
28/01/2024
*HEALTH CURE CLINIC AND DIAGNOSTIC CENTRE* উদ্যোগত নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ ডা উষ্মিতা চৌধুৰীৰ সহযোগত ৰবিবাৰে(২৮/০১/২০২৪) কামৰূপ জিলাৰ শনিয়াদি ত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হোৱা সময় চোৱাৰ দৃশ্য ।
উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰত অঞ্চলটোৰ ৰোগী সকলৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ লগতে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা পৰামৰ্শ প্ৰদান কৰা হয় ।