DrAminur Hussain MD - Psychiatry

DrAminur Hussain MD - Psychiatry Consultant NeuroPsychiatrist

30/03/2026

ডাক্তৰী বৃত্তিত তিতা মিঠা...

Part ১

🌙 Eid Mubarak ⭐ 🌙
20/03/2026

🌙 Eid Mubarak ⭐ 🌙

17/03/2026

Serving parents is not an obligation..it's an honour "
পিতৃ মাতৃক সেৱা কৰা দায়িত্ব নহয় বৰং এক ভাগ্যৱানৰ লক্ষণ ।

28/02/2026

যুৱ সমাজত নিচাজাতীয় আৰু নিষিদ্ধ ড্ৰা*গচ সেৱনৰ কাৰণসমূহ, সমাজত ইয়াৰ কু প্ৰভাৱ আৰু ইয়াৰ প্ৰতিকাৰ তথা চিকিৎসাৰ ওপৰত আধাৰিত ভিডিঅ ।

20/02/2026
02/02/2026

আপুনি বা আপোনাৰ চিনাকী কোনোবাই ও এনেকুৱা লক্ষণ সমূহত যদি ভুগি আছে... তেন্তে এইটো video তেওঁলোকৰ কাৰণে.....

14/01/2026

**Priority Chronology in life**

Health ( স্বাস্থ্য )>>Finace (আৰ্থিক অৱস্থা) > Relationship (সম্পৰ্ক)

সৰল অনুবাদ ---
সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকি আৰ্থিক স্বচ্ছলতা আনিব লাগিব আৰু তেতিয়া সম্পৰ্কবোৰ সঠিক ভাবে জীয়াই থাকিব ।

বিহুৰ শুভেচ্ছা
14/01/2026

বিহুৰ শুভেচ্ছা

31/12/2025

প্ৰতিশ্ৰুতিসম্পন্ন এটা বছৰৰ সমাপ্তি ! Alhamdulillah

প্ৰতি বছৰৰ দৰে এবেলিও এই ৩৬৫
দিনে শিকাই গল বহুত নতুন নজনা কথা ।
বহুত কিবা কিবি নিজে কৰা
কিছুমান সৰু সুৰা ভুলৰ পৰাই শিকিলোঁ।
জীয়াই থকালৈ মানুহে শিকি যাব লাগিব!!

আৰু এটা কথা জানি বেছি আনন্দিত অনুভৱ কৰিলোঁ যে মোৰ চিনাকি সুহৃদ বন্ধুবৰ্গ, লগতে ব্যক্তিগত ভাৱে চিনাকি নথকা অথচ মোৰ শুভাকাংক্ষী হৈ মোৰ কৰ্মজীৱন আৰু মোক আগুৱাই লৈ যোৱাত একাংশ ব্যাক্তিৰ অফুৰন্ত তথা স্বাৰ্থহীন প্ৰয়াস !!
আপোনালোক যেন এনেকৈয়ে মোৰ কাষত থাকে সদায় .... মোৰ অন্তৰৰ পৰা শ্ৰদ্ধাৰে শলাগিছোঁ ।

সদৌ শেষত... এই বছৰক অশেষ ধন্যবাদ আৰু নতুন বছৰৰ শুভেচ্ছা সকলো বন্ধু তথা শুভাকাংক্ষীৰ প্ৰতি!!

Happy New Year 2026 🗓️

26/12/2025

আজিৰ topic -- Male Sexual Disorders ( পুৰুষৰ যৌন সমস্যা) , ইয়াৰ কাৰণসমূহ, psychiatry ৰ লগত এই বেমাৰৰ সম্পৰ্ক আৰু প্ৰতিকাৰ( treatment).

Use of headphone recommended 🎧

01/12/2025

Headphone 🎧 recommend for better experience

Address

Barpeta Road
Barpeta Road
781315

Website

Alerts

Be the first to know and let us send you an email when DrAminur Hussain MD - Psychiatry posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category