Metacare Diagnostic&Research Centre,Barpeta

Metacare Diagnostic&Research Centre,Barpeta Like & Follow Metacare Diagnostic & Research Centre, Barpeta for daily updates of health expert's.

প্ৰতিদিন লগ পাব -
11/03/2025

প্ৰতিদিন লগ পাব -

🌟অহা শনিবাৰ (25/01/2025) মেটা কিয়াৰ ত ৰাতিপুৱা 9 বজাৰ পৰা উপস্থিত থাকিব। ।👨‍⚕️স্নায়ুৰোগ বিশেষজ্ঞ DR. MD SHAHANUR RAHMA...
23/01/2025

🌟অহা শনিবাৰ (25/01/2025) মেটা কিয়াৰ ত ৰাতিপুৱা 9 বজাৰ পৰা উপস্থিত থাকিব। ।

👨‍⚕️স্নায়ুৰোগ বিশেষজ্ঞ DR. MD SHAHANUR RAHMAN, MBBS, MS Surgery, MCh Neurosurgery

🌟আপোনাৰ বিভিন্ন ধৰণৰ স্নায়ু সম্পৰ্কীয় ৰোগৰ নিৰাময় তথা সুপৰামৰ্শৰ বাবে যোগাযোগ কৰক।➡️
*মেটা কিয়াৰ ডায়েগ'নষ্টিক এণ্ড ৰিচাৰ্ছ চেন্টাৰ ,বৰপেটা
*আগতীয়াকৈ নাম ভৰ্ত্তিৰ বাবে যোগাযোগ কৰক 8309354401/8638907503/788169936
Metacare Diagnostic&Research Centre,Barpeta



Jakir Hussain Sikdar
19/12/2024

Jakir Hussain Sikdar

অহাকালি তথা 30/11/2024 ইং( শনিবাৰ) ৰাতিপুৱা ৯ বজাৰ পৰা লগ পাব -
29/11/2024

অহাকালি তথা 30/11/2024 ইং( শনিবাৰ) ৰাতিপুৱা ৯ বজাৰ পৰা লগ পাব -

গুৱাহাটী মেডিকেল কলেজ ৰ পৰা প্ৰতি বৃহস্পতিবাৰে আহিব চৰ্মৰোগ  আৰু যৌনৰোগ বিশেষজ্ঞ  ডাঃ মানসী দাস MD , এ মেটা কিয়াৰ ডায়ে...
13/11/2024

গুৱাহাটী মেডিকেল কলেজ ৰ পৰা প্ৰতি বৃহস্পতিবাৰে আহিব চৰ্মৰোগ আৰু যৌনৰোগ বিশেষজ্ঞ ডাঃ মানসী দাস MD , এ মেটা কিয়াৰ ডায়েগ'নষ্টিক এণ্ড ৰিচাৰ্ছ চেন্টাৰ ,বৰপেটা " ত আবেলি দুই বজাৰ পৰা ৰোগীৰ চিকিৎসা সেৱা আগবঢ়ায় । বিশেষকৈ মহিলা সকলৰ চৰ্মৰোগ আৰু যৌনৰোগ জনিত ৰোগৰ চিকিৎসাত মহিলা সকলৰ একাংশই লাজতে পুৰুষ ডাক্তৰৰ ওচৰত যাবলৈ টান পায় বা ডাক্তৰক বুজাবলৈ কিছু সংকোচ অনুভব কৰে । তদুপৰি মহিলা সকলৰ লগতে পুৰুষ সকলেও ছালৰ বিভিন্ন সমস্যাত ভুগি থাকিও চিকিৎসকৰ ওচৰলৈ নাযায় । কোনো সংকোচ কৰিব নালাগে নিজৰ বেমাৰক লৈ । সেয়ে মহিলা ৰোগী সকলৰ লগতে অইন ইচ্ছুক ব্যক্তিয়ে
মেটা কিয়াৰ ডায়েগ'নষ্টিক এণ্ড ৰিচাৰ্ছ চেন্টাৰত আহিবলৈ অনুৰোধ জনালোঁ।
🌟আগতীয়াকৈ নাম ভৰ্ত্তিৰ বাবে যোগাযোগ কৰক 8309354401/8638907503/7981696936

🌟অহা ৰবিবাৰ‌ (29/09/2024) মেটা কিয়াৰ ত ৰাতিপুৱা 9 বজাৰ পৰা উপস্থিত থাকিব। ।👨‍⚕️স্নায়ুৰোগ বিশেষজ্ঞ DR. MD SHAHANUR RAHM...
26/09/2024

🌟অহা ৰবিবাৰ‌ (29/09/2024) মেটা কিয়াৰ ত ৰাতিপুৱা 9 বজাৰ পৰা উপস্থিত থাকিব। ।

👨‍⚕️স্নায়ুৰোগ বিশেষজ্ঞ DR. MD SHAHANUR RAHMAN, MBBS, MS Surgery, MCh Neurosurgery

