DrX Mili Health Care

DrX Mili Health Care DrX Mili Health Care promotes healthy lifestyle and beauty

এতিয়া ডিব্ৰুগড়/ গুৱাহাটী নগলেও আমাৰ ইয়াতে দেখুৱাব পাৰিব। অহা দেওবাৰে লগ কৰিব পাৰিব। আগতীয়াকৈ নামভৰ্তিৰ বাবে যোগাযোগ ...
14/02/2025

এতিয়া ডিব্ৰুগড়/ গুৱাহাটী নগলেও আমাৰ ইয়াতে দেখুৱাব পাৰিব। অহা দেওবাৰে লগ কৰিব পাৰিব। আগতীয়াকৈ নামভৰ্তিৰ বাবে যোগাযোগ কৰিব -৭০০২২৩১৯০৫
Drx Mili Healthcare
DrX Mili Health Care
Neurologist
NEUROSURGERY

পেটৰ গেছৰ অসুবিধাৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব?১. মচলাযুক্ত আহাৰ, বেছি তেল দিয়া খাদ্য কমাই খাব।2. নিশা পাৰিলে নিৰামিষ ভোজন ...
08/02/2025

পেটৰ গেছৰ অসুবিধাৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব?

১. মচলাযুক্ত আহাৰ, বেছি তেল দিয়া খাদ্য কমাই খাব।
2. নিশা পাৰিলে নিৰামিষ ভোজন কৰিব।
3. নিশা আহাৰ খোৱাৰ পাছত কমেও ১ ঘণ্টাৰ পাছতহে শুবলৈ যাব।
4. আহাৰ খোৱাৰ পাছত কমেও ১৫ মিনিট চোতালত বা ঘৰৰ ভিতৰত খোজ কাঢ়িব।
5. সময়ত শুৱা আৰু সময়ত উঠা নিয়মিত কৰিব।
6. পুৱাই উঠি কমেও ৩০ মিনিট Exercise কৰিব।
7. খালী পেটত কেতিয়াও মদ্যপান নকৰিব। মাংস জাতীয় খাদ্য কেৱল দিনৰ ভাগতহে খাব।
8. যিমান পাৰে খাদ্য আধা কৈ খাব চেষ্টা কৰিব।
9. বেছিকৈ চিন্তাত ব্ৰতী হৈ নাথাকিব।
অধিক জানিবৰ বাবে যোগাযোগ কৰিব DRX MILI HEALTH CARE AND SUSMITA CLINIC NORTH LAKHIMPUR -7002231905

অহা ৯ তাৰিখে, অৰ্থাৎ দেওবাৰে পুৱা ৮ বজাৰ পৰা উপস্থিত থাকিব। ৰোগীয়ে লগ কৰিব পাৰিব।Drx Mili Healthcare Papori Taid Pranja...
07/02/2025

অহা ৯ তাৰিখে, অৰ্থাৎ দেওবাৰে পুৱা ৮ বজাৰ পৰা উপস্থিত থাকিব। ৰোগীয়ে লগ কৰিব পাৰিব।

Drx Mili Healthcare
Papori Taid Pranjal Tayung

Available for consultation
06/02/2025

Available for consultation

CHOLELITHIASIS OT
06/02/2025

CHOLELITHIASIS OT

GALLBLADDER STONE SURGERY DONE BY DR ASHINTA PEGU.MBBS.MS

SUNDAY OPD DR A PEGU MBBS.MS(GMCH)GENERAL AND LAPROSCOPIC SURGEON & BREAST CANCER SURGEON AVAILABLE TODAY FOR PATIENTS C...
02/02/2025

SUNDAY OPD

DR A PEGU MBBS.MS
(GMCH)
GENERAL AND LAPROSCOPIC SURGEON & BREAST CANCER SURGEON

AVAILABLE TODAY FOR PATIENTS CONSULTATION

DRX MILI HEALTH CARE AND SUSMITA CLINIC A MULTI SPECIALITY DOCTOR CHAMBER FOR PATIENT APPOINTMENT PLEASE CALL 070022 319...
22/01/2025

DRX MILI HEALTH CARE AND SUSMITA CLINIC

A MULTI SPECIALITY DOCTOR CHAMBER

FOR PATIENT APPOINTMENT PLEASE CALL 070022 31905

Available for consultation Do connect 070022 31905
18/01/2025

Available for consultation

Do connect 070022 31905

14/01/2025

আপোনালোক সকলোলৈ ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা ডি আৰ এক্স মিলি হেলথ কেয়াৰ এণ্ড সুস্মিতা ক্লিনিক পৰিয়ালৰ ফালৰ পৰা। সুস্থ থাকক তাৰেই কামনা কৰিলোঁ। 🙏🙏

অহা 12/01/25 তাৰিখ দেওবাৰে DRX MILI HEALTH CARE ত পুৱা ৯ বজাৰ পৰা নাক কাণ আৰু ডিঙি বিশেসজ্ঞ ডাঃ এম কে মিলি কনছাল্টেছন ৰ ...
11/01/2025

অহা 12/01/25 তাৰিখ দেওবাৰে DRX MILI HEALTH CARE ত পুৱা ৯ বজাৰ পৰা নাক কাণ আৰু ডিঙি বিশেসজ্ঞ ডাঃ এম কে মিলি কনছাল্টেছন ৰ বাবে উপলব্ধ থাকিব। আগতীয়াকৈ এপনইন্টমেনৰ বাবে
7002231905
নম্বৰত যোগাযোগ কৰিব পাৰে।

Address

SOYUM COMPLEX, MOIDOMIA NORTH LAKHIMPUR
North Lakhimpur
787032

Opening Hours

Monday 8am - 9:30pm
Tuesday 8am - 9:30pm
Wednesday 8am - 9:30pm
Thursday 8am - 9:30pm
Friday 8am - 9:30pm
Saturday 8:30am - 9:30pm
Sunday 9am - 7pm

Alerts

Be the first to know and let us send you an email when DrX Mili Health Care posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category