Eusuf motivation page

Eusuf motivation page Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Eusuf motivation page, Genealogist, Darrang.

Permanently closed.
❤️❤️❤️
06/11/2021

❤️❤️❤️

30/09/2021

অপেক্ষা আৰু ধৈৰ্যৰ অত্যন্ত প্ৰয়োজন

24/08/2021

সমাজ বিজ্ঞান👇

১) প্ৰশ্ন : অসমৰ প্ৰথম ৰাজ্যপালৰ নাম কি আছিল?

উত্তৰ : ছাৰ চালেহ মহম্মদ আকবৰ হায়দৰী।

২) প্ৰশ্ন : অসমৰ প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিল?

উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা।

৩) প্ৰশ্ন : অসমৰ প্ৰাচীন নাম কি আছিল?

উত্তৰ : প্ৰাগজ্যোতিষপুৰ।

৪) প্ৰশ্ন : অসমৰ প্ৰধান ভাষা কি কি?

উত্তৰ : অসমীয়া, বাংলা, বড়ো, হিন্দী, ইংৰাজী।

৫) প্ৰশ্ন : অসমত তেল শোধনাগাৰ কেইটা আছে?

উত্তৰ : চাৰিটা। যথাক্ৰমে – ডিগবৈ, নুমলীগড়, গুৱাহাটী, বঙাইগাওঁ।

৬) প্ৰশ্ন : অসমৰ প্ৰথম কথাছবিৰ নাম কি?

উত্তৰ : জয়মতী।

৭) প্ৰশ্ন : অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকতৰ নাম কি?

উত্তৰ : টাইমচ্‌ অৱ অসম।

৮) প্ৰশ্ন : সাহিত্য একাডেমিৰ বঁটা পোৱা প্ৰথম অসমীয়া গ্ৰন্থ খনৰ নাম কি?

উত্তৰ : বনফুল।

৯) প্ৰশ্ন : অসমত প্ৰথম চিনেমা ষ্টুডিঅ’ ক’ত আৰু তাৰ নাম কি?

উত্তৰ : গুৱাহাটীৰ কাহিলীপাৰাত, নাম জ্যোতি চিত্ৰবন।

১০) প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : বসন্ত দাস।

১১) প্ৰশ্ন : অসমত প্ৰথম তৰাগৃহ (প্লেনেটৰিয়াম) ক’ত আছে?

উত্তৰ : গুৱাহাটী হাই ক’ৰ্টৰ ওচৰত।

১২) প্ৰশ্ন : অসমৰ উপন্যাস সম্ৰাট কোন?

উত্তৰ : ৰজনীকান্ত বৰদলৈ।

১৩) প্ৰশ্ন : অসমৰ কলাগুৰু কাক কোৱা হয়?

উত্তৰ : বিষ্ণুপ্ৰসাদ ৰাভা।

১৪) প্ৰশ্ন : অসমৰ বিপ্লৱী কবিজন কোন?

উত্তৰ : প্ৰসন্নলাল চৌধুৰী।

১৫) প্ৰশ্ন : দেশভক্ত কোন আছিল?

উত্তৰ : তৰুণৰাম ফুকন।

১৬) প্ৰশ্ন : অসমৰ গৌৰৱ কোন?

উত্তৰ : হেম বৰুৱা।

১৭) প্ৰশ্ন : অসমৰ অগ্নিকবি কোন?

উত্তৰ : কমলাকান্ত ভট্টাচাৰ্য।

১৮) প্ৰশ্ন : অসম কেশৰী কোন?

উত্তৰ : অম্বিকাগিৰি ৰায়চৌধুৰী।

১৯) প্ৰশ্ন : অসমৰ সংগীত সূৰ্য কোন আছিল?

উত্তৰ : ড° ভূপেন হাজৰিকা।

২০) প্ৰশ্ন : অসমৰ প্ৰাচ্য পণ্ডিত কোন আছিল?

উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ।

২১) প্ৰশ্ন : বৰ্তমান গুৱাহাটীৰ পুৰণি নাম কি আছিল?

উত্তৰ : প্ৰাগজ্যোতিষপুৰ।

২২) প্ৰশ্ন : শ্বাহৰুক খানৰ দিলছে হিন্দী ছবিখন অসমৰ কোনটো ৰেল ষ্টেচনত শ্বুটিং হৈছিল?

উত্তৰ : হাফলং।

২৩) প্ৰশ্ন : অসমীয়া বিহু নৃত্যুক প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল?

উত্তৰ : ৰাধা গোবিন্দ বৰুৱা।

২৪) প্ৰশ্ন : অসমত প্ৰথম কুইজ প্ৰতিযোগিতা ক’ত হৈছিল?

উত্তৰ : গুৱাহাটীৰ কটন কলেজত (১৯৬৫ চনত)।

২৫) প্ৰশ্ন : গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি?

উত্তৰ : কেলভিন।

২৬) প্ৰশ্ন : প্ৰাপ্তবসস্কৰ বাবে অসমীয়া প্ৰথম চিনেমা খনৰ নাম কি?

উত্তৰ : মৰীচিকা।

২৭) প্ৰশ্ন : অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল?

উত্তৰ : আনন্দৰাম বৰুৱা।

২৮) প্ৰশ্ন : অসমীয়া প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰ : বিষ্ণুৰাম মেধি।

২৯) প্ৰশ্ন : অসমৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন আছিল?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

৩০) প্ৰশ্ন : অসমৰ প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন আছিল?

উত্তৰ : সুৰেন্দ্ৰনাথ বুঢ়াগোহাঞি।

৩১) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা গ্ৰেজুৱেট কোন আছিল?

উত্তৰ : সুধালতা দাস।

৩২) প্ৰশ্ন : অসমৰ পৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন হৈছিল?

উত্তৰ : ফকৰুদ্দিন আলী আহমেদ।

৩৩) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা আই এ এছ কোন?

উত্তৰ : পাৰুল দাস।

৩৪) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য কোন আছিল?

উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ।

৩৫) প্ৰশ্ন : অসমৰ সহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল?

উত্তৰ : নলিনীবালা দেৱী।

৩৬) প্ৰশ্ন : অসমৰ কোন জন ব্যক্তিয়ে প্ৰথম লণ্ডন বিশ্ববিদ্যালয়ত ডি লিৰ্ট উপাধি লাভ কৰে?

উত্তৰ : ড° সূৰ্যকুমাৰ ভূঞা।

৩৭) প্ৰশ্ন : অসমত সংস্কৃত মহাবিদ্যালয় ক’ত ক’ত আছে?

উত্তৰ : গুৱাহাটী আৰু নলবাৰী।

৩৮) প্ৰশ্ন : অসমত আৰবি ভাষাৰ মহাবিদ্যালয় ক’ত আছে?

উত্তৰ : ৰঙিয়াত।

৩৯) প্ৰশ্ন : অসমত বিশ্ব স্বাস্থ্যকেন্দ্ৰ ক’ত আছে?

উত্তৰ : চাবুৱাত।

৪০) প্ৰশ্ন : অসমত মানসিক ৰোগৰ চিকিৎসালয় ক’ত আছে?

উত্তৰ : তেজপুৰত।

৪১) প্ৰশ্ন : অসমত সৈনিক স্কুল ক’ত আছে?

উত্তৰ : গোৱালপাৰাত।

৪২) প্ৰশ্ন : অসমত অন্ধৰ বাবে বিদ্যালয় ক’ত ক’ত আছে?

উত্তৰ : গুৱাহাটী, নগাওঁ, ডিব্ৰুগড়।

৪৩) প্ৰশ্ন : অসমত কলা-বোৱাৰ বাবে বিদ্যালয় ক’ত আছে?

উত্তৰ : গুৱাহাটী কাহিলীপাৰাত।

৪৪) প্ৰশ্ন : অসমত ফৰেষ্ট বিদ্যালয় ক’ত আছে?

উত্তৰ : গুৱাহাটী জালুকবাৰীত।

৪৫) প্ৰশ্ন : অসমত প্ৰাকৃতিক গেছ প্ৰকল্প ক’ত আছে?

উত্তৰ : নামৰুপ আৰু বঙাইগাওঁ।

৪৬) প্ৰশ্ন : অসমত ৰাসায়নিক সাৰ কাৰখানা ক’ত আছে?

উত্তৰ : নামৰুপত।

৪৭) প্ৰশ্ন : অসমত চিমেণ্ট কাৰখানা ক’ত আছে?

উত্তৰ : বোকাজানত।

৪৮) প্ৰশ্ন : ২০১১ চনৰ লোক পিয়ল মতে অসমৰ জনসংখ্যা কিমান?

উত্তৰ : ৩,১২,০৫,৫৭৬ জন।

৪৯) প্ৰশ্ন : অসমত কাগজৰ কল ক’ত আছে?

উত্তৰ : জাগীৰোড, পাঁচগ্ৰাম।

৫০) প্ৰশ্ন : অসমত মৰাপাটৰ কল ক’ত আছে?

উত্তৰ : শিলঘাটত।

৫১) প্ৰশ্ন : অসমীয়াত প্ৰথম ৰঙীণ কথাছবি খনৰ নাম কি?

উত্তৰ : ভাইটি।

৫২) প্ৰশ্ন : বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবি খনৰ নাম কি?

উত্তৰ : পূবেৰুণ।

৫৩) প্ৰশ্ন : চামেলি মেমচাব কথাছবিৰ ৰাষ্ট্ৰীয় বঁটা কেতিয়া পাইছিল?

উত্তৰ : ১৯৭৫ চনত।

৫৪) প্ৰশ্ন : অসমত প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী জনৰ নাম কি?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

৫৫) প্ৰশ্ন : অসমৰ কাজিৰঙা নেশ্যনেল উদ্যান কি কাৰণে বিখ্যাত?

উত্তৰ : এশিঙীয়া গঁড়ৰ বাবে।

৫৬) প্ৰশ্ন : অসমীয়া জাতিৰ প্ৰাণ পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ : ১৪৪৯ চনত।

৫৭) প্ৰশ্ন : শ্ৰীমন্ত শঙ্কৰদেৱৰ পত্নীৰ নাম কি?

উত্তৰ : সূৰ্যৱতী আৰু কালিন্দী।

৫৮) প্ৰশ্ন : শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰধান শিষ্যজন কোন আছিল?

উত্তৰ : শ্ৰীমন্ত মাধৱদেৱ।

৫৯) প্ৰশ্ন : অসমৰ শেষ ৰজা জনৰ নাম কি?

উত্তৰ : চন্দ্ৰকান্ত সিংহ।

৬০) প্ৰশ্ন : আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল?

উত্তৰ : ৰুদ্ৰসিংহ।

৬১) প্ৰশ্ন : শ্ৰীমন্ত শঙ্কৰদেৱৰ শিক্ষাগুৰু জনৰ নাম কি আছিল?

উত্তৰ : মহেন্দ্ৰ কন্দলী।

৬২) প্ৰশ্ন : ভাৰতৰ প্ৰধান বন্দৰসমূহ কি কি?

উত্তৰ : ১) কাণ্ডাল্ল (গুজৰাট)

২) মুম্বাই

৩) মুৰগাঁও

৪) মাঙ্গালোওৰ

৫) কোচিন

৬) টুটিকোৰিণ

৭) চেন্নাই

৮) বিশাখাপ্‌টনম

৯) কলকাতা

১০) নভসেৱা বা জৱাহৰলাল নেহৰু বন্দৰ।

Address

Darrang
784115

Website

Alerts

Be the first to know and let us send you an email when Eusuf motivation page posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Category

Nearby clinics