Kalgachia Town

Kalgachia Town Kalgachia was established in the 16th century.
(4)

It is believed that due to the large population of Kal Gaach (Banana tree), the name has become Kalgachia, The 3rd proposed Kalgachia sub division was formally declared as 'Kalgachia Sub division' of Barpeta

সকলো গ্ৰন্থ প্ৰেমী ৰাইজৰ সহায় সহযোগীতা আন্তৰিকতাৰে কামনা কৰিছোঁ।
09/10/2021

সকলো গ্ৰন্থ প্ৰেমী ৰাইজৰ সহায় সহযোগীতা আন্তৰিকতাৰে কামনা কৰিছোঁ।

সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।
31/01/2021

সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।

কলগাছিয়া স্পোর্টচ ক্লাবৰ উদ্যোগত ৰাজ্যিক ভিত্তিত হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত সকলো ফেচবুক বন্ধু-বান্ধবীৰ সহায় সহযোগিতা আন...
25/11/2020

কলগাছিয়া স্পোর্টচ ক্লাবৰ উদ্যোগত ৰাজ্যিক ভিত্তিত হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত সকলো ফেচবুক বন্ধু-বান্ধবীৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলো,ধন্যবাদ।

08/09/2020
07/07/2020
উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭০ শতাংশ নম্বৰ প্ৰাপ্ত  ছাত্ৰ ছাত্ৰী সকলে যোগাযোগ কৰিব পাৰে।
06/07/2020

উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭০ শতাংশ নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰী সকলে যোগাযোগ কৰিব পাৰে।

অহা ৭ অক্টোবৰ ২০১৯ ইং তাৰিখ আবেলি ৩ বজাত কলগাছিয়া ৰাজহুৱা খেল পথাৰত  #কলগাছিয়া  #ক্ৰিকেট  #একাডেমী শুভ উদ্বোধন কৰা হব। উ...
03/10/2019

অহা ৭ অক্টোবৰ ২০১৯ ইং তাৰিখ আবেলি ৩ বজাত কলগাছিয়া ৰাজহুৱা খেল পথাৰত #কলগাছিয়া #ক্ৰিকেট #একাডেমী শুভ উদ্বোধন কৰা হব। উক্ত শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকিবলৈ সকলোকে অনুৰোধ জনালো। ধন্যবাদ....

24/09/2019

Urgently need- A Positive (A+) Blood, At Barpeta Civil Hospital Kalgachia.
For a poor women
Contact: 9854198577 (Nazrul)

দশম কলগাছিয়া গ্ৰন্থমেলা
17/09/2019

দশম কলগাছিয়া গ্ৰন্থমেলা

১৯৮৩ আন্দোলনত গুলিবিদ্ধ হোৱা কলগাছিয়াৰ তাপেশ্বৰা গাঁৱৰ সকলোৰে পৰিচিত চিৰকুমাৰ  ছামছুল হক শিকদাৰ ডাঙৰীয়াৰ আজি দিনৰ ১১.২০ ...
02/09/2019

১৯৮৩ আন্দোলনত গুলিবিদ্ধ হোৱা কলগাছিয়াৰ তাপেশ্বৰা গাঁৱৰ সকলোৰে পৰিচিত চিৰকুমাৰ ছামছুল হক শিকদাৰ ডাঙৰীয়াৰ আজি দিনৰ ১১.২০ বজাত দেহাৱসান ঘটে।

মূল পোষ্ট:দোস্ত হাফিজুৰ

Address

Barpeta

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Alerts

Be the first to know and let us send you an email when Kalgachia Town posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Kalgachia Town:

Share