Excellent Health Care & Diagnostics

Excellent Health Care & Diagnostics A FULLY COMPUTERISED LABORATORY. Facilites available: Doctors, Pharmacy, Ultrasonography, ECG, X-Ray, Diabetic Care centre, Home blood collection

19/02/2026

এতিয়াৰে পৰা সকলো ধৰণৰ আলট্ৰাচাউন্ড সৰভোগৰ Excellent Healthcare & Diagnostics ত আপোনালোকৰ সুবিধাৰ্থে দৈনিক উপলব্ধ থাকিৱ ।

আজি আবেলি ৩ঃ০০ বজাত উপলব্ধ থাকিব ।
24/10/2025

আজি আবেলি ৩ঃ০০ বজাত উপলব্ধ থাকিব ।

18/08/2025

👉🏻👉🏻সুখৱৰ : সুখৱৰ !!🩸💉

🎁বি.পি.এল কাৰ্ড হিতাধিকাৰী জনগণৰ সুবিধাৰ্থে এতিয়াৰে পৰা আপোনাৰ আপোন চহৰ সৰভোগৰ অধিকাৰী বিল্ডিস্থিত এক্সিলেন্ট হেল্থকেয়াৰ আৰু ডাইগ্নোষ্টিকছত সকলো ধৰণৰ তেজ, প্ৰস্বাৱ , থু-খেকাৰ আৰু শৌচ পৰীক্ষাৰ বিশেষ ৩০% ৰেহাই ব্যৱস্থা কৰা হৈছে । গতিকে পলম নকৰি এতিয়াই পদাৰ্পন কৰক __
📍Excellent Healthcare & Diagnostics, Adhikary Building, Near Central Bank, Sorbhog
যোগাযোগ কৰকঃ
📞+917002848097,
+918638743157

18/08/2025

🚨স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ বৰপেটা ৰোডৰ এক্সিলেন্ট হেল্থকেয়াৰ এণ্ড ডায়েগ্নোষ্টিকত

👉বৰপেটা ৰোডৰ এচ.এন কমপ্লেক্সত অৱস্থিত ‌এক্সিলেন্ট হেল্থকেয়াৰ এণ্ড ডায়েগ্নোষ্টিকত
স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ শ্বামিম আহমেদে সেৱা আগবঢ়াব ৷

📍Dr. Shamim Ahmed, MBBS , MS ( Obstetrics & Gynecology ) , AMCH
স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ

👉ৰোগী চোৱাৰ সময়: প্রতিদিন দিনৰ ২.০০ বজাৰ পৰা

☎️আগতীয়া বুকিংৰ বাবে যোগাযোগ কৰক
--------------------------------------------------------------------
Excellent Health Care & Diagnostics ,
S.N Complex, Gahori Bazar, Barpeta Road
Contact No: 7002848097, 8638743157

18/08/2025
medevisionassam  ৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ  অহা 24/08/2025 ,দেওবাৰে Excellent Healthcare & Diagnosti...
18/08/2025

medevisionassam ৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অহা 24/08/2025 ,দেওবাৰে Excellent Healthcare & Diagnostics ত ৰাতিপুৱা 11:00 বজাৰ পৰা 01:00 বজালৈ অনুষ্ঠিত কৰা হৈছে । সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিলো।

স্থান : Excellent Health Care & Diagnostics, Gahori Bazar,Near GLC College, Barpeta Road

04/08/2025

"Bringing You the Facts, Without the Spin"

04/08/2025

Address

Barpeta Road Branch:Opposite GNBM High School , Gahori Bazar, Sorbhog Branch: NEAR CENTRAL BANK, Barpeta Road
Barpeta Road
781315,781317

Opening Hours

Monday 8am - 9pm
Tuesday 8am - 9pm
Wednesday 8am - 9pm
Thursday 8am - 9pm
Friday 8am - 9pm
Saturday 8am - 9pm
Sunday 8am - 9pm

Website

Alerts

Be the first to know and let us send you an email when Excellent Health Care & Diagnostics posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share