Thyrocare Boko - Trusted Lab Services

Thyrocare Boko - Trusted Lab Services Thyrocare Boko-Accurate,affordable and reliable diagnostics.

Liver function tests
19/04/2025

Liver function tests

Great News!Get up to 40% OFF on Aarogyam Camp Profile 3 (78 Parameters) health checkup at Thyrocare Boko.Book now and ta...
17/04/2025

Great News!
Get up to 40% OFF on Aarogyam Camp Profile 3 (78 Parameters) health checkup at Thyrocare Boko.
Book now and take a step towards a healthier life!

Doorstep sample collection available.
Hurry — Limited Offer!

Contact us: 8638545480
Do contact if you want to know more!

Assamese:
সু-খবৰ!
Thyrocare Boko-ত Aarogyam Camp Profile 3 (78 Parameters) health checkup-ত ৪০% ৰেহাই।
এতিয়াই বুক কৰক আৰু নিজকে সু-স্বাস্থ্যৰ পথত লৈ যাওঁক।

ঘৰত বহি নমুনা সংগ্ৰহৰ সুবিধা।
অতি সোনকালে বুক কৰক!

যোগাযোগ কৰক: 8638545480
অধিক জানিব বিচাৰিলে যোগাযোগ কৰক!

10/04/2025

Not all wounds are visible.
Many people are silently fighting battles in their minds – anxiety, depression, trauma, loneliness.
Just because someone smiles doesn’t mean they’re okay inside.
Be kind. Listen. Support.
Mental health is real, and it deserves attention.”



সকলো আঘাত চকুত দেখা নাযায়।
বেছিভাগ মানুহে মনৰ ভিতৰত এক নিৰৱ যুদ্ধ চলাই থাকে – চিন্তা, বিষাদ, অতীতৰ আঘাত, একাকীত্ব।
যি জনে হাঁহি দিয়ে, সেয়া সদায় সুখী বুলি মানি নল’ব।
দয়া কৰক, মন দিব, সহানুভূতিশীল হওক।
মানসিক স্বাস্থ্য বাস্তৱ – আৰু তাৰো যত্ন ল’বলগীয়া।”

আপোনাৰ যদি প্ৰয়োজন সঠিক আৰু বিশ্বাসযোগ্য ৰক্ত পৰীক্ষা,আমাৰ ওচৰত আছে কিডনী, লিভাৰ, থাইৰ’ইড, ছুগাৰ (ডায়েবেটিছ) আদিৰ বিভিন্...
10/04/2025

আপোনাৰ যদি প্ৰয়োজন সঠিক আৰু বিশ্বাসযোগ্য ৰক্ত পৰীক্ষা,
আমাৰ ওচৰত আছে কিডনী, লিভাৰ, থাইৰ’ইড, ছুগাৰ (ডায়েবেটিছ) আদিৰ বিভিন্ন পৰীক্ষাৰ সুবিধা।
ঘৰতে নমুনা সংগ্ৰহৰ সুবিধা উপলব্ধ।

বুক কৰিবলৈ এতিয়াই যোগাযোগ কৰক।
ফোন: 086385 45480

Need accurate and reliable blood tests?
We offer a wide range of diagnostic tests including kidney function, liver function, thyroid, sugar (diabetes), and many more.
Home sample collection available.

Contact now to book your test!
Phone: 8638545480

কিডনী ৰোগ বা কিডনীৰ কাৰ্যক্ষমতা নিৰ্ধাৰণৰ বাবে কিহত পৰীক্ষা কৰা হয়?মূত্র পৰীক্ষা (Urine Tests): • ইউৰিন এনালাইছিছ (Urina...
10/04/2025

কিডনী ৰোগ বা কিডনীৰ কাৰ্যক্ষমতা নিৰ্ধাৰণৰ বাবে কিহত পৰীক্ষা কৰা হয়?

মূত্র পৰীক্ষা (Urine Tests):

• ইউৰিন এনালাইছিছ (Urinalysis)
• ২৪-ঘণ্টীয়া মূত্র সংগ্ৰহ (Twenty-four hour urine test)

স্কেন (Scans):

• আল্ট্ৰাছাউণ্ড (Ultrasound)

টিছ্যু পৰীক্ষা (Tissue):

• বায়’পচি (Biopsy)

ৰক্ত পৰীক্ষা (Blood Tests):

• ক্ৰিয়েটিনিন আৰু ইউৰিয়া (Creatinine and Urea)
• বিউ-ইএন (BUN)
• জিএফআৰ (GFR - Glomerular Filtration Rate)
• ইজিএফআৰ (eGFR - Estimated GFR)
• ইলেকট্ৰ’লাইট স্তৰ (Electrolyte Levels)
• ৰক্তৰ পিএচ (Blood pH)
• ৰক্ত কণিকা (Blood Cell)

11/03/2025

📢 বকোৱাসীৰ বাবে সু-খবৰ! ✅

💉 THYROCARE Boko লৈ আহিছে আপোনাৰ ঘৰতে উন্নত ৰক্ত পৰীক্ষা সেৱা!
আজি পৰা আপোনাৰ সকলো ধৰণৰ ৰক্ত পৰীক্ষা ঘৰতে বহি সহজে কৰক! 🏠

আমাক কিয় বাচিব?

