Centre for Mental Health & Counselling,CMC,Bongaigaon

Centre for Mental Health & Counselling,CMC,Bongaigaon We provide services like: Child Counseling, Family Counseling, Career Counseling, Behavioral Therapy

25/06/2021
10th October: World Mental Health Day'Don't ignore your mental health'
10/10/2020

10th October: World Mental Health Day
'Don't ignore your mental health'

15/08/2020



Children may experience a range of psychological issues such as anxiety, fear or worry. For psychosocial support, please call NIMHANS toll free helpline #080-46110007.

11/08/2020

Scholarship Announcement!

We are delighted to announce the scholarships under Bharti Infratel Scholarship Program for 2020-21 that will be awarded to 120 deserving students with disabilities.

Bharti Infratel Scholarship Program is a CSR initiative of Bharti Infratel Ltd. launched in 2016 to promote inclusion in the education and professional mainstream.

Applications are now open for students from North East India to pursue higher education from Higher Secondary to Post Graduation levels.

The scholarship is also for students with disabilities from other states in India studying in recognised Institutes of National Importance, located in North East India.

For more information on eligibility, application process (online/offline) and other queries, visit bisp.shishusarothi.org, Helpline: +91 70862 68549

 #সেই যে দিনটোৰ ব্যস্ততাৰ অন্তত আমাক অলপ মি টাইম লাগে, দিনটো কাম, ভাত বনোৱা, বাহিৰৰ কাম বোৰ কৰা, অফিছ কৰা, ফোনটো হাতত লল...
01/08/2020

#সেই যে দিনটোৰ ব্যস্ততাৰ অন্তত আমাক অলপ মি টাইম লাগে, দিনটো কাম, ভাত বনোৱা, বাহিৰৰ কাম বোৰ কৰা, অফিছ কৰা, ফোনটো হাতত ললেই লৰা ছোৱালী কমপ্লেইন শুনা, বাহিৰৰ পৰা ঘৰলৈ আহি আকৌ ঘৰত অত্যাচাৰ কৰি লেতেৰা কৰা ৰূপটো দেখি খং উঠা অৱশেষত শুৱাৰ সময়তো ল'ৰা ছোৱালীৰ পেনপেননি । অসহ্য লাগি যায় হয়নে ?

#একেই কথা সিহঁতৰ দৃষ্টিকোনেৰে ::-----
দিনটো পঢ়া পঢ়া, ইয়াত নাযাবা, তাত নাযাবা, টিভি চালেই বাধা, মোবাইল দিনটো নিজে চাই থাকে মা পাপাই , কিন্তু আমি চালেই গালি পাৰে, পঢ় পঢ় কয় কিন্তু পঢ়া বোৰ একো বুজিয়েই নাপাও দেখোন, লক ডাউন বাবে কিবা অনলাইন ক্লাছ কৰে, আধা শুনো কেতিয়াবা আধা নুশুনো , খালি লিখিব দিয়ে আৰু হোমৱৰ্ক দিয়ে, মাক পাপাক কলেও নুবুজে, অৱশ্যে বিজিও থাকে তেওঁলোকে । কেতিয়াবা পঢ়িবই মন নাযায়, জোৰকৈ বহাই দিয়ে । পুৱাই উঠাই দিয়ে গালি পাৰি পাৰি । খং উঠে, কেতিয়াও নুবুজে । নিজে গোটেই ৰাতি নুশুৱে বোলে সেইকাৰনে সাৰ পাই ছাগে । মায়ে কয় ডক্টৰ হব লাগিব, ভালকে পঢ়া । মোৰ ভয় লাগে যদি মই ডক্টৰ নহও । নিজেই মোবাইল দিয়ে ক্লাছ কৰিব, আকৌ তাৰ মাজত যদি অকনমান বেলেগ কিবা চাব মন যায় তাকো নিদিয়ে, মোৰ বিৰাট চাব মন যায়ৰে মা । কেতিয়াবা আকৌ মা পাপা বিৰাট বিজি থাকিলে কিন্তু আমাক আকৌ যাচিও দিয়ে । তেতিয়া যে বিৰাট ভাল লাগে । বাহিৰত ওলাব বহুতেই মন যায় । কেতিয়াবা টো এনে মন যায় যে আমাৰ সম্মুখেৰে লোহা টিং কিনিব অহাকেইটাৰ লগতেই গুচি যাও নেকি, সিহঁতৰেই ভাল কোনেও একো নকয় ।
বহু দিন হল, মায়ে খংত থাকে, পাপাও। একো ভুল নকৰিলেও খং কৰে। সেইদিনাখন মা পাপা বাহিৰত থাকোতে মই অকলে খেলি আছিলো । ঘৰটো অলপ লেতেৰা হয়, মই ভয় খাইছিলো । হাতেৰে পানী খাওতে গ্লাছটো ভাঙে, মা পাপাই সেইদিনা মোক খং কৰিছিল । মোৰ বৰ দুখ লাগিছিল । মই চেষ্টা কৰিছিলো মা, মোৰ হাততেই নুঠে কাঁ‌চবোৰ । মই জানি বুজি ভঙা নাছিলো । ৰাতি যেতিয়া মই শু তোমাৰ লগত, তুমি যে ফেচবুকত কিবা লিখা, মই বুজি পাও মা। তোমাৰ বহুত দুখ আছে চাগে ন' মা । সকলোৱে তোমাক কিবা কিবি বুজাই । ডাঙৰ হলেই ভাল ছাগে ন মা, সকলোৱে বুজে তেতিয়া । আৰু মা মোক যে তুমি কিমান দিন সাৱটি ধৰা নাই, চুমাও খোৱা নাই, মোৰ ভৰি খন যে তোমাৰ গাৰ ওপৰত উঠালেহে টোপনি আহে মোৰ । তুমি আজিকালি বেয়া পোৱা । মোক কোৱা যে প্লিজ আৰু অশান্তি নিদিবি না বুলি, মই আচলতে ভাবো তুমিও ভাল পাবা । এদিন ৰাতি তোমাৰ মনত আছেনে মা মই যে বেয়া সপোন দেখি হঠাৎ সাৰ পাই উঠি ভয়তে তোমাক জোৰকে সাৱটি ধৰিছিলো, সেইদিনা তুমিও মোক সাৱটি ধৰিছিলা আৰু কৈছিলা একো নহয় মই আছো জান। মা তেনে সপিন যদি সদায় দেখিলো হয় ন' । কেতিয়াবা সাধু এটা কোৱানা কওঁ যে, আচলতে মা মোৰ কাৰনেও যে তুমি কিবা কম বুলি ভাৱা, সেইটো ভাৱিয়ে ভাল লাগে । তুমি নোৱাৰো কলেই মোৰ এনে লাগে যেন মই কষ্ট দি আছো তোমাক । ও মা, সৰুতে যে মৰম কৰিছিলা, ইমান ধুনীয়াকে মাতিছিলা, তেনেকে কেবল এবাৰ মাতা না, বহু দিন হ'ল তোমাৰ পৰা এনে মাত নুশুনা । তোমালোকক বহুত ভালপাও, মোকো ভালপাও বুলি কোৱানা মা ।

#মৰম

 #নিৰাপত্তা "হেৰা , মাইনাক তলত থৈ আহা , স্কুল বাছ আহিছেই ।" চকু মোহাৰি আলোকে মাইনাৰ পিঠিত বেগ টো সজায় মেলি দিয়া মাকক সুধ...
01/08/2020

#নিৰাপত্তা

"হেৰা , মাইনাক তলত থৈ আহা , স্কুল বাছ আহিছেই ।"
চকু মোহাৰি আলোকে মাইনাৰ পিঠিত বেগ টো সজায় মেলি দিয়া মাকক সুধিলে "কি হ'ল, আজি ৰাজু কণ্ডাক্টৰ নাই নেকি । সি দেখোন মাইনাক ওপৰলৈ নিব আহে ।"

"ওহ নাহে, সি ছুটী ললে, গ্ৰুপত মেছেজ কৰিছে। জলদি উঠা না, তাইৰ পলম হৈছে "

দিল্লীৰ আটাইতকৈ দামী স্কুলখনত স্নেহা পঢ়ে । ৫ বছৰীয়া অকনমানি স্নেহাৰ মুখত স্কুল যোৱাৰ হেঁ‌পাহ । তেওঁ চকু মোহাৰি মোহাৰিয়েই তাইৰ বেগটো এইবাৰ হাতত লৈ তললৈ বুলি আগবাঢ়িল । স্নেহাই মাকক বাই বাই কিছ দি আলোকৰ পিছে পিছে শহা পহুৰ দৰে জপিয়াই জপিয়াই আগবাঢ়িল । তেওঁ লিফটৰ চুইছত হাত দিয়াৰ লগে লগে স্নেহাই কলে "না না পাপা, চিৰিয়েদি যাও বলা,মই লিফটৰ খেলটো অকনো ভাল নাপাও ।" আলোকে হাঁ‌হি হাঁ‌হি তাইলৈ চাই কলে কি লিফটৰ খেল, জলদি পাম আমি, এই ৭ মহলাৰ পৰা ছিৰিয়েদি কেনেকে নামিবা নহলে, আহা আহা তোমাৰ বাছ গুছি যাব পলম হলে ।
তাই দেউতাকৰ ফালে চাই মুখখন কোঁ‌চাই লিফটত সোমাল ।
লিফটৰ দুৱাৰ বন্ধ হোৱাৰ পিছত
আলোকলৈ চাই কলে "পাপা খেলিবা ?"
"ওকে খেলিম, কোৱা কি গেম।"
তাইৰ হাঁ‌হি উঠি গ'ল, পাপাওযে ইমান ডাঙৰ হৈও ৰাজু আংকলে শিকোৱা গেম টো নাজানে ।
লাহে লাহে তাই নিজৰ স্কুল স্কাৰ্ট টো ডাঙি দিলে আৰু তাইৰ ফেভাৰিট পিংক কালাৰৰ পেন্টিটো নমাই দিলে ।
আলোকে তাতেই কঁ‌পি কঁ‌পি ঠিয় হৈ তাইলৈ চাই থাকিল ।

"হিন্দী ছুটি ছবি ৰিব'নৰ ছা পৰিছে ইয়াত"

31/07/2020

Over the years there has been a steady rise in consumption & trade of drugs in districts like Bongaigaon & Chirang.

27/07/2020

Attention Deficit Hyperactivity Disorder (ADHD) in Children

Conducive environment for Student Wellbeing
27/07/2020

Conducive environment for Student Wellbeing

26/07/2020
Give a platform to your child to express freely...
26/07/2020

Give a platform to your child to express freely...

We are there for you
25/07/2020

We are there for you

Address

Bongaigaon
783380

Telephone

+918876730216

Website

Alerts

Be the first to know and let us send you an email when Centre for Mental Health & Counselling,CMC,Bongaigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Centre for Mental Health & Counselling,CMC,Bongaigaon:

Share