ARPA Bongaigaon

ARPA Bongaigaon Association

01/07/2024
27/02/2024
Arpa zindabad…
25/02/2024

Arpa zindabad…

Vote for ARPA
31/01/2024

Vote for ARPA

24/09/2023

Exit Exam

Why you should vote for ARPA …🤔💬
19/04/2023

Why you should vote for ARPA …🤔💬

19/04/2023

আপোনাৰ সঠিক সিদ্ধান্ত ই কি কি কৰিব পাৰে ..১. ভুৱা ফাৰ্মাচী college বোৰক নাকি লগাব পাৰে। ২. ঘৰত বহি ডিপ্লমা কিনি অনা বোৰৰ নথি পত্ৰ পুনৰ নিৰীক্ষণ কৰাব পাৰে ৩. Pharmacist বৃত্তি টোৰ প্ৰতি মানুহৰ থকা অবহেলা আৰু অজ্ঞানতাক দূৰ কৰিব পাৰে ৪. Pharmacist সকলে renew কৰিবলৈ গুৱাহাটী লৈ যাওঁতে থাকিব ৰ এটা আশ্ৰয় ঘৰ ব্যৱস্থা কৰিব পাৰে ৫.বেমেজালিত লিপ্ত থকা কাউন্সিলৰ কৰ্মচাৰী বিচাৰি ওলিয়াই তৎকালীন ভাবে বহিষ্কাৰ কৰা ৬. PPR 2015 অতি সোনকালে বলবৎ কৰাৰ ব্যৱস্থা কৰা। সিদ্ধান্ত আপোনাৰ ক ভোট দি নিজৰ বৃত্তি টোৰ প্ৰগতিৰ অংশীদাৰ হব নে ? বনভোজ খাই কাউঞ্চিল ত বিহু মাৰিবলৈ এচামক ভোট দিব। আমি জিকিলেও হাৰিলেও আমি সদায় Pharmacist হৈ কাম কৰি যাম। কিন্তু নিৰ্বাচন ৰ সময়ত উলাই অহা এচাম পৰিভ্ৰমী পক্ষী ক আকৌ ৫ বছৰ পিছত দেখা পাব আপোনালোকৰ মাজত । যোৱা ৫ বছৰত তেওঁ লোকে কৰা কামৰ ক্ষতিয়ন সোধক চোন তেওঁলোকক ? তেওঁলোকৰ এনেও এটা সুৰক্ষিত জীৱন আছে, তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে এটা বাক্য কৰবাত কোৱা শুনিবলৈ পাইছিল নে ? ব্যক্তিগত খণ্ডত, চাহ বাগান আৰু ঠিকা ভিত্তি ত কাম কৰি থকা সকলৰ সমস্যা ক লৈ তেওঁলোকে আজিলৈকে এটা বাক্য কৈ পালে নে ? বাকী বাদ দিয়ক তেওঁলোকৰ Pharmacist day program টোত কেইজন ব্যক্তিগত খণ্ডত থকা Pharmacist ক নিমন্ত্ৰণ দিয়ে ? CEP ক্ষেত্ৰতো বৈষম্য কৰে তেওঁলোকে । মই তেওঁলোকৰ নেতা সকলক প্ৰত্যাহ্বান জনাও তেওঁলোকে নিজৰ দৰমহা টোৰ বাদে আৰু কি সমস্যাৰ হৈ আজিলৈকে মাত দিছে ? যিকোনো দুটা মাত দিয়া বিষয় কলেও মই ধন্য মানিম। তেওঁলোক সংগঠিত, আমি তেওঁ লোকৰ দৰে সংগঠিত নহয়, কিন্তু আজিৰ দিনত আমাৰ সংখ্যা বেছি, আমি তেওঁলোকে আমাক কৰি অহা প্ৰতাৰণা বোৰৰ উচ্চিত উত্তৰ দিয়াৰ সময় আৰু সুযোগ পাইছো, এই সুযোগ আমি হেৰুৱালে আকৌ এই সুযোগ আমি নাপাম। আহক নিজৰ লগতে আন দহ জনক আমি বুজাও যে আমাৰ ভোট টো আমি নিৰ্দলীয় আৰু চৰকাৰী চাকৰিয়ালক দি নষ্ট নকৰো।
বিশ্বজিৎ বৰদলৈ
Advisor,ARPA

Address

Bongaigaon
783380

Website

Alerts

Be the first to know and let us send you an email when ARPA Bongaigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to ARPA Bongaigaon:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram