Yaatra Ambulance Service

Yaatra Ambulance Service we are here for you

31/07/2022
22/02/2022

যাত্ৰা এম্বুলেন্স সেৱা ৰাইজৰ নামত উৎসৰ্গিত৷ গাড়ীখনৰ মাহেকীয়া কৃষ্টি, ড্ৰাইভাৰৰ দৰমহা আদিকে ধৰি আমাৰ বহুতো খৰছ আহি পৰে গাড়ীখন চলাবৰ বাবে ৷ সেইয়ে আমি দিব পৰা ব্যক্তিসকলৰ পৰা গাড়ীৰ ভাড়া লও ৷দুখীয়া ব্যক্তিক 500 টকাটো লখিমপুৰ নি পাইছো ৷আজি দুমাহ ধৰি আমি আমাৰ গাঁঠিৰ ধন খৰছ কৰি কিস্তি বা ড্ৰাইভাৰৰ দৰমহা দি আছো ৷ ইয়াৰ মাজতো সমাজৰ দিব পৰা ব্যক্তিকেইজনমানে এম্বুলেন্সৰ ভাড়া অনাদায় কৰি ৰাখিছে ৷ এনেকুৱা কৰিলে আমি এম্বুলেন্সখন আতৰৰ ব্যক্তিগত হস্পিতালত দিয়াৰ ব্যৱস্থা কৰিব লাগিব ৷ গতিকে সকলোৱে নিজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমাক সহযোগ কৰিবলৈ সেৱা ধৰিলো৷

26/12/2021

বিনিময়ত হ’লেও তাৎক্ষণিক মুহূৰ্তত উপস্থিত হৈ মানুহৰ জীৱন ৰক্ষা কৰি আমি নিজেই গৌৰাৱাম্বিত ৷
আশাৰাখিছো কৰ্তব্য পালনত আমাক সদায় সহায়ৰ হাত আগবঢ়াব৷৷

26/10/2021

যাত্ৰা’ৰ শুভাকাংক্ষী সকলক জনাও যে, যাত্ৰাৰ সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে আমি ৰাইজক সেৱা কৰাৰ মানসিকতাৰে আমাৰ এম্বুলেন্স সেৱা আৰম্ভ কৰিছোহক ৷ তৎস্বত্বেও আমি যিমান পাৰো ৰেহাই মূল্যত ৰাইজক সেৱা আগবঢ়াম ৷ বৰ্ধিত পেট্ৰলজাত সামগ্ৰীৰ মূল্যই আমাক কিছু বিমোৰত পেলাইছে ৷ তদুপৰি আমাৰ মাহেকীয়া কিস্তিসমুহ থাকেই ৷ ৰাইজৰ মাজত বিনামুলীয়া বুলি এটি ভ্ৰান্ত ধাৰণা প্ৰচাৰ হোৱা দেখা গৈছে ৷যিহেতুকে কোনো চৰকাৰী সাহায্য নোলোৱাকৈ আমি ৰাইজৰ মাজলৈ আহিছো ৷গতিকে ৰাইজেও আমাক আকোঁৱালি ল’ব বুলি আশা কৰিলো ৷

11/10/2021
এম্বুলেন্সৰ উদ্বোধনী অনুষ্ঠান
06/10/2021

এম্বুলেন্সৰ উদ্বোধনী অনুষ্ঠান

06/10/2021
06/10/2021

যাত্ৰাৰ তৰফৰ পৰা ৰাইজৰ বাবে উৎসৰ্গিত এম্বুলেন্স সেৱা ৷যাত্ৰা সদায় ৰাইজৰ লগত,ৰাইজৰ বাবে দায়বদ্ধ ৷

Address

Narayanpur
Bihpuriagaon
784164

Telephone

+919954199919

Website

Alerts

Be the first to know and let us send you an email when Yaatra Ambulance Service posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share