Sewa Medical - Chemist & Druggist

Sewa Medical - Chemist & Druggist Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sewa Medical - Chemist & Druggist, Medical and health, Police Point, Doboka Town : Hojai, Hojai.

10/04/2026

ENT , Gynecologists,Ortho প্ৰতি দেওবাৰে

প্ৰতি দেওবাৰে Gynecologist Dr Nazrul IslamSewa medical Doboka,near police point
10/04/2026

প্ৰতি দেওবাৰে Gynecologist Dr Nazrul Islam
Sewa medical Doboka,near police point

24/03/2026

Urology Dr Hiranya Deka

ডায়াবেটিছ বেমাৰ কি?ডায়াবেটিছ হৈছে এটা ৰোগ, য’ত আমাৰ দেহত চিনি (ব্লাড চুগাৰ)ৰ পৰিমাণ বেছি হয়। এইটো সাধাৰণতে ইনচুলিন ঠি...
24/03/2026

ডায়াবেটিছ বেমাৰ কি?
ডায়াবেটিছ হৈছে এটা ৰোগ, য’ত আমাৰ দেহত চিনি (ব্লাড চুগাৰ)ৰ পৰিমাণ বেছি হয়। এইটো সাধাৰণতে ইনচুলিন ঠিকমতে কাম নকৰাৰ বাবে হয়।
ইয়াৰ লক্ষণসমূহ কি কি হব পাৰে?
* বেছি পিয়াহ লগা
* বাৰে বাৰে পেচাব হোৱা
* দেহত শক্তি নাথকা বা সহজে ভাগৰি যোৱা
* আচমকা ওজন কমি যোৱা
* চকুৰে ধোঁৱাটে দেখা
* ক্ষত দেৰিতে শুকোৱা
* হাত-ভৰিত ঝিনঝিন বা জ্বলা অনুভৱ

👉 চিন্তাৰ কোনো কাৰণ নাই।
আপুনি DR HITESH DEKA (ডায়াবেটিছ বিশেষজ্ঞ) ৰ সৈতে আগতীয়াকৈ এপয়েন্টমেন্ট বুক কৰি সঠিক পৰামৰ্শ ল’ব পাৰে।
✔ উন্নত চিকিৎসা সুবিধা
✔ অভিজ্ঞ বিশেষজ্ঞৰ যত্ন
✔ নিয়মিত চেকআপ আৰু গাইডেন্স
📞 আজিয়েই এপয়েন্টমেন্ট বুক কৰক..

22/03/2026

Ent Doctor আপুনিও হোজাইৰ ডবকা অঞ্চলত এগৰাকী অভিজ্ঞ নাক, কান, ডিঙিৰ অথবা ছাইনাছৰ চিকিৎসক বিচাৰি আছে নেকি ?

নাক, কান,ডিঙি অথবা ছাইনাছ আদি যিকোনো সমস্যায় দেখা দিছে নেকি আপোনাক ?

তেনেহলে আজিয়ে যোগাযোগ কৰক ডবকা টাউনৰ Sewa Medical ৰ সৈতে , যত পাব অভিজ্ঞ ENT বিশেষজ্ঞ চিকিৎসক

নগাঁও Nidhan Hospital ৰ Dr. Mrinmoy Kr. Bora, M.B.B.S., M.S.
ENT Specialist & Micro Ear Surgeon

চিকিৎস্যা কৰেঃ কাণ পকা, কাণৰ পৰা পানী পৰা, কাণৰ পৰ্দা ফুটা হোৱা, কাণৰ বিষ, কাণৰ ভিতৰত ঝিন ঝিন শব্দ হোৱা, কাণেৰে কম শুনা বা একেবাৰে নুশুনা, কাণ বন্ধ হৈ থকা, মুৰৰ বিষ, মুৰ ঘূৰণী, মুৰ গধুৰ লগা, ঘনে ঘনে ছর্দি লগা, নাক বন্ধ হৈ থকা, টোপনিত নাকৰ শব্দ হোৱা, ছাইনাছাইটিচ্, নাকৰ ভিতৰত মাংস বঢ়া, নাকেদি তেজ পৰা, ডিঙিৰ বিষ, ডিঙি ফুলি যোৱা, টনচিলাইটিচ্, ফেৰিনযাইটিচ্, লেৰিনযাইটিচ্, ঘনে ঘনে কাহ হৈ থকা ইত্যাদিৰ সু-চিকিৎস্যা পাব ।

ৰোগী চোৱাৰ সময়ঃ প্ৰতি ৰবিবাৰে ।

ঠিকনাঃ SEWA MEDICAL, Police point, Doboka Town, Hojai Assam

যোগাযোগ নম্বৰঃ
6900536699

20/03/2026
কাইলৈ, দেওবাৰ (১৫ মাৰ্চ ২০২৬) দুপৰীয়া ১২ বজাৰ পৰা অর্থোপেডিক ডাক্তৰৰ বিশেষ ভিজিটহাড় ভঙা, জইণ্ট পেইন, বেক পেইন আদি সমস্...
14/03/2026

কাইলৈ, দেওবাৰ (১৫ মাৰ্চ ২০২৬) দুপৰীয়া ১২ বজাৰ পৰা অর্থোপেডিক ডাক্তৰৰ বিশেষ ভিজিট
হাড় ভঙা, জইণ্ট পেইন, বেক পেইন আদি সমস্যাৰ উন্নত চিকিৎসা উপলব্ধ।
আজিয়েই আপোনাৰ এপয়েন্টমেন্ট বুক কৰক।

Orthopedic Everyday
10/03/2026

Orthopedic Everyday

ৰোগীৰ পৰামৰ্শৰ বাবে প্ৰতি সোমবাৰ, মঙলবাৰ আৰু বুধবাৰে বিয়লি ৩:০০ বজাত উপলব্ধ থাকিব..Contact: 6900536699 / 9401648044
09/03/2026

ৰোগীৰ পৰামৰ্শৰ বাবে প্ৰতি সোমবাৰ, মঙলবাৰ আৰু বুধবাৰে বিয়লি ৩:০০ বজাত উপলব্ধ থাকিব..
Contact: 6900536699 / 9401648044

01/03/2026

#আপুনিও বহুদিন ধৰি মুৰৰ বিষ, মৃগী বেমাৰ, হাত-ভৰিৰ বিষ ইত্যাদি নাৰ্ভৰ যিকোনো সমস্যা আদিত ভুগি আছে নেকি ?

#চিন্তা নকৰিব, এতিয়া সমাধান পাব-ডবকাৰ Sewa Medical ত

#গুৱাহাটী হেল্থ চিটিৰ অভিজ্ঞ স্নায়ু ৰোগ বিশেষজ্ঞ চিকিৎসক প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শুক্ৰবাৰে ডবকাত উপলব্ধ ।
Dr. Asit Roy
Consultant, Department of Neurosurgery
MS (Surgery), MCh (Neuro-Surgery)

পৰামৰ্শ লওঁক-ব্ৰেইন ষ্ট্ৰোক, পেৰালাইচিচ, মৃগীৰোগ, স্পাইন চাৰ্জাৰী, ব্ৰেইন টিউমাৰ, নাৰ্ভৰ যিকোনো সমস্যা,নাৰ্ভৰ অপাৰেশ্যন, মাইগ্ৰেইন, মুৰৰ বিষ, ককাঁলৰ বিষ, হাত-ভৰিৰ বিষ, মূৰ ঘূৰোৱাৰ ফলত হোৱা বমি, স্নায়ু ইনফেক্সন, হাত-ভৰি ঝিন-ঝিন কৰা, যিকোনো শৰীৰৰ বিষ আদি

চিকিৎস্যাৰ স্থানঃ Medical, Police point, Doboka Town, Hojai Assam

যোগাযোগৰ নম্বৰঃ 69005386699

Today available
01/03/2026

Today available

Address

Police Point, Doboka Town : Hojai
Hojai
782440

Website

Services

Specialties

Alerts

Be the first to know and let us send you an email when Sewa Medical - Chemist & Druggist posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share