✅ উন্নত মানৰ পৰীক্ষা আৰু সঠিক ফলাফল!
✅ ঘৰতেই নমুনা সংগ্ৰহৰ সুবিধা! 🧑‍⚕️
✅ অত্যন্ত কম মূল্য আৰু Big Discount! 💰
✅ ১০০% নিৰ্ভৰযোগ্য আৰু প্ৰমাণিত ফলাফল! 📊
✅ তৎক্ষণাত ফলাফলৰ ব্যৱস্থা! ⏱️

আজিয়েই আপোনাৰ পৰীক্ষা বুক কৰক!

📞 Call/WhatsApp: 8638545480

👉 THYROCARE — নিশ্চিতে পৰীক্ষা, সঠিক ফলাফল!

07/03/2025
06/03/2025

📢 বকোবাসীৰ বাবে সুখবৰ! ✅

এতিয়া আপোনাৰ সকলো তেজ পৰীক্ষাৰ সমস্যা সমাধান হব নিমিষতে! 🏥 ভাৰতৰ আটাইতকৈ নিৰ্ভৰযোগ্য লেবৰেটৰী - THYROCARE এতিয়া আপোনাৰ অঞ্চলতে উপলব্ধ!

🔬 উন্নত মানৰ তেজ পৰীক্ষা ✅
🏠 ঘৰতে সহজতে নমুনা সংগ্ৰহ 🏡
💯 সঠিক আৰু বিশ্বাসযোগ্য ফলাফল 📊
💰 Big Discount উপলব্ধ! 🎉

এতিয়া চিকিৎসাৰ বাবে আৰু দুশ্চিন্তা নকৰিব! অতিশীঘ্ৰ যোগাযোগ কৰক👇

📞 Call/WhatsApp: 8638545480

🔹 THYROCARE – নিশ্চিন্তে পৰীক্ষা, সঠিক ফলাফল! 🔹

06/03/2025

👶 আপোনাৰ শিশুৰ স্বাস্থ্য সুৰক্ষিত কৰক Double Marker Testৰ সহায়ত! 🤰

Thyrocare Boko ত Double Marker Test উপলব্ধ, যি গৰ্ভাৱস্থাৰ ৮-১৩ সপ্তাহৰ ভিতৰত কৰা হয়। এই পৰীক্ষাই নিম্নলিখিত বিপদসমূহ মূল্যায়ন কৰে—
✅ Down Syndrome
✅ Edwards Syndrome
✅ Patau Syndrome
✅ Neural Tube Defects

💡 কিয় এই পৰীক্ষা কৰিব লাগে?
✔️ মাতৃ আৰু শিশুৰ বাবে কোনো বিপদ নাই
✔️ ৯৩% পৰ্যন্ত সঠিক ফলাফল
✔️ FMF-certified risk assessment

📌 মূল্য: ₹2370/-
📍 উপলব্ধ: Thyrocare Boko

📞 আপোনাৰ পৰীক্ষা আজি বুকিং কৰক! Call/WhatsApp: 8638545480

👶 Protect Your Baby’s Health with the Double Marker Test! 🤰Ensure the best fetal protection with Thyrocare’s Double Mark...
06/03/2025

👶 Protect Your Baby’s Health with the Double Marker Test! 🤰

Ensure the best fetal protection with Thyrocare’s Double Marker Test during 8-13 weeks of pregnancy. This test helps assess the risk of:
✅ Down Syndrome
✅ Edwards Syndrome
✅ Patau Syndrome
✅ Neural Tube Defects

💡 Why Choose This Test?
✔️ No risk to the mother or baby
✔️ Up to 93% detection rate
✔️ FMF-certified risk assessment

📌 Price: ₹2370/-
📍 Available at: Thyrocare Boko

📞 Book Your Test Today! Call/WhatsApp: 8638545480

🩺 Health Checkup Poll – Vote Now! ✅How often do you go for a health checkup? 🤔A) Every 6 months 🗓️😎 Once a year 🏥C) Only...
05/03/2025

🩺 Health Checkup Poll – Vote Now! ✅

How often do you go for a health checkup? 🤔

A) Every 6 months 🗓️
😎 Once a year 🏥
C) Only when I feel sick 🤒
D) Never 😬

Comment your answer below! 👇 Let’s see what most people do! 💬

Address

2no Jambari Boko Kamrup
Boko
781123

Website

Alerts

Be the first to know and let us send you an email when Thyrocare Boko - Trusted Lab Services posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share