National Health Mission Assam

National Health Mission Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from National Health Mission Assam, North Lakhimpur.

23/08/2024
18/08/2024

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ হৈছে এক অভিলাষী সংযোজন৷ নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰে এক সুন্দৰ ভৱিষ্যতৰ ইংগিত বহন কৰিছে৷ এই পদক্ষেপে বিদ্যুতৰ খৰচ নিশ্চিতকৈ ৰাহি কৰিব আৰু সেইবাবে মানুহে উৎসাহেৰে সৌৰ পেনেল স্থাপন কৰিছে।

অসম চৰকাৰে শেহতীয়াকৈ এই আঁচনিৰ বাবে ৰাজ্যিক ৰাজসাহায্য হিচাপে ২৮ লাখ টকা মুকলি কৰি দিছে। এই সুদূৰপ্ৰসাৰী পদক্ষেপেৰে আমি এখন সেউজ আৰু বহনক্ষম ৰাজ্যৰ দিশে গতি কৰিছোঁ।

CMO Assam

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when National Health Mission Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share