M4M MAN FOR MAN,
It is a help/relief/service group among the people of sorbhog constituency at first
M4M

1 no. Katajhar pathar ৰ - Sujal Das, cancer ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বুলি   ক জনোৱাতJu...
18/07/2025

1 no. Katajhar pathar ৰ - Sujal Das, cancer ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বুলি ক জনোৱাত
Julfikar Rahman ৰ জৰিয়তে অক্সিজেন গেছ চিলিন্ডাৰ ৰোগীৰ পৰিয়ালৰ Pankaj Das লৈ প্ৰদান কৰা হয়।
M4M ৰ পৰা ৰোগী জনৰ আৰোগ্য কামনা কৰা হয়।

  জিলাৰ, Katajar, Ghuramara ৰ Sahebani Nessa, heart ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বুলি M4M ...
30/06/2025

জিলাৰ,
Katajar, Ghuramara ৰ Sahebani Nessa, heart ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বুলি M4M ক জনোৱাত, Julfikar Rahman ৰ জৰিয়তে অক্সিজেন গেছ চিলিন্ডাৰ ৰোগীৰ পৰিয়ালৰ Sanidul Hussain লৈ প্ৰদান কৰা হয়।
M4M ৰ পৰা ৰোগী জনৰ আৰোগ্য কামনা কৰা হয়।

03/10/2024
M4M মানুহ মানুহৰ বাবে উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ
19/07/2024

M4M মানুহ মানুহৰ বাবে উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

অহা 18/07/2024 তাৰিখ বৃহস্পতি বাৰে বৰপেটাৰোড চিমলাগুৰি ত অৱস্থিত ট্ৰাক শ্ৰমিক ইউনিয়ন কাৰ্যালয়ত বিনামূলীয়া চকু পৰীক্ষা...
16/07/2024

অহা 18/07/2024 তাৰিখ বৃহস্পতি বাৰে বৰপেটাৰোড চিমলাগুৰি ত অৱস্থিত ট্ৰাক শ্ৰমিক ইউনিয়ন কাৰ্যালয়ত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হব। এই শিবিৰ ত ৰাতিপুৱা 11 বজাৰ গুৱাহাটীৰ আগশাৰীৰ চকু চিকিৎসালয় "শঙ্কৰদেৱ নেত্ৰালয় " ৰ কেবাগৰাকীও অভিজ্ঞ চকু চিকিৎসকে চকু পৰীক্ষা কৰিব।
স্বেছাসেবী সংগঠন M4M মানুহ মানুহৰ বাবে ৰ উদ্যোগত আৰু শঙ্কৰদেৱ নেত্ৰালয়ৰ সহযোগত চকু পৰীক্ষা শিবিৰ টো অনুষ্ঠিত হব।
চকু পৰীক্ষাৰ শেষত যদিহে অপাৰেচন ৰ প্ৰয়োজন হয় তেনেহলে প্ৰয়োজন সাপেক্ষে বিনামূলীয়াকৈ অপাৰেচন গুৱাহাটীত কৰা হব বুলি নেত্ৰালয়ৰ পক্ষৰ পৰা জানিবলৈ দিছে।
সকলো ৰাইজৰ সহযোগ কামনা কৰা হল।

বৰপেটা জিলাৰ, SORBHOG, WARD NO=9 ৰ UMA DAS ADHIKARY, hepatic failure ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়ো...
16/07/2024

বৰপেটা জিলাৰ, SORBHOG, WARD NO=9
ৰ UMA DAS ADHIKARY, hepatic failure
ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বুলি M4M ক জনোৱাত, Bisnu Das ৰ জৰিয়তে অক্সিজেন গেছ চিলিন্ডাৰ ৰোগীৰ পৰিয়াললৈ প্ৰদান কৰা হয়।
M4M ৰ পৰা ৰোগী জনৰ আৰোগ্য কামনা কৰা হয়।

বৰপেটা জিলাৰ, Khairabari ৰ Halima Khatun(54), Brain tumour ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বু...
01/07/2024

বৰপেটা জিলাৰ,
Khairabari ৰ Halima Khatun(54), Brain tumour ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বুলি M4M ক জনোৱাত, Julfikar Rahman ৰ জৰিয়তে অক্সিজেন গেছ চিলিন্ডাৰ ৰোগীৰ পৰিয়াললৈ প্ৰদান কৰা হয়।
M4M ৰ পৰা ৰোগী জনৰ আৰোগ্য কামনা কৰা হয়।

Tonight, বৰপেটা জিলাৰ, Kalahabhanga word no.3 ৰ Kamala devnath, Gollblader stone (Gallstones) ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্...
21/11/2023

Tonight,
বৰপেটা জিলাৰ,
Kalahabhanga word no.3 ৰ Kamala devnath, Gollblader stone (Gallstones) ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বুলি M4Mৰ Mathura Das ক জনোৱাত, জুলফিকৰ ৰহমানৰ জৰিয়তে অক্সিজেন গেছ চিলিন্ডাৰ ৰোগীৰ পৰিয়াললৈ প্ৰদান কৰা হয়।
M4M ৰ পৰা ৰোগী জনৰ আৰোগ্য কামনা কৰা হয়।

Yesterday at midnight, বৰপেটা জিলাৰ, Khairabari গাঁৱৰ Afsar Ali heart ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়...
15/11/2023

Yesterday at midnight,
বৰপেটা জিলাৰ, Khairabari গাঁৱৰ Afsar Ali heart ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বুলি M4Mৰ Khalilur Rahaman ক জনোৱাত, জুলফিকৰ ৰহমানৰ জৰিয়তে অক্সিজেন গেছ চিলিন্ডাৰ ৰোগীৰ পৰিয়াললৈ প্ৰদান কৰা হয়।
M4M ৰ পৰা ৰোগী জনৰ আৰোগ্য কামনা কৰা হয়।

26/10/2023 তাৰিখে, বৰপেটা জিলাৰ, Kadamtala গাঁৱৰ Bashak Ali Cancer ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হ...
14/11/2023

26/10/2023 তাৰিখে,
বৰপেটা জিলাৰ, Kadamtala গাঁৱৰ Bashak Ali Cancer ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বুলি M4Mৰ Rahul debnath ক জনোৱাত, জুলফিকৰ ৰহমানৰ জৰিয়তে অক্সিজেন গেছ চিলিন্ডাৰ ৰোগীৰ পৰিয়াললৈ প্ৰদান কৰা হয়।

Address

Barpeta Road, Simlaguri, Barpeta Road
Barpeta Road
781315

Opening Hours

Monday 10am - 9pm
Tuesday 10am - 9pm
Wednesday 10am - 9pm
Thursday 10am - 9pm
Friday 10am - 9pm
Saturday 10am - 9pm
Sunday 10am - 9pm

Telephone

+919872434542

Alerts

Be the first to know and let us send you an email when M4M posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share