04/11/2025
আপুনি বুকুৰ বিষ, উশাহ-নিশাহ লোৱাত কষ্ট, বা অনিয়মীয়া হৃদস্পন্দনৰ দৰে সমস্যাত ভুগিছে নেকি ? তেন্তে পলম নকৰিব!
বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ Dr Prabir Kr Gupta (Cardiology ) ইউৱাৰ ক্লিনিকত উপলব্ধ হব ।
আমি আগবঢ়োৱা সেৱাসমূহ :---
হৃদৰোগৰ পৰামৰ্শ (Heart Consultation)
উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ (High Blood Pressure & Cholesterol Management)
ইচিজি, ইকোকাৰ্ডিওগ্ৰাফী (ECG, Echocardiography) , ইত্যাদি ।
সময়সূচী:- 05 নৱেম্বৰ 2025, বুধৱাৰ (পুৱা ১১ বজাৰ পৰা আবেলি ৪ বজালৈ) ।
ঠিকনা :- ইউৱাৰ ক্লিনিক জনিয়া পথ
যোগাযোগ :- 6003926584, 7577838844 (M)