Care Home Physiotherapy Clinic, Gopal Bazar Nalbari

Care Home Physiotherapy Clinic, Gopal Bazar Nalbari Making people healthy and fit...

নামেই যাৰ পৰিচয় জুবিন গাৰ্গৰ অকাল মৃত্যুত তেখেতলৈ কেয়াৰ হোম ফিজিওথেৰাপি ক্লিনিকৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি...
19/09/2025

নামেই যাৰ পৰিচয় জুবিন গাৰ্গৰ অকাল মৃত্যুত তেখেতলৈ কেয়াৰ হোম ফিজিওথেৰাপি ক্লিনিকৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলো 🙏🙏🙏

  বিশ্বকৰ্মা পূজাৰ শুভেচ্ছাৰে....Care Home Physiotherapy Clinic, Gopal Bazar Nalbari
17/09/2025


বিশ্বকৰ্মা পূজাৰ শুভেচ্ছাৰে....
Care Home Physiotherapy Clinic, Gopal Bazar Nalbari

    Care Home Physiotherapy Clinic, Gopal Bazar Nalbari
14/09/2025



Care Home Physiotherapy Clinic, Gopal Bazar Nalbari

বিশ্ব ফিজিওথেৰাপি দিৱস উপলক্ষে নলবাৰী জিলাৰ প্ৰথমখন ফিজিওথেৰাপি চেন্টাৰ "কেয়াৰ হোম ফিজিওথেৰাপি ক্লিনিক"ত অনুষ্ঠুপীয়াকৈ...
08/09/2025

বিশ্ব ফিজিওথেৰাপি দিৱস উপলক্ষে নলবাৰী জিলাৰ প্ৰথমখন ফিজিওথেৰাপি চেন্টাৰ "কেয়াৰ হোম ফিজিওথেৰাপি ক্লিনিক"ত অনুষ্ঠুপীয়াকৈ আজি বিশ্ব ফিজিওথেৰাপি দিৱস পালন কৰা হয়। এইবাৰৰ বিশ্ব ফিজিওথেৰাপি দিৱসৰ মূল লক্ষ্য অনুসৰি বয়সস্থ লোকসকলক আজি আবেলি ক্লিনিকত বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱা হয় ।

সুধাকণ্ঠ ড. ভূপেন হাজৰিকা দেৱৰ ওপজা দিনত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো🙏🙏🙏
08/09/2025

সুধাকণ্ঠ ড. ভূপেন হাজৰিকা দেৱৰ ওপজা দিনত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো🙏🙏🙏

কাইলৈ ৮ চেপ্তেম্বৰ বিশ্ব ফিজিওথেৰাপি দিৱস উপলক্ষে কেয়াৰ হোম ফিজিওথেৰাপি ক্লিনিকৰ উদ্যোগত বিনামূলীয়া ফিজিওথেৰাপি চিকিৎস...
07/09/2025

কাইলৈ ৮ চেপ্তেম্বৰ বিশ্ব ফিজিওথেৰাপি দিৱস উপলক্ষে কেয়াৰ হোম ফিজিওথেৰাপি ক্লিনিকৰ উদ্যোগত বিনামূলীয়া ফিজিওথেৰাপি চিকিৎসা সেৱা আগবঢ়োৱা হয়। এইবাৰৰ ফিজিওথেৰাপি দিৱসৰ মূল বিষয়বস্তু আছিল "বয়সস্থ সকলৰ স্বাস্থ্য", গতিকে এই উদ্দেশ্য আগত ৰাখি নলবাৰীৰ বিজুলী নগৰত অৱস্থিত জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী মুজিবৰ ৰহমান ডাঙৰীয়াৰ "শান্তি নিবাস বৃদ্ধাশ্ৰম"ত থকা প্ৰায় অৰ্ধশতাধিক বৃদ্ধ লোকৰ বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ লক্ষৰে বিনামূলীয়াকৈ ফিজিওথেৰাপি চিকিৎসা সেৱা আগবঢ়োৱা হয়। তাৰেই কিছু দৃশ্যাংশ...

06/09/2025
  শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত শ্ৰদ্ধাৰ শিক্ষাগুৰু সকললৈ কেয়াৰ হোম ফিজিওথেৰাপি ক্লিনিকৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছো 🙏🙏...
05/09/2025



শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত শ্ৰদ্ধাৰ শিক্ষাগুৰু সকললৈ কেয়াৰ হোম ফিজিওথেৰাপি ক্লিনিকৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছো 🙏🙏🙏

 #শুভ_গনেশ_চতুৰ্থী
27/08/2025

#শুভ_গনেশ_চতুৰ্থী

শ্ৰী মন্ত শংকৰ                হৰি ভকতৰ               জানা যেন কল্পতৰু ।তাহান্ত বিনাই                 নাহি নাহি নাহি     ...
25/08/2025

শ্ৰী মন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতৰু ।
তাহান্ত বিনাই নাহি নাহি নাহি
আমাৰ পৰম গুৰু।।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে তেখেতৰ চৰণত প্ৰণিপাত জনালো🙏🙏🙏

Happy 79th Independence day
15/08/2025

Happy 79th Independence day

09/08/2025

Address

Gopal Bazar , Opposite Podum Pukhuri
Nalbari

Opening Hours

Monday 10am - 7pm
Tuesday 10am - 7pm
Wednesday 10am - 7pm
Thursday 10am - 7pm
Friday 10am - 7pm
Saturday 10am - 7pm
Sunday 10am - 7pm

Telephone

+917896573635

Website

Alerts

Be the first to know and let us send you an email when Care Home Physiotherapy Clinic, Gopal Bazar Nalbari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram