GATE Hospital- Baihata

  • Home
  • GATE Hospital- Baihata

GATE Hospital- Baihata Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from GATE Hospital- Baihata, Hospital, .

চিলাৰায় দিৱসৰ পৱিত্ৰ ক্ষণত মহান বীৰযোদ্ধাগৰাকীক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছো...
05/02/2023

চিলাৰায় দিৱসৰ পৱিত্ৰ ক্ষণত মহান বীৰযোদ্ধাগৰাকীক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছো...

04/02/2023

কৰ্কট ৰোগৰ সৈতে দিয়া যুঁজত ধৈৰ্য, সাহস আৰু মনোবল বৰ প্ৰয়োজনীয়। আপোন মানুহ আৰু শুভাকাঙ্খীৰ পৰা পোৱা সঁহাৰিয়ে ৰোগীৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি কৰে। গতিকে আহক, সকলোৱে একেলগ হৈ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰতিজ্ঞাবদ্ধ হওঁ।

টাই আহোমসকলৰ ধৰ্মীয় সামাজিক উৎসৱ "মে-ডাম-মে-ফি"ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি সকলো ৰাইজৰ মংগল কামনা কৰিলোঁ।
31/01/2023

টাই আহোমসকলৰ ধৰ্মীয় সামাজিক উৎসৱ "মে-ডাম-মে-ফি"ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি সকলো ৰাইজৰ মংগল কামনা কৰিলোঁ।

"Leprosy", অৰ্থাৎ কুষ্ঠৰোগৰ পৰা পৰিত্ৰাণ পোৱা এতিয়া সম্ভৱ। সঠিক চিকিৎসা গ্ৰহণ কৰি আৰু কিছু সাৱধানতা অৱলম্বন কৰি কুষ্ঠৰো...
30/01/2023

"Leprosy", অৰ্থাৎ কুষ্ঠৰোগৰ পৰা পৰিত্ৰাণ পোৱা এতিয়া সম্ভৱ। সঠিক চিকিৎসা গ্ৰহণ কৰি আৰু কিছু সাৱধানতা অৱলম্বন কৰি কুষ্ঠৰোগৰ পৰা হাত সাৰিব পাৰি। গতিকে, কুষ্ঠৰোগ নিৰ্মূল কৰিবলৈ সময়মতে পদক্ষেপ গ্ৰহণ কৰক।

26/01/2023

সকলোকে গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

লিংগ বৈষম্য দূৰ কৰি কন্যা সন্তানৰ অধিকাৰ সুনিশ্চিত কৰোঁ আহক।
24/01/2023

লিংগ বৈষম্য দূৰ কৰি কন্যা সন্তানৰ অধিকাৰ সুনিশ্চিত কৰোঁ আহক।

ভাৰতৰ স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা পালন কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিৱসত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো।
23/01/2023

ভাৰতৰ স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা পালন কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিৱসত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো।

"তোৰে মোৰে আলোকৰে যাত্ৰাঅব্যৰ্থ অব্যৰ্থ..."শিল্পী দিৱসত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধাৰে সুঁৱৰিছো।
17/01/2023

"তোৰে মোৰে আলোকৰে যাত্ৰা
অব্যৰ্থ অব্যৰ্থ..."

শিল্পী দিৱসত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধাৰে সুঁৱৰিছো।

গেট হস্পিতাল সদায় ৰাইজৰ সেৱাত
14/01/2023

গেট হস্পিতাল সদায় ৰাইজৰ সেৱাত

অসম দিৱস' ৰ পৱিত্ৰ দিনটোত সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং-ছ্যু-কা-ফাক স্ম...
02/12/2022

অসম দিৱস' ৰ পৱিত্ৰ দিনটোত সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং-ছ্যু-কা-ফাক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাইছোঁ

Everyone deserves equal treatment. This  , let's bring a smile on the faces of everyone in need through equal care and b...
01/12/2022

Everyone deserves equal treatment. This , let's bring a smile on the faces of everyone in need through equal care and build a healthier society together.

জ্ঞানপীঠ বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক, অসম ৰত্ন ড° মামণি ৰয়ছম গোস্বামী বাইদেউৰ আজি স্মৃতিদিৱসত তেখেতক গভীৰ শ্ৰদ্ধা নিব...
29/11/2022

জ্ঞানপীঠ বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক, অসম ৰত্ন ড° মামণি ৰয়ছম গোস্বামী বাইদেউৰ আজি স্মৃতিদিৱসত তেখেতক গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।

Address


781380

Telephone

+918011447554

Website

Alerts

Be the first to know and let us send you an email when GATE Hospital- Baihata posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to GATE Hospital- Baihata:

  • Want your practice to be the top-listed Clinic?

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram