Aami kumariketiya bhai

Aami kumariketiya bhai আমি কুমাৰীকেতিয়া ভাই

01/05/2024

তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ পৰা ইছলাম ধৰ্মালম্বী কেইবাগৰাকীও লোকে আগন্তুক ৯ মে' ৰ পিছত হজ যাত্ৰালৈ ৰাওনা হোৱাৰ পূৰ্বে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছু কুমাৰিকাটা আঞ্চলিকৰ উদ্যোগত হজ যাত্ৰী সকলৰ ঘৰে ঘৰে গৈ ইছলামিক ৰুমাল, টুপী আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে হজলৈ গৈ ৰাইজৰ মঙ্গলৰ অৰ্থে দোৱা প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়। হজ যাত্ৰী সকলেও বিশ্ব শান্তিৰ লগতে নিজৰ ওচৰ চুবুৰীয়া, ইষ্ট-কুটুম্ব তথা পৰিয়ালবৰ্গৰ সুখ সমৃদ্ধিৰ বাবে আল্লাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰাৰ মানসেৰে সকলোৰে আশীৰ্বাদ গ্ৰহণ কৰে।🙏🙏🤲🤲

01/05/2024

🙏🙏

Address

Tamulpur

Website

Alerts

Be the first to know and let us send you an email when Aami kumariketiya bhai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category