Dr Rahul kalita,Gold medalist ,medicine

Dr Rahul kalita,Gold medalist ,medicine rahulrangiya9396@gmail.com

medicine specialist

8822694940....WhatsApp number...
(1)

01/05/2026

মহিলা মানুহৰ গাঁঠিৰ বিষ, muscle pain' ইত্যাদি কিয় হয় ? এইখিনি কৰিলে নিশ্চয় বহুত সুফল পাব, যি যি জানিব বিচাৰে মোক comment কৰিব।

29/04/2026

Insulin ৰ বিষয় কিছু নজনা কথা ,আজিৰ আড্ডা ৰঙিয়া তিনিআলি ত।আমি সকলোৱে মিলি diabtes ক পৰাজিত কৰিব লাগিব ,যি যি আপোনালোকে জানিব বিচাৰে comment কৰিব,মই সকলো সামৰি video বনাম।

21/04/2026

Acalculous cholecystitis ?gall bladder ৰ stone নহলে cholecystitis হব পৰেনে। দ্বিতীয় ভাগ চাব, middle class মানুহ আমি,কিন্তু কেনেদৰে আমি আগুৱাই যাম,মোৰ ভাইটি ভন্টি হতক উদ্দেশ্যি কিছু কথা।

14/04/2026

কিছু অভিজ্ঞতা,কিছু অনুভূতি,জীৱনত কষ্ট কৰা স্বভাৱ কৰ পৰা আহৰণ কৰিলোঁ,আপোনালোকৰ মতামত জনাব।

05/04/2026

কম দিনৰ ভিতৰতে hslc hs আদি পাঠ্যক্ৰমৰ chapter wise video বিশেষকৈ science related chapters দিবলৈ যত্ন কৰিম, লক্ষ্য এটাই ,social media যোগেৰে হলেও যাতে students ৰ উপকাৰ হয়।।।।।

আবেলি সময়ত ককা আইতাৰ লগত।
04/04/2026

আবেলি সময়ত ককা আইতাৰ লগত।

02/04/2026

আজি নিজৰ health checkup কৰাই ললোঁ,দুগৰাকী মৰমিয়াল চিকিৎসকৰ হতুৱাই।

01/04/2026

তেতিয়াৰ সময় এতিয়াৰ সময়, মাতৃৰ সৈতে হোৱা কিছু বাৰ্তালাপ,তেতিয়াৰ গুৱাহাটী বিশ্ববিদ্যালয় কেনেকুৱা আছিল বাৰু, তেতিয়া মানুহে কিমান কষ্ট কৰিছিল school ,college যাবলৈ, যদি কথাবোৰ ভাল লাগিল জনাবচোন , লগতে মাক লগ পোৱা তেতিয়াৰ বান্ধৱী বা বন্ধু থাকিলে নিশ্চয় কৈ জনাব।।

31/03/2026

Stress কেনেদৰে আঁতৰাই ৰাখিম। আকৌ কও positivity spread কৰক,negativity ইতিমধ্যে আমাক বহুত গ্ৰাস কৰিছে।

বতৰৰ তাগিদা।
28/03/2026

বতৰৰ তাগিদা।

23/03/2026

হঠাৎ ৰাগ উঠে নেকি, নকব লগা কথা কৈ উঠি অনুতাপ হয় ?কেনেদৰে মগজু শান্ত ৰাখিব পৰা যায়, আহক জানি লওঁ।

Address

Rangia

Website

Alerts

Be the first to know and let us send you an email when Dr Rahul kalita,Gold medalist ,medicine posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category