Nadirmukh Navajagaran Sangha

Nadirmukh Navajagaran Sangha We established the Sangha in 1995 with the Motto to serve the society by development of various aspects like - Education, Agriculture, Health, etc....

অতিকৈ আনন্দৰ বিষয় -       আজি নদীৰমূখ নৱজাগৰণ সংঘৰ বাবে আৱন্টিত কাৰ্যালয় নিৰ্মাণৰ শুভ উদ্ধোধনী কৰা হয় । উপস্থিত থাকে ...
05/05/2023

অতিকৈ আনন্দৰ বিষয় -

আজি নদীৰমূখ নৱজাগৰণ সংঘৰ বাবে আৱন্টিত কাৰ্যালয় নিৰ্মাণৰ শুভ উদ্ধোধনী কৰা হয় । উপস্থিত থাকে সংঘৰ প্ৰাক্তন বিষয়- ববীয়া ও বৰ্তমানৰ সজীৱ কৰ্মকৰ্তা সকল তথা নদীৰমূখ গাৱৰ গণ্য - মান্য ব্যক্তি সকল ।
এই শুভক্ষনত মই আমাৰ অঞ্চলৰ জিলা পৰিষদৰ সদস্য আৰু বিধায়ক মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

সংঘৰ উন্নয়নৰ বাবে সকলোৰে সহায় সহযোগ ও আশীষ বিচাৰিলো।

HSLC পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা থাকিল।
03/03/2023

HSLC পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা থাকিল।

"The amazing river tour"Give us the spirit of being together, make us feel united. @
08/11/2021

"The amazing river tour"Give us the spirit of being together, make us feel united.
@

An Awarness Programme against CORONA(COVID19) Organized by Nadirmukh Nabajagaran Sangha. The meeting was chaired by Azim...
04/07/2021

An Awarness Programme against CORONA(COVID19) Organized by Nadirmukh Nabajagaran Sangha. The meeting was chaired by Azim Ahmed Ansari. The Nadirmukh Nabajagaran Sangha's secretary cm Community Health Officer(CHO) Mirza Mohd Gulam Hadi speaking about Corona Vaccine and other awareness of COVID-19. Anganwadi workers, Helpers, ASHA workers, teachers and other dignitaries were present at the meeting.

এতিয়া হয়তো মানুহক শব্দৰে বুজোৱাৰ প্ৰয়োজন নাই যে মানৱ সভ্যতাৰ বাবে প্ৰকৃতিৰ গুৰুত্ব ও ভূমিকা কি ?  "বিশ্ব পৰিৱেশ দিৱস ...
05/06/2021

এতিয়া হয়তো মানুহক শব্দৰে বুজোৱাৰ প্ৰয়োজন নাই যে মানৱ সভ্যতাৰ বাবে প্ৰকৃতিৰ গুৰুত্ব ও ভূমিকা কি ? "বিশ্ব পৰিৱেশ দিৱস " উপলক্ষে #নদীৰমূখনৱজাগৰণসংঘ ৰ সৌজন্যত #বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰকৃতি- সংৰক্ষণৰ প্ৰচেষ্টাৰ কিছু মুহুৰ্ত আগবঢ়ালোঁ ।

এই বেলি আমাৰ মূখ্য উপদেষ্টা স্বৰ্গীয় জামাল উদ্দিন আহমেদ ডাঙৰীয়া আৰু অনুপস্থিত থকা কেইজন মান সক্ৰিয় সদস্যৰ অভাৱ আমি বাৰুকৈয়ে অনুভৱ কৰিছো । তেখেতৰ বিদায়ী আত্মাই যাতে চিৰশান্তি লভে তাৰে কামনাৰে আজিৰ বৃক্ষৰোপণ কাৰ্যসূচী সমৰ্পন কৰিলোঁ ।

স্বৰ্গীয় জামাল উদ্দিন আহমেদডাঙৰীয়াৰ বিদেশী_ আত্মাৰ সদগতিৰ কামনাৰে আয়োজন কৰা শোক সভাৰ কিছু মুহুৰ্ত । সভাত তেখেতৰ বহুতো...
21/03/2021

স্বৰ্গীয় জামাল উদ্দিন আহমেদডাঙৰীয়াৰ বিদেশী_ আত্মাৰ সদগতিৰ কামনাৰে আয়োজন কৰা শোক সভাৰ কিছু মুহুৰ্ত । সভাত তেখেতৰ বহুতো অনুগামী উপস্থিত থাকে আৰু সমাজৰ প্ৰতি তেখেতৰ অৱদানক চিৰযুগমীয়া কৰাৰ সিদ্ধান্ত লোৱা হয় ।

An amusing tour to the mid course of The great  @ courtesy  ....
08/11/2020

An amusing tour to the mid course of The great @ courtesy ....

যোৱা ৫ জুলাই, দেওবাৰে নদীৰমুখ নৱজাগৰণ সংঘৰ সৌজন্যত অনুষ্ঠিত হৈ যোৱা উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব লাভ কৰা ছা...
08/07/2020

যোৱা ৫ জুলাই, দেওবাৰে নদীৰমুখ নৱজাগৰণ সংঘৰ সৌজন্যত অনুষ্ঠিত হৈ যোৱা উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব লাভ কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা কিছু মূহুৰ্ত ।

 #নদীৰমুখ  #নৱজাগৰণ  #সংঘৰ বিষয়-বৱীয়া ও সদস্য  সকলৰ  কালি হৈ যোৱা শপত গ্ৰহণ সভাৰ কিছু মূহুৰ্ত ।আমি যাতে সমাজৰ উন্নতিৰ ...
22/06/2020

#নদীৰমুখ #নৱজাগৰণ #সংঘৰ বিষয়-বৱীয়া ও সদস্য সকলৰ কালি হৈ যোৱা শপত গ্ৰহণ সভাৰ কিছু মূহুৰ্ত ।আমি যাতে সমাজৰ উন্নতিৰ হকে কাম কৰি যাৱ পাৰো তাৰে কামনাৰে আজিৰ পোষ্টটো ।

নদীৰমুখ গাৱৰ সেই সময়ৰ (1995-2002)   কিছু চেষ্টাপ্ৰাণ, উন্নয়ন মূলক  মনোভাৱৰ আৰু কৃতি যুৱক -যুৱতী সকলৰ প্ৰচেষ্টাত , সংঘৰ...
19/06/2020

নদীৰমুখ গাৱৰ সেই সময়ৰ (1995-2002) কিছু চেষ্টাপ্ৰাণ, উন্নয়ন মূলক মনোভাৱৰ আৰু কৃতি যুৱক -যুৱতী সকলৰ প্ৰচেষ্টাত , সংঘৰ সৌজন্যত হোৱা বৃক্ষৰোপণ , মেলেৰিয়া সজাগতা শিবিৰ, কৃতি ছাত্ৰক সম্বৰ্ধনা , বিনামূলীয়া পাঠদান , পৰিষ্কাৰ -পৰিচ্ছন্নতা অভিযান , বঁটা বিতৰণী অনুষ্ঠান আৰু শিক্ষামূলক ভ্ৰমণৰৰ কিছু মুহুৰ্ত ।

নৱজাগৰণ সংঘৰ সাধাৰন সভাৰ কিছু  মুহুৰ্ত।
16/06/2020

নৱজাগৰণ সংঘৰ সাধাৰন সভাৰ কিছু মুহুৰ্ত।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নদীৰমূখ নৱজাগৰণ সংঘৰ সৌজন্যত " বৃক্ষৰোপণ" আৰু "গছপুলি বিতৰণ" কাৰ্যসূচীৰ কিছু  মূহুৰ্ত ।       ...
05/06/2020

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নদীৰমূখ নৱজাগৰণ সংঘৰ সৌজন্যত " বৃক্ষৰোপণ" আৰু "গছপুলি বিতৰণ" কাৰ্যসূচীৰ কিছু মূহুৰ্ত ।

কাৰ্যসূচী সফল ভাৱে ৰূপায়ন কৰাত সহযোহগ কৰা সংঘৰ কৰ্ম কৰ্তা ও সদস্য সকল ক্ৰমে -

আজিম আহমেদ আনচাৰী ( সভাপতি)
মিৰ্জা ম: গোলাম হাদী (সম্পাদক)

আমিনুল হক, জিয়াৰুল হক,আশ্ৰাফুল ইছলাম, ইমদাদুল হক, হবিবুৰ ৰহমান, ইমৰান হুছেইন,

আবু বক্কৰ ছিবলি, জানিফ আলী, তুফাজ্জুল হক,ৱাছিম আক্ৰাম(দ:), ছামিউল হক , ৰাকিবুল

হক, মুছাৰফ হুছেইন , হুছেইন মামুদ, চেকেন্দাৰ আলী, ৰহমতুল্লাহ , হামিদুৰ ৰহমান।

সকলোলৈ ধন্যবাদ জ্ঞাপন কৰা হ'ল ।

We have initiated the organization once again with the determination to serve the society...  Navajagaran Sangha...     ...
23/05/2020

We have initiated the organization once again with the determination to serve the society... Navajagaran Sangha...

A moment of inauguration of the "Logo" of the Sangha by -
Mr Barkatullah
Mr Mainul Hoque
Azim Ahmed Ansari

Address

Kharupetia, Dalgaon
Darrang
784115

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+916351783382

Website

Alerts

Be the first to know and let us send you an email when Nadirmukh Navajagaran Sangha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Nadirmukh Navajagaran Sangha:

Share