State Veterinary Dispensary, Konwarting

State Veterinary Dispensary, Konwarting State Veterinary Dispensary, Konwarting(Sivasagar)

15/06/2025
Dear DrSangeeta Das Warmest congratulations on your achievement ❤️  .Govt. of Assam, Khanupara-781022
19/03/2025

Dear DrSangeeta Das Warmest congratulations on your achievement ❤️


.

Govt. of Assam, Khanupara-781022

Congratulations Dr Rajen Sharma Sharma Sirwe are always with you ❤️Sivasagar Dvo State Veterinary Hospital, Phukan Nagar...
15/03/2025

Congratulations Dr Rajen Sharma Sharma Sir
we are always with you ❤️
Sivasagar Dvo
State Veterinary Hospital, Phukan Nagar, Sivasagar
MyGov Assam
State Veterinary Dispensary, Konwarting
Borah Kamal

The Assam government on February 25, signed 14 MoUs with investors at the Advantage Assam 2.0, securing investments wort...
26/02/2025

The Assam government on February 25, signed 14 MoUs with investors at the Advantage Assam 2.0, securing investments worth ₹1,354.34 crore in the Animal Husbandry & Veterinary sector..


.0

Himanta Biswa Sarma
MyGov Assam
Rajen Sharma
State Veterinary Dispensary, Konwarting
Ratul Gogoi
Mintu Nath
DrSangeeta Das
State Veterinary Hospital, Phukan Nagar, Sivasagar
Sunita Thakuria
Borah Kamal

State Veterinary Hospital, Phukan Nagar, Sivasagar  Rajen Sharma DrSangeeta Das Ratul Gogoi Mintu Nath
19/02/2025

State Veterinary Hospital, Phukan Nagar, Sivasagar
Rajen Sharma
DrSangeeta Das
Ratul Gogoi
Mintu Nath


State Veterinary Hospital, Phukan Nagar, Sivasagar  Himanta Biswa Sarma Rajen Sharma DrSangeeta Das State Veterinary Dis...
14/02/2025

State Veterinary Hospital, Phukan Nagar, Sivasagar
Himanta Biswa Sarma
Rajen Sharma
DrSangeeta Das

State Veterinary Dispensary, Konwarting

"ব'হাগতে আমাৰে আই মহুৰা হৈ ঘূৰেমাঘত সোণৰ হাতেৰে লখিমী আদৰে"অসমৰ জাতীয় পৰম্পৰাৰ অন্যতম আধাৰ হৈছে আমাৰ বাপতি সাহোন মাঘ বিহ...
13/01/2025

"ব'হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে
মাঘত সোণৰ হাতেৰে লখিমী আদৰে"

অসমৰ জাতীয় পৰম্পৰাৰ অন্যতম আধাৰ হৈছে আমাৰ বাপতি সাহোন মাঘ বিহু। ৰং-ৰহইচ, পিঠা-পনাকে ধৰি চহকী ঐতিহ্যৰে সমৃদ্ধ ভোগালী বিহু আমাৰ জাতীয় জীৱনৰ এক সংপৃক্ত অংগ। ভোগালীৰ উলাহে সকলোৰে মনলৈ ন উদ্যম আৰু প্ৰাণলৈ কঢ়িয়াই আনক সঞ্জীৱনী শকতি, তাৰেই কামনাৰে অসমবাসীলৈ ভোগালী বিহুৰ ওলগ আৰু শুভেচ্ছা যাচিলোঁ❤️৷
DrSangeeta Das
State Veterinary Hospital, Phukan Nagar, Sivasagar
Mintu Nath
Rajen Sharma
Ratul Gogoi
Himanta Biswa Sarma

পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসম পশুধন আৰু হাঁহ - কুকুৰা নিগমৰ উদ্যোগত 'পশুধন আৰু হাঁহ-কুকুৰা মেলা ২০২৫ অধিক জানিবলৈ ন...
07/01/2025

পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসম পশুধন আৰু হাঁহ - কুকুৰা নিগমৰ উদ্যোগত 'পশুধন আৰু হাঁহ-কুকুৰা মেলা ২০২৫

অধিক জানিবলৈ নিকটৱৰ্তী পশু চিকিৎসালয়ত যোগাযোগ কৰক ।
Rajen Sharma
MyGov Assam
Himanta Biswa Sarma
DrSangeeta Das

বকতাৰ পশু চিকিৎসাৰ ক্ষেত্ৰত এজন নিষ্ঠাবান অৱসৰপ্ৰাপ্ত ক্ষেত্ৰ সহায়ক ৰঞ্জিত বুঢ়া গোহাঁই কালি বিয়লি শেষ নিশ্বাস ত্যাগ কৰি ...
07/01/2025

বকতাৰ পশু চিকিৎসাৰ ক্ষেত্ৰত এজন নিষ্ঠাবান অৱসৰপ্ৰাপ্ত ক্ষেত্ৰ সহায়ক ৰঞ্জিত বুঢ়া গোহাঁই কালি বিয়লি শেষ নিশ্বাস ত্যাগ কৰি আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গল । তেওঁৰ বিয়োগত বকতাৰ পশুপালনৰ লগত জড়িত ৰাইজে এজন এৰাব নোৱৰা সহায়কক হেৰুৱালে। প্ৰয়াত গোহাঁইৰ মৃত্যু সমাজ খনৰ বাবে এক অপূৰণীয় ক্ষতি হৈ ৰ'ব । তেখেতৰ দৰে এগৰাকী নিষ্ঠাৱান সমাজকৰ্মীৰ অকাল বিয়োগত আমি মৰ্মাহত ।
প্ৰয়াত ৰঞ্জিত বুঢ়াগোহাঁইৰ বিদেহি আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ ওচৰত মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

05/01/2025
05/01/2025

Address

Nemuguri
Sibsagar
785674

Website

Alerts

Be the first to know and let us send you an email when State Veterinary Dispensary, Konwarting posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram