Dr. M S Fahmi - PT

Dr. M S Fahmi - PT Dr. M. S. For appointment -9395463359 Clinical physiothepist (Female) at PAIN PHYSIOTHERAPY AND REHABILITATION CONSULTATION - PPRC, Guwahati & Tezpur

Fahmi Ahmed, PT
BPT (GU), MPT (NEUROLOGY)
Consultant Physiotherapist,
Guwahati Physiotherapy and Rehabilitation Clinic - GPRC, Guwahati and
Pain Physiotherapy and Rehabilitation Clinic - PPRC, Tezpur, Assam, India.

On World Autism Day, we stand for awareness, acceptance, and inclusion.Every individual experiences the world in their o...
02/04/2026

On World Autism Day, we stand for awareness, acceptance, and inclusion.
Every individual experiences the world in their own unique way—and every journey deserves respect, support, and care.

At PPRC, we celebrate every unique journey—because every body and mind deserves care and understanding.

copping Therapy (কাপিং থেৰাপি )ৰ উপকাৰিতা 🩺কাপিং থেৰাপি হৈছে এটা বিকল্প চিকিৎসা পদ্ধতি, য’ত চালৰ ওপৰত বিশেষ কাপ লগাই চাপ...
02/04/2026

copping Therapy (কাপিং থেৰাপি )ৰ উপকাৰিতা 🩺

কাপিং থেৰাপি হৈছে এটা বিকল্প চিকিৎসা পদ্ধতি, য’ত চালৰ ওপৰত বিশেষ কাপ লগাই চাপ (suction) সৃষ্টি কৰা হয়। ইয়াৰ জৰিয়তে দেহত ৰক্ত চলাচল বৃদ্ধি হয় আৰু কিছুমান বিষ বা টান কম হ’ব পাৰে।

কাপিং থেৰাপিৰ মুখ্য উপকাৰিতা

1️⃣ বিষ কমায় 🦵(Pain releif)
পিঠি, ডিঙি আৰু ভৰি বিষত আৰাম দিব পাৰে।

2️⃣ ৰক্ত চলাচল বৃদ্ধি কৰে ❤️(Increase blood flow)
কাপৰ চাপৰ বাবে সেই অংশত ৰক্ত সঞ্চালন বেছি হয়।

3️⃣ পেশী ঢিলা কৰে 💪(Release tight muscles)
টান ধৰা পেশী ঢিলা কৰি আৰাম দিয়ে।

4️⃣ সুজ আৰু জ্বলা কমায় 🔥(Relief unpleasant sensations)
কেতিয়াবা গাঁঠি বা পেশীৰ সুজ কমাবলৈ সহায় কৰে।

5️⃣ দেহক আৰাম দিয়ে 😌(Body relaxation)
কাপিং থেৰাপিৰ পিছত বহু মানুহে দেহত আৰাম অনুভৱ কৰে।

সম্ভাব্য পাৰ্শ্ব প্ৰতিক্ৰিয়া

চালত লাল বা বেঙুনীয়া দাগ পৰে (কিছুদিনত আঁতৰাই যায়)

অলপ বিষ বা জ্বলা অনুভৱ হব পাৰে।

⚠️ এই চিকিৎসা অভিজ্ঞ ব্যক্তি বা প্ৰশিক্ষিত চিকিৎসকৰ দ্বাৰা কৰাটো উচিত।
With regards
Dr.M.S Fahmi (PT)
Consultant Neuro Physiotherapist
PPRC, Tezpur (Assam)
For Appointment Contact: 9395463359

The decision to deal effectively with pain.
27/02/2026

The decision to deal effectively with pain.

PAIN,PHYSIOTHERAPY AND REHABILITATION CLINIC - PPRCPPRC is one of the best physiotherapy service providers in the city o...
26/02/2026

PAIN,PHYSIOTHERAPY AND REHABILITATION CLINIC - PPRC

PPRC is one of the best physiotherapy service providers in the city of Tezpur as we have very latest and result oriented imported equipment to provide you genuinely effective electrotherapy treatment.

𝗧𝗼 𝗕𝗼𝗼𝗸 𝗔𝗽𝗽𝗼𝗶𝗻𝘁𝗺𝗲𝗻𝘁:👇 *Physiotherapy* *Call or*
👉📲 𝗪𝗵𝗮𝘁𝘀𝗔𝗽𝗽: 9395463359

Location -Panchmile-Napam road, Near Markaz Masjid Tezpur

physicaltherapy physiotherapytreatment physiotherapyclinic femalephysiotherpist pprc electrotherapy backpain muscle painrelief exercise rehabilitation shoulderpainexercises Pain Physiotherapy and Rehabilitation Clinic9395463359

Sitting jobs can be tough on the body 😩! Here are some physiotherapy tips and ergonomic adjustments to help you stay com...
05/02/2026

Sitting jobs can be tough on the body 😩! Here are some physiotherapy tips and ergonomic adjustments to help you stay comfortable and healthy:

*Workstation Setup*
- *Chair*: Adjust chair height so feet are flat on floor or on a footrest, with knees at or below hip level.
- *Monitor*: Position monitor at eye level, about 20-25 inches away.
- *Keyboard and Mouse*: Keep elbows at 90 degrees, wrists straight, and shoulders relaxed.

*Posture Tips*
- *Sit back*: Use back support, with a slight recline (100-110°).
- *Keep shoulders relaxed*: Avoid scrunching or tensing.
- *Take breaks*: Stand, stretch, and move every 30-60 minutes.

These tips can help reduce discomfort and prevent long-term issues. If you're experiencing persistent pain, consult a physiotherapist for personalized guidance 😊.
With regards -
Dr.M.S Fahmi (PT)
Consultant Neuro physiotherapist
Pain, Physiotherapy and Rehabilitation Clinic-PPRC
Panchmile-Napam road
Book your appointment -9395463359

Post surgical Physiotherapy rehab(অস্ত্ৰোপ্ৰচাৰৰ পিছত ফিজিঅ'থেৰাপিৰ দ্বাৰা পুনৰ সংস্থাপন)যিকোনো ধৰণৰ অস্ত্ৰোপ্ৰচাৰৰ পিছত...
13/04/2025

Post surgical Physiotherapy rehab(অস্ত্ৰোপ্ৰচাৰৰ পিছত ফিজিঅ'থেৰাপিৰ দ্বাৰা পুনৰ সংস্থাপন)

যিকোনো ধৰণৰ অস্ত্ৰোপ্ৰচাৰৰ পিছত বিভিন্ন অসুবিধা দেখা পোৱা যায় যেনে-
গাঁঠিৰ দৃঢ়তা(joint stiffness)
মাংসপেশীৰ দুৰ্বলতা (muscles weakness)
শিথিলতা (lose of sensation)
সঠিক বাবে লৰচৰ কৰিব নোৱাৰা(lose of co-ordinated movments)
এনে ক্ষেত্ৰত ফিজিঅথেৰাপি হ'ব পাৰে আপোনাৰ উত্তম চিকিৎসা।

Benifits of muslim's prayer (salat)
09/04/2025

Benifits of muslim's prayer (salat)

পিতৃ- মাতৃ হোৱাটো যেনেদৰে এক মধুৰ অভিজ্ঞতা, ঠিক তেনেদৰে এক বিশাল দায়িত্ব । সন্তানটি জন্ম হোৱা পিছৰে পৰা তাৰ প্ৰতিটো বিষ...
04/02/2025

পিতৃ- মাতৃ হোৱাটো যেনেদৰে এক মধুৰ অভিজ্ঞতা, ঠিক তেনেদৰে এক বিশাল দায়িত্ব । সন্তানটি জন্ম হোৱা পিছৰে পৰা তাৰ প্ৰতিটো বিষয়ৰ প্ৰতি চকু ৰাখক। সঠিক সময়ত সঠিক ভাৱে শাৰীৰিক আৰু মানসিক বিকাশ হৈ আছে নে নাই লক্ষ্য কৰক। যদিহে আপোনাৰ সন্তানটিত তলত উল্লেখ কৰা লক্ষণ সমূহ দেখা পায়, তেন্তে আপোনাৰ সন্তানৰ ফিজিঅ 'থেৰাপি চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে-

* শিশুটোৱে যদি ‌৮ মাহলৈকে বহা নাই।
* শিশুটোৱে যদি ১২ মাহলৈকে বগাই যাব (crawling) পাৰা নাই।
* শিশুটোৱে যদি ১৮ মাহলৈকে খোজকাঢ়া নাই।
* শিশুটোৱে যদি যিকোনো এটা ফালে মূখ কৰি শুব বিচাৰে।
* শিশুটোৱে যদি ৬ মাহতকৈ অধিক সময় ভৰিৰ আঙুলিত (toe walk) খোজকাঢ়ে।
তদুপৰি শিশুটিৰ মাত-কথা, অংগি-ভংগি, সক্ৰিয়তাৰ প্ৰতি নজৰ ৰাখক।

আন্তৰিক শুভেচ্ছা,
ডাঃ এম.এচ . ফাহমী (পিটি)
বিপিটি, চিএমটি, এমপিটি (স্নায়ুবিজ্ঞান)
পেইন,ফিজিঅ'থেৰাপি এন্ড ৰিহেবিলিটেশ্বন ক্লিনিক - পাচঁমাইল, তেজপুৰ
গুৱাহাটী পেইন, ফিজিঅ'থেৰাপি এন্ড ৰিহেবিলিটেশ্বন ক্লিনিক - হাতিগাওঁ চাৰিআলি,নীল কমল পথ, গুৱাহাটী
যোগাযোগ -৯৩৯৫৪৬৩৩৫৯

Physical therapy for ligament injuriesPhysical therapy can help to improve joint movement, relieve pain, and prevent per...
28/12/2024

Physical therapy for ligament injuries
Physical therapy can help to improve joint movement, relieve pain, and prevent permanent damage to the ligament. PT can also return patients to peak form after surgery or even help them to avoid surgery altogether.

Only a little care can keep you healthy...         (GPRC) (PPRC)  9395463359
07/12/2024

Only a little care can keep you healthy...

(GPRC)
(PPRC)
9395463359

শীতকালত সাধাৰণতে গাঁঠিৰ বিষ বাঢ়ি যায়!এতিয়া শীতকাল চলি আছে, এই সময়ত মানুহৰ শৰীৰৰ বিভিন্ন গাঁঠিৰ বিষ বাঢ়ি যায় যিটো অ...
04/12/2024

শীতকালত সাধাৰণতে গাঁঠিৰ বিষ বাঢ়ি যায়!
এতিয়া শীতকাল চলি আছে, এই সময়ত মানুহৰ শৰীৰৰ বিভিন্ন গাঁঠিৰ বিষ বাঢ়ি যায় যিটো অতি বেদনাদায়ক, বিশেষকৈ বৃদ্ধৰ ক্ষেত্ৰত।
এই বিষৰ পৰা হাত সাৰিবলৈ যিমান পাৰি ঠাণ্ডা পৰিহাৰ কৰক।
যিকোনো বিষৰ বাবে ঘৰতে কিছু লঘু ব্যায়াম কৰক, নিয়মিতভাৱে খোজ কঢ়াৰ অভ্যাস কৰিব পাৰে আৰু অত্যন্ত বিষৰ বাবে ফিজিঅ’থেৰাপি চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ থাকিব পাৰে।

আন্তৰিক শুভেচ্ছা,
ডাঃ এম.এচ . ফাহমী (পিটি)
বিপিটি, চিএমটি, এমপিটি (স্নায়ুবিজ্ঞান)
পেইন,ফিজিঅ'থেৰাপি এন্ড ৰিহেবিলিটেশ্বন ক্লিনিক - পাচঁমাইল, তেজপুৰ
গুৱাহাটী পেইন, ফিজিঅ'থেৰাপি এন্ড ৰিহেবিলিটেশ্বন ক্লিনিক - হাতিগাওঁ চাৰিআলি,নীল কমল পথ, গুৱাহাটী
যোগাযোগ -৯৩৯৫৪৬৩৩৫৯

They are not disabled, they are just differently abled...
03/12/2024

They are not disabled, they are just differently abled...

Address

Tezpur
784025

Opening Hours

Monday 7am - 11pm
Tuesday 7am - 11pm
Wednesday 7am - 11pm
Thursday 7am - 11pm
Friday 7am - 11pm
Saturday 9am - 11pm
Sunday 9am - 11pm

Telephone

+917086041354

Website

Alerts

Be the first to know and let us send you an email when Dr. M S Fahmi - PT posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr. M S Fahmi - PT:

Share

Category