বাদ বিচাৰি ৰাইজৰ কাষত ভাৰতীয় জনতা পাৰ্টী

Address

Hajo

Website

Alerts

Be the first to know and let us send you an email when Dr Bedabrata Pathak posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr Bedabrata Pathak:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category