ASM - Doctor,S

ASM - Doctor,S Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ASM - Doctor,S, Doctor, BILASIPARA PURANIBAZAR, Bilasipara.

10/12/2023

বিলাসী পাৰাত 17 তাৰিখ ডিচেম্বৰ নৰ্থ বেংগল মেডিকেল কলেজৰ পৰা আহি আছে
স্নায়ু ,মস্তিষ্ক আৰু মানসিক ৰোগ বিশেষজ্ঞ

DR. ANIRBAN MAJUMDAR
MBBS,MD (Neuro Paychiatrist)
Fellowship in Neuro Medicine

যিকোনো ধৰণৰ যিকোনো নাৰ্ভৰ বিষ, হাত ভৰি জিম জিম কৰা , হাত ভৰি টানি ধৰা , প্ৰচণ্ড মুৰৰ বিষ, টোপনি নোহোৱা, অত্যাধিক চিন্তা কৰা , মৃগী বেমাৰ ,ভয় ভয় লাগি থকা,মন মাৰি ঘৰতে বহি থকা, পাগলৰ নিচিনা গুৰি ফুৰা , পুৰুষ আৰু মহিলাৰ যৌন অক্ষমতা, ল'ৰা-ছোৱালীৰ পঢ়াত মনত নথকা,দুঃচিন্তাত ভূগি থকা, মেমৰী লছ হোৱা, অস্বাভাৱিক আচৰণ কৰা, সামান্য কথাতেই খং- ৰাগ হোৱা,মনৰ স্ফুর্তি বা আনন্দ কমি যােরা, হতাশ, নিজকে অসহায় বুলি ভবা, আত্মবিশ্বাস কমি যােৱা, অকলে অকলে কথা কোৱা বা হাঁহা, ভুতে ধৰা বুলি ভবা,অত্যাধিক সন্দেহ কৰা, লগতে যিকোনো ধৰণৰ মানসিক ৰোগৰ চিকিৎসা পাব।

🕒সময়:- দুপৰীয়া 3 বজাৰ পৰা ।

যোগাযোগৰ ঠিকনা
Al shifa Diagnostics
J.p road , bilasipara purani bazar , dhubri asaam.
আগতীয়া কৈ নাম লগাবলৈ যোগাযোগ কৰক
7002356471

Address

BILASIPARA PURANIBAZAR
Bilasipara
783348

Telephone

+916003324443

Website

Alerts

Be the first to know and let us send you an email when ASM - Doctor,S posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to ASM - Doctor,S:

Videos

Share

Category