Md Ejadul Hoque

Md Ejadul Hoque Adre Qualified (3rd grade)- 2025

24/04/2021
অসম আৰু অসমীয়াৰ বাবে মাত মতা আপোচহীন নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক লগতে CAA আন্দোলনত কাৰাৰুদ্ধ হোৱা সকলো আন্দো...
04/08/2020

অসম আৰু অসমীয়াৰ বাবে মাত মতা আপোচহীন নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক লগতে CAA আন্দোলনত কাৰাৰুদ্ধ হোৱা সকলো আন্দোলনকাৰীক বিনা চৰ্তে মুক্তি দিয়ক।


✊✊জয় আই অসম ✊✊

আজি সত্ৰকনৰা আঞ্চলিক ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মানিকপুৰ চেণ্টাৰত কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দা...
23/07/2020

আজি সত্ৰকনৰা আঞ্চলিক ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মানিকপুৰ চেণ্টাৰত কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয়।

আজি কৃষক মুক্তিৰ প্ৰতিষ্ঠা দিৱসত সত্ৰকণৰা আঞ্চলিক ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ...
20/07/2020

আজি কৃষক মুক্তিৰ প্ৰতিষ্ঠা দিৱসত সত্ৰকণৰা আঞ্চলিক ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বৰষুণৰ মাজত প্ৰতিবাদ সাব্যস্ত কৰা হয়।

সুদীৰ্ঘ ২২০ দিন কাৰাবাসৰ অন্তত মুকলি আকাশৰ তললৈ আহিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক...
19/07/2020

সুদীৰ্ঘ ২২০ দিন কাৰাবাসৰ অন্তত মুকলি আকাশৰ তললৈ আহিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল।ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ।
।।জয় আই অসম।।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ন্যায়িক জয়। বিজেপিৰ চক্ৰান্ত ভেদি মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত কৃষক মুক্তিৰ সাধাৰণ সম্পাদ...
17/07/2020

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ন্যায়িক জয়। বিজেপিৰ চক্ৰান্ত ভেদি মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত কৃষক মুক্তিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰৰ। মানস কোঁৱৰ, বিতু সোনোৱালৰ পাছত আজি জামিন মঞ্জুৰ ধৈৰ্য কোঁৱৰৰ। অভিনন্দন ধৈৰ্য দা। এইয়া জনতাৰ জয়।
✊✊ জয় আই অসম ✊✊

চাবুৱাৰ চক্ৰ বিষয়াৰ কাৰ্যালয় জ্বলোৱা, ডাকঘৰ জ্বলোৱা আৰু UBI বেংক জ্বলোৱা বুলি ভুৱা অভিযোগেৰে  অখিল গগৈৰ বিৰুদ্ধে চাবুৱা ...
16/07/2020

চাবুৱাৰ চক্ৰ বিষয়াৰ কাৰ্যালয় জ্বলোৱা, ডাকঘৰ জ্বলোৱা আৰু UBI বেংক জ্বলোৱা বুলি ভুৱা অভিযোগেৰে অখিল গগৈৰ বিৰুদ্ধে চাবুৱা থানাত ৰুজু হোৱা গোচৰ কেইটা ক্ৰমে ২৯৩/২০১৯, ২৯৬/২০১৯ আৰু ৩০৭/২০১৯ নম্বৰ গোচৰত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে। নতুনকৈ যদি কোনো গোচৰ ৰুজু নকৰে, তেনেহলে NIA ৰ দুটা গোচৰ ক্ৰমে ১৩/১৯ আৰু ১/২০ নম্বৰ গোচৰত জামিন মঞ্জুৰ হলেই অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব পাৰিব।
।।জয় আই অসম।।

NIAৰ আদালতে আজি  #বিতু_সোণোৱালৰ জামিন মঞ্জুৰ কৰিছে। কৰণা আক্ৰান্ত হোৱাৰ বাবে বৰ্তমান GMCH ত চিকিৎসাধীন হৈ আছে বিতু সোণোৱ...
15/07/2020

NIAৰ আদালতে আজি #বিতু_সোণোৱালৰ জামিন মঞ্জুৰ কৰিছে। কৰণা আক্ৰান্ত হোৱাৰ বাবে বৰ্তমান GMCH ত চিকিৎসাধীন হৈ আছে বিতু সোণোৱাল। GMCH ৰ পৰা চুটি দিলেই মুকলি আকাশৰ তললৈ আহিব বিতু সোণোৱাল।
জয় আই অসম ✊🏻✊🏻✊🏻✊🏻

13/07/2020

ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ জামিন মঞ্জুৰ ৷
NIA আদালতে দিলে জামিন।

09/07/2020






09/07/2020



07/07/2020

চৰকাৰে অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰ কৰিছে!

এই বিস্ফোৰক অভিযোগ ছাত্ৰ মুক্তিৰ-

ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে-

কৃষক নেতা অখিল গগৈক যদি চৰকাৰে হত্যাৰ ষড়যন্ত্ৰ কৰা নাই তেন্তে অতি শীঘ্ৰে অখিল গগৈসহ তেওঁৰ সতীৰ্থসকলক মুকলি কৰি দিয়ক আৰু অখিল গগৈৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰক বুলি আহ্বান জনায় ছাত্ৰ মুক্তিৰ নেতা আশ্ৰাফুল ইছলামে-

Address

Satrakanara
Barpeta
SATRAKANARA

Telephone

+919365109742

Website

Alerts

Be the first to know and let us send you an email when Md Ejadul Hoque posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share