Nalbari Eye Hospital

Nalbari Eye Hospital Premier Eye Hospital of Northeast India. Dedicated to the people of Northeast since last 35 years

All major eye surgery done everyday except Sunday with state of the art surgical facilities and comfortable indoor survices

সদৌটিলৈ পৱিত্ৰ বাথৌ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
27/01/2026

সদৌটিলৈ পৱিত্ৰ বাথৌ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

গৌৰৱোজ্জ্বল গণৰাজ্য দিৱস উপলক্ষে আজি আমাৰ নলবাৰী চকু চিকিৎসালয়ত ৰাষ্ট্ৰীয় পতাকা উন্মোচনৰ কিছু দৃশ্যাংশ :-
26/01/2026

গৌৰৱোজ্জ্বল গণৰাজ্য দিৱস উপলক্ষে আজি আমাৰ নলবাৰী চকু চিকিৎসালয়ত ৰাষ্ট্ৰীয় পতাকা উন্মোচনৰ কিছু দৃশ্যাংশ :-

JAI HIND 🇮🇳
26/01/2026

JAI HIND 🇮🇳

শুভসৰস্বতী পূজা 🌿
23/01/2026

শুভ
সৰস্বতী পূজা 🌿

অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ হিয়াভৰা ওলগ যাঁচিলো।ভোগালীৰ আনন্দই আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা।
14/01/2026

অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ হিয়াভৰা ওলগ যাঁচিলো।
ভোগালীৰ আনন্দই আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা।

নলবাৰী চকু চিকিৎসালয়ৰ প্ৰাণ প্ৰতিষ্ঠাতা, সন্মানীয় সঞ্চালক, প্ৰসিদ্ধ চকু চিকিৎসক তথা সাহিত্যিক মাননীয় ডাঃ শুভ্ৰকিংকৰ গোস্...
04/01/2026

নলবাৰী চকু চিকিৎসালয়ৰ প্ৰাণ প্ৰতিষ্ঠাতা, সন্মানীয় সঞ্চালক, প্ৰসিদ্ধ চকু চিকিৎসক তথা সাহিত্যিক মাননীয় ডাঃ শুভ্ৰকিংকৰ গোস্বামী ডাঙৰীয়াৰ আজি পবিত্ৰ ওপজা দিন।
তেখেতৰ এই বিশেষ দিনটোত মংগলময় শুভেচ্ছা আৰু শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে এই প্ৰতিষ্ঠানৰ চিকিৎসক তথা কৰ্মচাৰীবৃন্দই অতি উলাহেৰে জন্মদিন পালন কৰোঁ। আমাৰ অভিভাৱকস্বৰূপ সন্মানীয় গোস্বামী মহোদয়ৰ অকৃত্ৰিম মৰম, মাৰ্গদৰ্শনৰ প্ৰেৰণামূলক বাৰ্তাই আমাক আৱৰি ৰাখে।
মহোদয়ৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।

Subhra Kinkor Goswami

জয়গুৰু শংকৰঅসমীয়া সমাজ-সংস্কৃতিৰ আধ্যাত্মিক মাৰ্গ দৰ্শনৰ অন্যতম সাধক, সত্ৰীয় ধৰ্মৰ প্ৰচাৰক তথা বৰপেটা সত্ৰৰ সন্মানীয় বুঢ...
31/12/2025

জয়গুৰু শংকৰ

অসমীয়া সমাজ-সংস্কৃতিৰ আধ্যাত্মিক মাৰ্গ দৰ্শনৰ অন্যতম সাধক, সত্ৰীয় ধৰ্মৰ প্ৰচাৰক তথা বৰপেটা সত্ৰৰ সন্মানীয় বুঢ়া সত্ৰাধিকাৰ শ্ৰীযুত বাবুল চন্দ্ৰ দাস ডাঙৰীয়াৰ নিজ বাসগৃহত নলবাৰী চকু চিকিৎসালয়ৰ ফালৰ পৰা এক বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

নলবাৰী চকু চিকিৎসালয়ৰ সন্মানীয় সঞ্চালক ডাঃ শুভ্ৰকিংকৰ গোস্বামী ডাঙৰীয়াই সন্মানীয় সত্ৰাধিকাৰ গৰাকীক আৰু তেখেতৰ পৰিয়ালবৰ্গক অনাগত দিনবোৰত বিনামূলীয়াকৈ চকু চিকিৎসা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

🎄✨👁️ This Christmas, we wish you warmth, happiness, and moments that truly matter, along with clear, healthy vision.As t...
25/12/2025

🎄✨👁️ This Christmas, we wish you warmth, happiness, and moments that truly matter, along with clear, healthy vision.

As the New Year begins 🎉🌟, may it bring good health 🩺, peace of mind 🤍, and the comfort of seeing life clearly 👀✨.

Thank you for trusting us with your eyes .
We’re grateful to care for your vision today and in the year ahead. 🎁👁️

Merry Christmas & Happy New Year to all.

📍 Nalbari Eye Hospital
🏥 College Road, Nalbari – 781335, Assam
📞 Call Us: 088229 11122 | 98641 49420
🌐 Website: www.nalbarieyehospital.in
📧 Email: nalbarieyehospital@gmail.com
⏰ Timing: 8:00 AM – 6:00 PM (Open All Days)
📘 Follow Us on Facebook: Nalbari Eye Hospital
👉 Book Your Consultation Now! 👁️

Address

Nalbari
781335

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 10am - 3pm

Telephone

+19864149420

Alerts

Be the first to know and let us send you an email when Nalbari Eye Hospital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Nalbari Eye Hospital:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category