Life Care Diagnostics, Bilasipara

Life Care Diagnostics, Bilasipara We provide medical services like Pharmacy, Laboratory, Specialist & Super specialist Doctors .

প্ৰতি শুক্ৰবাৰ
08/10/2025

প্ৰতি শুক্ৰবাৰ

অহা 14 অক্টোবৰ অৰ্থাৎ বুধবাৰ  পুৱা 10 বজাত  বিলাসীপাৰা স্থিত " #লাইফ_কেয়াৰ_ডায়াগনস্টিকচ" ত  কলিকাতাৰ পৰা আহি আছে  "চৰ্...
06/10/2025

অহা 14 অক্টোবৰ অৰ্থাৎ বুধবাৰ পুৱা 10 বজাত বিলাসীপাৰা স্থিত " #লাইফ_কেয়াৰ_ডায়াগনস্টিকচ" ত কলিকাতাৰ পৰা আহি আছে "চৰ্ম আৰু যৌন" ৰোগ বিশেষজ্ঞ "

Dr. Goutam Sarkar

MBBS, MD(SKIN Specialist)

ৰোগ সমূহ:যেনে- যিকোনো ধৰণৰ এলাৰ্জি, ছালৰ বগা বেমাৰ, মূখৰ কলা দাগ, চকুৰ তলৰ কলা দাগ,যিকোনো ধৰণৰ ঘাঁ, psoriasis, acne, ছোৱালী সকলৰ pimples ৰ সমস্যা,ছোৱালী সকলোৰ সৌন্দর্য বঢ়োৱা, নক ফটা, ভৰি ফটা, গা- ফটা,কম বয়সতে চুলি পকা,চুলি সৰা,পুৰুষ আৰু মহিলাৰ যৌন অক্ষমতা, যিকোনো ধৰণৰ যৌন ৰোগ আৰু চৰ্মৰ বিভিন্ন ধৰণৰ ৰোগৰ উন্নত মানৰ চিকিৎসা সেবা প্রদান কৰা হয়।

ৰোগী চোৱাৰ সময়ঃ- ৰাতি পুৱা 10 বজাৰ পৰা।

যোগাযোগৰ ঠিকনাঃ-
LIFE CARE DIAGNOSTICS
N.S. Road,Bilasipara
Near Bilasipara Model Hospital
Dhubri, Assam-783348

যোগাযোগঃ 7636043199 /9395583150

06/10/2025

অহা 14 অক্টোবৰ অৰ্থাৎ বুধবাৰ ৰাতিপুৱা 10 বজাত বিলাসীপাৰা স্থিত Life Care Diagnostics ত কলিকাতাৰ পৰা আহি আছে বিশিষ্ট Sexologist চিকিৎসক

Dr. Goutam Sarkar
MBBS,MD(Sexologist)

ৰোগী চোৱাৰ সময়ঃ পুৱা 10 বজাৰ পৰা

যোগাযোগৰ ঠিকানাঃ
LIFE CARE DIAGNOSTICS
N.S. Road,Bilasipara,
Near Bilasipara Model Hospital
Dhubri, Assam

যোগাযোগঃ 7636043199 / 9395583150

04/10/2025

অহা 11 অক্টোবৰ অৰ্থাৎ শনিবাৰ ৰাতিপুৱা 9 বজাত বিলাসীপাৰা স্থিত " লাইফ কেয়াৰ ডায়াগনষ্টিকচ" ত গুৱাহাটীৰ পৰা আহি আছে বিশিষ্ট "স্নায়ু,মগজু আৰু ৰাজ-হাঢ়" ৰোগ চিকিৎসক

Dr. Roop Jyoti Hazarika
MBBS, MS,MCh(Neuro Surgery)

Consultant Neuro Surgeon

চিকিৎসা সমূহ:- বিভিন্ন ধৰণৰ নাৰ্ভৰ বিষ, হাত-ভৰি টানি ধৰা, হাত-ভৰি‌ জ্বিন-জ্বিন কৰা, হাত-ভৰিৰ কঁপনি বা শক্তি নোপোৱা,হাত ভৰিৰ তলোঁয়া জ্বলা পোৰা কৰা , হাত ভৰি গৰম হৈ যোৱা,প্ৰেছাৰ ষ্ট্ৰোক,ব্ৰেইন ষ্ট্ৰোক,Spine surgery ,Brain tumor surgery ,brain hemorrhage পিঠিৰ বিষ, ৰাজ-হাঢ়ৰ বিষ, ককালৰ বিষ, প্ৰচণ্ড মূৰৰ বিষ, মূৰ ঘুৰোৱা বা মূৰ ঘূৰাই পৰি যোৱা, ডিঙিৰ বিষ, মৃগী ৰোগ, বাত বিষ, পেৰালাইচিছ, খোজ কাঢ়িব নোৱাৰা, টোপনি নোহোৱা, প্ৰেছাৰ ষ্ট্ৰোক,ব্ৰেইন ষ্ট্ৰোক, sleep Disk, কথা কোৱাত সমস্যা পোৱা বা জিভা ভাৰি হোৱা, পাৰ্কিনচন ৰোগ আদি বিভিন্ন ধৰণৰ নাৰ্ভৰ সমস্যাৰ চিকিৎসা সেৱা প্ৰদান কৰা হয়।

ৰোগী চোৱাৰ সময়ঃ- ৰাতিপুৱা 9 বজাৰ পৰা

যোগাযোগৰ ঠিকনা:-
Life Care Diagnostics
N.S. Road,Bilasipara
Near Bilasipara Model Hospital
Dhubri,Assam

যোগাযোগঃ 076360 43199 / 9395583150

বিলাসীপাৰা স্থিত Life Care Diagnostics ত প্ৰতি শুক্ৰবাৰে আহি আছে বিশিষ্ট যৌন ৰোগ বিশেষজ্ঞ চিকিৎসক Dr. Sasanka Kumar Kaka...
04/10/2025

বিলাসীপাৰা স্থিত Life Care Diagnostics ত প্ৰতি শুক্ৰবাৰে আহি আছে বিশিষ্ট যৌন ৰোগ বিশেষজ্ঞ চিকিৎসক

Dr. Sasanka Kumar Kakati
MBBS,MD

চিকিৎসা সমূহ:- বিভিন্ন ধৰণৰ যৌন সমস্যা যেনে - শিঘ্ৰ পতন,হস্তমৈথুন, স্বপ্নদোষ, পে্রসাব কৰাৰ আগত ধাতু যোৱা,ধাতু পাতল হৈ যোৱা,শাৰীৰিক অক্ষমতা,যৌন মিলনত মন নোযোৱা,লিংগ শক্ত নোহোৱা আদি সকলো ধৰণৰ যৌন সমস্যাৰ চিকিৎসা কৰাব পাৰিব।

ৰোগী চোৱাৰ সময়ঃ প্ৰতি শুক্ৰবাৰ আবেলি 3 বজাৰ পৰা

যোগাযোগৰ ঠিকানাঃ
LIFE CARE DIAGNOSTICS
N.S. Road,Bilasipara,
Near Bilasipara Model Hospital
Dhubri, Assam

যোগাযোগঃ 7636043199 / 9395583150

27/09/2025

বিলাসীপাৰা স্থিত " #লাইফ_কেয়াৰ_ডায়াগনস্টিকচ" ত প্ৰতি শুক্ৰবাৰে আহি আছে " স্নায়ু আৰু মানসিক" ৰোগ বিশেষজ্ঞ

Dr. Sasanka Kumar Kakati

MBBS,MD(Neuro-Psychiatry)
Consultant Neuro-Psychiatrist

চিকিৎসা সমূহ :- যিকোনো ধৰণৰ মানসিক ৰোগ, ৰাতি টোপনি নোহোৱা, খাবলৈ মন নোযোৱা, চিন্তাত ভাগৰি পৰা, যিকোনো ধৰণৰ মাদক দ্রব্যত আসক্ত হৈ থকা, ড্রাগ আসকি্ত, নিচা এৰিব নোৱাৰা, পাহৰি যোৱা ৰোগ, এনযাইটি, জীয়াই থাকিব মন নোযোৱা, সদায় ভয় লাগি থকা, মুৰৰ বিষ, হিষে্টৰিয়া, ষ্ট্ৰোক, মাইগ্ৰেন, শিশু আৰু কিশোৰৰ বিভিন্ন ধৰণৰ মানসিক ৰোগ, পঢ়াত মন নবহা, সদায় খং কৰি থকা, অস্বাভাৱিক আচৰণ, বিভিন্ন ধৰণৰ নাৰ্ভৰ বিষ, হাত-ভৰি টানি ধৰা, হাত-ভৰি‌ জ্বিন-জ্বিন কৰা, হাত-ভৰিৰ কঁপনি বা শক্তি নোপোৱা, হাতেৰে কোনো বস্তু ধৰিব নোৱাৰা, পিঠিৰ বিষ, ৰাজ-হাঢ়ৰ বিষ, ককালৰ বিষ, মূৰ ঘুৰোৱা বা মূৰ ঘূৰাই পৰি যোৱা আদি ৰোগৰ উন্নত মানৰ চিকিৎসা সেবা প্রদান কৰা হয়।

ৰোগী চোৱাৰ সময়ঃ- প্ৰতি শুক্ৰবাৰ আবেলি 2 বজাৰ পৰা।

যোগাযোগৰ ঠিকনাঃ-
LIFE CARE DIAGNOSTICS
N.S. Road,Near Bilasipara Model Hospital
Bilasipara, Dhubri,Assam-783348

যোগাযোগঃ 076360 43199 /9395583150

প্ৰতি বুধবাৰ দুপৰীয়া 12 বজাত  বিলাসীপাৰা স্থিত " #লাইফ_কেয়াৰ_ডায়াগনস্টিকচ" ত  ধুবুৰী মেডিকেল কলেজৰ  পৰা আহি আছে  "চৰ্ম...
20/09/2025

প্ৰতি বুধবাৰ দুপৰীয়া 12 বজাত বিলাসীপাৰা স্থিত " #লাইফ_কেয়াৰ_ডায়াগনস্টিকচ" ত ধুবুৰী মেডিকেল কলেজৰ পৰা আহি আছে "চৰ্ম আৰু যৌন" ৰোগ বিশেষজ্ঞ "

Dr. Manotosh Das
MBBS (Calcutta Medical College)
MD ( Dermatology, Venereology and Leprology)
Skin , Hair, Nail & Sexually Transmitted Disease Specialist
Dhubri Medical College and Hospital

ৰোগ সমূহ:যেনে- যিকোনো ধৰণৰ এলাৰ্জি, ছালৰ বগা বেমাৰ, মূখৰ কলা দাগ, চকুৰ তলৰ কলা দাগ,যিকোনো ধৰণৰ ঘাঁ, psoriasis, acne, ছোৱালী সকলৰ pimples ৰ সমস্যা,ছোৱালী সকলোৰ সৌন্দর্য বঢ়োৱা, নক ফটা, ভৰি ফটা, গা- ফটা,কম বয়সতে চুলি পকা,চুলি সৰা,পুৰুষ আৰু মহিলাৰ যৌন অক্ষমতা,যৌন সংক্ৰমিত ৰোগ,যিকোনো ধৰণৰ যৌন ৰোগ আৰু চৰ্মৰ বিভিন্ন ধৰণৰ ৰোগৰ উন্নত মানৰ চিকিৎসা সেবা প্রদান কৰা হয়।

ৰোগী চোৱাৰ সময়ঃ- প্ৰতি বুধবাৰ দুপৰীয়া 12 বজাৰ পৰা।

যোগাযোগৰ ঠিকনাঃ-
Life Care Diagnostics
N.S. Road,Bilasipara
Near Bilasipara Model Hospital, Dhubri,Assam

যোগাযোগঃ 7636043199 /9395583150

20/09/2025

প্ৰতি বুধবাৰ দুপৰীয়া 12 বজাত বিলাসীপাৰা স্থিত " #লাইফ_কেয়াৰ_ডায়াগনস্টিকচ" ত ধুবুৰী মেডিকেল কলেজৰ পৰা আহি আছে "চৰ্ম আৰু যৌন" ৰোগ বিশেষজ্ঞ "

Dr. Manotosh Das
MBBS (Calcutta Medical College)
MD ( Dermatology, Venereology and Leprology)
Skin , Hair, Nail & Sexually Transmitted Disease Specialist
Dhubri Medical College and Hospital

ৰোগ সমূহ:যেনে- যিকোনো ধৰণৰ এলাৰ্জি, ছালৰ বগা বেমাৰ, মূখৰ কলা দাগ, চকুৰ তলৰ কলা দাগ,যিকোনো ধৰণৰ ঘাঁ, psoriasis, acne, ছোৱালী সকলৰ pimples ৰ সমস্যা,ছোৱালী সকলোৰ সৌন্দর্য বঢ়োৱা, নক ফটা, ভৰি ফটা, গা- ফটা,কম বয়সতে চুলি পকা,চুলি সৰা,পুৰুষ আৰু মহিলাৰ যৌন অক্ষমতা,যৌন সংক্ৰমিত ৰোগ,যিকোনো ধৰণৰ যৌন ৰোগ আৰু চৰ্মৰ বিভিন্ন ধৰণৰ ৰোগৰ উন্নত মানৰ চিকিৎসা সেবা প্রদান কৰা হয়।

ৰোগী চোৱাৰ সময়ঃ- প্ৰতি বুধবাৰ দুপৰীয়া 12 বজাৰ পৰা।

যোগাযোগৰ ঠিকনাঃ-
Life Care Diagnostics
N.S. Road,Bilasipara
Near Bilasipara Model Hospital, Dhubri,Assam

যোগাযোগঃ 7636043199 /9395583150

Address

NS Road( Hospital Road) Near Bilasipara Model Hospital
Bilasipara
783348

Opening Hours

Monday 8am - 10pm
Tuesday 8am - 10pm
Wednesday 8am - 10pm
Thursday 8am - 10pm
Friday 8am - 10pm
Saturday 8am - 10pm
Sunday 8am - 10pm

Alerts

Be the first to know and let us send you an email when Life Care Diagnostics, Bilasipara posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram