
11/09/2025
Good News ✅️✅️✅️
অৱহেলা নকৰিব! সময়ত চিকিৎসা লোৱা অতি প্ৰয়োজন।
🔊 ডাঃ সৌৰভ কুমাৰ দাস — অভিজ্ঞ ইউৰোলজি বিশেষজ্ঞ (GNRC Hospital, গুৱাহাটী)
এতিয়াৰে পৰা প্ৰতি মাহত এবাৰকৈ বিলাসীপাৰাত উপলব্ধ।
🩺 যদি আপুনি ভুগি আছে নেকি …
✅ কিডনী পাথৰ (Kidney Stone)
✅ প্ৰস্ৰাৱত জ্বলা-পোৰা
✅ ঘনে ঘনে প্ৰস্ৰাৱ লাগা
✅ প্ৰস্ৰাৱৰ লগত তেজ
✅ মূত্ৰনলীৰ কেঞ্চাৰ
✅ পুৰুষ আৰু মহিলাৰ যৌন সমস্যা
✅ কিডনী ট্ৰান্সপ্লান্ট
✅ Diabetic Kidney Disease
✅ Resistant Hypertension আদিত।
📌 এই সমস্যাবোৰক সহজ বুলি নল’ব — দেৰী কৰিলে বিপদ বাঢ়িব!
ডাঃ সৌৰভ দাস আহি আছে — 12 আৰু 13 September শুকুৰবাৰে আৰু শনিবাৰে ।
⛑️ বিশেষকৈ কিডনী আৰু মূত্ৰ ৰোগৰ নিৰ্ভৰযোগ্য চিকিৎসাৰ বাবে।
ঠিকনাঃ Om Nama Shivaya Medical , বিলাসীপাৰা, পুৰণি বজাৰ, ধুবুৰী, অসম
📞 যোগাযোগ নম্বৰ: ৮৬৩৮০৮০২১৬
🛑 এতিয়াই সময় ,বুক কৰক — আপোনাৰ স্বাস্থ্য, আপোনাৰ হাততে।