K.Terang Clinic

K.Terang Clinic K.Terang clinic is a medical clinic newly established in 2no Baralimara near Bedeti center.

Which provide Medical services as well as Ultra sound facility and laboratory

02/04/2024

এটি বিশেষ ঘোষণা

April এপ্ৰিল মাহ ৰ পৰা K.K.Terang Clinic ত ULTRASOUND প্ৰতি দেওবাৰ ৰ সলনি প্ৰতি শনিবাৰে কৰা হব। দিন ৰ ১০ বজা ৰ পৰা। যোগাযোগৰ বাবে ফোন কৰক 093956 4948686 ত ।

16/03/2024

Medicine consultation available at K.Terang Clinic every Saturday from 2.30 pm . Call 093956 49486 for book an appointment.

বিহালী বাসী বেদেতী বাসীৰ ৰাইজৰ কাৰণে সু-খবৰ ।অহা ইংৰাজী 01/12/2023 তাৰিখৰ পৰা প্ৰত্যেক শুক্ৰবাৰে K. Terang Clinic ত চিকি...
30/11/2023

বিহালী বাসী বেদেতী বাসীৰ ৰাইজৰ কাৰণে সু-খবৰ ।
অহা ইংৰাজী 01/12/2023 তাৰিখৰ পৰা প্ৰত্যেক শুক্ৰবাৰে K. Terang Clinic ত চিকিৎসা সেৱা আগবঢ়াব বিশিষ্ট চিকিৎসক শিশু ৰোগ‌ বিশেষজ্ঞ, , ডাঃ নৰেশ চাহু‌ MBBS,MD (Paediatrics) Consultant Child & New born Specialist.

31/10/2023

কিছু দূৰ্ভাগ্যজনক কাৰণত,
আজিৰ 31/10/23 পৰা 02/11/23 লৈকে ,
3 দিন পৰ্যন্ত K.Terang Clinic বন্ধ ৰখা হৈছে।
ধন্যবাদ 🙏

31/10/2023

Due to some unavoidable circumstances
K. Terang Clinic remain closed for 3 days

It will be open from 03/11/2023

11/04/2023

ৰাইজৰ ৰ কাৰণে এটা প্ৰচেষ্টা -

অহা ইংৰাজী ২৩/০৪/২০২৩ তাৰিখে K. TERANG CLINIC ত এখন বিনামূলীয়া কৰ্কট ৰোগ ৰ পৰীক্ষা আৰু
স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে । গতিকে সকলো ৰাইজ ৰ সহায় সহোগিতা ৰ লগতে উপস্থিতি সাদৰেৰে কামনা কৰিলো।

বি. ড্ৰ. বিনামূলীয়া ঔষধ যোগান ৰ লগতে হিমগ্লবিন আৰু ব্লাড চুগাৰ পৰীক্ষা কৰা হব।

03/02/2023

বিশেষ অসুবিধাৰ ৰ কাৰণে K Terang clinic ত কাইলে ৰ পৰিৱৰ্তে পৰহিলে 05/02/2023 দেওবাৰে (Sunday) ৰাতিপুৱা ১০ তা বজাৰ ৰ পৰা Ultrasound কৰা হব।
যোগাযোগ - 9395649486

K.Terang Clinic লে অহা 24 November ২০২২ Thursday তাৰিখে ৰাতিপুৱা ৮ বজাৰ পৰা  চিকিৎসা সেৱা আগবঢ়াবলে আহি আছে প্ৰসিদ্ধ Urol...
21/11/2022

K.Terang Clinic লে অহা 24 November ২০২২ Thursday তাৰিখে ৰাতিপুৱা ৮ বজাৰ পৰা চিকিৎসা সেৱা আগবঢ়াবলে আহি আছে প্ৰসিদ্ধ Urologist চিকিৎসক
Dr. Tikenjit Mazumdar
MBBS,MS(General Surgery), FMAS, DNB (Urology)
Ex. Consultant Apllo Clinic & Hospital
কিডনী পাথৰ, মূত্ৰাশয় পাথৰ, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা প্ৰসাৱ সম্পৰকিও সমস্যা ৰ বাবে যোগাযোগ কৰক ।

ফোন নং - +91 93956 49486
WhatsApp No - +91 93956 49486

বেদেতি ৰ K.Terang Clinic ত অহা কাইলে ৰ পৰা প্ৰতি দেওবাৰে চিকিৎসা সেৱা আগবঢ়াৱ বিশিষ্ট চিকিৎসক ডাঃসুনিতা লামিছানে। ( মেডিচ...
29/10/2022

বেদেতি ৰ K.Terang Clinic ত অহা কাইলে ৰ পৰা প্ৰতি দেওবাৰে চিকিৎসা সেৱা আগবঢ়াৱ বিশিষ্ট চিকিৎসক ডাঃসুনিতা লামিছানে। ( মেডিচিন স্পেচিলিষ্ট এম.বি.বি.এছ, এম.ডি)) MD Medicine. আগতীয়া নামভৰ্তিৰ বাবে যোগাযোগ কৰক
ফোন নং - +91 93956 49486

K.Terang Clinic লে অহা 20 OCT ২০২২ Thursday তাৰিখে ৰাতিপুৱা ৮ বজাৰ পৰা  চিকিৎসা সেৱা আগবঢ়াবলে আহি আছে প্ৰসিদ্ধ Urologist...
18/10/2022

K.Terang Clinic লে অহা 20 OCT ২০২২ Thursday তাৰিখে ৰাতিপুৱা ৮ বজাৰ পৰা চিকিৎসা সেৱা আগবঢ়াবলে আহি আছে প্ৰসিদ্ধ Urologist চিকিৎসক
Dr. Tikenjit Mazumdar
MBBS,MS(General Surgery), FMAS, DNB (Urology)
Ex. Consultant Apllo Clinic & Hospital
কিডনী পাথৰ, মূত্ৰাশয় পাথৰ, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা প্ৰসাৱ সম্পৰকিও সমস্যা ৰ বাবে যোগাযোগ কৰক ।

ফোন নং - +91 93956 494866
WhatsApp No - 93956 49486

Address

2no Baralimar Near Bedeti Center
Biswanath Chariali
784179

Telephone

+919395649486

Website

Alerts

Be the first to know and let us send you an email when K.Terang Clinic posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to K.Terang Clinic:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category