🌟আপোনাৰ বিভিন্ন ধৰণৰ স্নায়ু সম্পৰ্কীয় ৰোগৰ নিৰাময় তথা সুপৰামৰ্শৰ বাবে যোগাযোগ কৰক।➡️
*মেটা কিয়াৰ ডায়েগ'নষ্টিক এণ্ড ৰিচাৰ্ছ চেন্টাৰ ,বৰপেটা
*আগতীয়াকৈ নাম ভৰ্ত্তিৰ বাবে যোগাযোগ কৰক
Metacare Diagnostic&Research Centre,Barpeta



Highlights

18/09/2024
🌟 অহাকালি ৰবিবাৰ‌ (25/08/2024) মেটা কিয়াৰ ত ৰাতিপুৱা 9 বজাৰ পৰা উপস্থিত থাকিব। ।👨‍⚕️স্নায়ুৰোগ বিশেষজ্ঞ DR. MD SHAHANUR...
24/08/2024

🌟 অহাকালি ৰবিবাৰ‌ (25/08/2024) মেটা কিয়াৰ ত ৰাতিপুৱা 9 বজাৰ পৰা উপস্থিত থাকিব। ।

👨‍⚕️স্নায়ুৰোগ বিশেষজ্ঞ DR. MD SHAHANUR RAHMAN, MBBS, MS Surgery, MCh Neurosurgery

🌟আপোনাৰ বিভিন্ন ধৰণৰ স্নায়ু সম্পৰ্কীয় ৰোগৰ নিৰাময় তথা সুপৰামৰ্শৰ বাবে যোগাযোগ কৰক।➡️
🌟মেটা কিয়াৰ ডায়েগ'নষ্টিক এণ্ড ৰিচাৰ্ছ চেন্টাৰ ,বৰপেটা
🌟আগতীয়াকৈ নাম ভৰ্ত্তিৰ বাবে যোগাযোগ কৰক 8309354401/8638907503/7981696936
MD Shahanur Rahman



Metacare Diagnostic&Research Centre,Barpeta

অহাকালি তথা 18 আগষ্ট ৰবিবাৰ ৰাতিপুৱা 10  বজাত লগ পাব বিশিষ্ট "মূত্রজনিত ৰোগ বিশেষজ্ঞ"DR. Hiranya Deka,  MBBS, MS, Mch ( ...
17/08/2024

অহাকালি তথা 18 আগষ্ট ৰবিবাৰ ৰাতিপুৱা 10 বজাত লগ পাব বিশিষ্ট "মূত্রজনিত ৰোগ বিশেষজ্ঞ"
DR. Hiranya Deka, MBBS, MS, Mch ( UROLOGY)
Metacare Diagnostic&Research Centre,Barpeta

Happy Birthday 🎂🎉Rijuwan Bhuyan
07/08/2024

Happy Birthday 🎂🎉
Rijuwan Bhuyan

🌟অহা ৰবিবাৰ‌ (30/06/2024) মেটা কিয়াৰ ত ৰাতিপুৱা 9 বজাৰ পৰা উপস্থিত থাকিব। ।👨‍⚕️স্নায়ুৰোগ বিশেষজ্ঞ DR. MD SHAHANUR RAHM...
28/06/2024

🌟অহা ৰবিবাৰ‌ (30/06/2024) মেটা কিয়াৰ ত ৰাতিপুৱা 9 বজাৰ পৰা উপস্থিত থাকিব। ।

👨‍⚕️স্নায়ুৰোগ বিশেষজ্ঞ DR. MD SHAHANUR RAHMAN, MBBS, MS Surgery, MCh Neurosurgery

🌟আপোনাৰ বিভিন্ন ধৰণৰ স্নায়ু সম্পৰ্কীয় ৰোগৰ নিৰাময় তথা সুপৰামৰ্শৰ বাবে যোগাযোগ কৰক।➡️
🌟মেটা কিয়াৰ ডায়েগ'নষ্টিক এণ্ড ৰিচাৰ্ছ চেন্টাৰ ,বৰপেটা
🌟আগতীয়াকৈ নাম ভৰ্ত্তিৰ বাবে যোগাযোগ কৰক 8309354401/8638907503/7981696936
MD Shahanur Rahman



Metacare Diagnostic&Research Centre,Barpeta

Address

B. H. Road, Dangarkuchi , ( Near Angkuram Hospital ) P. O./Sonkuchi , Dist./Barpeta ( Assam ) , PIN./
Barpeta
781314

Alerts

Be the first to know and let us send you an email when Metacare Diagnostic&Research Centre,Barpeta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram