15/12/2025
লাসীপাৰা বাসীলৈ এটি সু-খবৰ । কিডনী আৰু প্ৰসাবৰ যিকোনো সমস্যাৰ বাবে যাব নালাগে বাহিৰলৈ ।।
কিয়োনো প্ৰতি মাহত এবাৰকৈ
Om Nama Shivay Medical ত GNRC hospital , Guwahati ৰ পৰা আহে অভিজ্ঞ ইউৰোলজীষ্ট
Dr. Saurabh Kr Das .
MBBS, MS, (general surgery) DRNB (Urology), New Delhi . Consultant urologist .
GNRC hospital Guwahati .
চিকিৎস্যাসমূহ যেনেঃ কিডনী পাথৰ, প্ৰসাব জ্বলা-পোৰা, প্ৰসাব সঘনাই হোৱা, প্ৰসাবৰ লগত তেজ যোৱা, পুৰুষ আৰু মহিলাৰ যৌন সমস্যা, Kidney transplant, Diabetic kidney disease, registrant hypertension আদি ।
ইয়াত আয়ুস্মান কাৰ্ড থকা ৰোগীসকলে লাভ কৰিব কিডনী আৰু প্ৰসাবৰ সমস্যাৰ বাবে Free operation .
চিকিৎস্যাৰ তাৰিখঃ অহা 19 December শুক্ৰবাৰে ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 6 বজালৈ ।
আমাৰ ঠিকনাঃ Om nama shivay medical, BILASIPARA, W/NO.11, J.P. ROAD, PURANI BAZAR
আগতীয়াকৈ নাম পুজ্ঞিয়নৰ বাবে যোগাযোগ নম্বৰঃ 8638080216
ধন্যবাদ ।