Prativa Yoga World

Prativa Yoga World “Prativa Yoga World (PYW)” is founded by Yoga Therapist/Fitness Expert Ms. Prativa Teron. She is basically from Guwahati, Assam.

01/05/2025
This is my Dream Book . Tital  - Yog darsan Biswa Cintadhara parivartsnar ati Marg . Language - Assamese . Cont. No 7576...
28/02/2024

This is my Dream Book .
Tital - Yog darsan
Biswa Cintadhara parivartsnar ati Marg .
Language - Assamese .
Cont. No 7576811676 .
🙏🙏🙏🙏🙏🙏
Interested people contact me directly . Thank you
Prativa Teron
Yoga Therapist .

আকাশবাণী , গুৱাহাটী কেন্দ্ৰৰ নিমন্ত্ৰনত  আজি মহিলাৰ অনুষ্ঠান "আইদেউৰ বুলনিৰ"ৰ বাবে " যোগৰ দ্বাৰা মহিলাৰ শাৰিৰীক-মানসিক ব...
06/02/2024

আকাশবাণী , গুৱাহাটী কেন্দ্ৰৰ নিমন্ত্ৰনত আজি মহিলাৰ অনুষ্ঠান "আইদেউৰ বুলনিৰ"ৰ বাবে " যোগৰ দ্বাৰা মহিলাৰ শাৰিৰীক-মানসিক বিকাশ " সম্পৰ্কীয় সাক্ষাৎকাৰ ৰেকৰ্ড কৰা হ'ল। উক্ত অনুষ্ঠান ১৪ ফেব্ৰুৱাৰীত অসমৰ ৰাইজে শুনিবলৈ পাব বুলি আশা ৰাখিলো । মোক নিমন্ত্ৰন দিয়াৰ বাবে পৰিণীতা বাইদেউ আৰু জোনালী বাউদেউ লৈ অশেষ ধন্যবাদ জনালো 🙏🙏🙏
Today an interview is taken at All India Redio ,Guwahati . sub:Yoga for woman

অ-উ-ম : ঔঁমঔঁম'ধ্বনিৰ সৃষ্টিত  তিনিতা  মূল শব্দ অন্তঃৰ্নিহিত হৈ আছে ।অ 'ব্ৰহ্মা'উ 'বিষ্ণু'ম 'মহেশ্বৰ...
01/02/2024

অ-উ-ম : ঔঁম
ঔঁম'ধ্বনিৰ সৃষ্টিত তিনিতা মূল শব্দ অন্তঃৰ্নিহিত হৈ আছে ।
অ 'ব্ৰহ্মা'
উ 'বিষ্ণু'
ম 'মহেশ্বৰ'
মূলত এই ত্ৰিশক্তিয়ে ব্ৰহ্মাণ্ডৰ চালিকা শক্তি । এওঁলোকেই ইশ্বৰ ভগৱান । আমি যদি ভগৱানৰ সংজ্ঞা বিচাৰ কৰো জানিব পাৰো যে জন্ম-মৃত্যুৰ কালচক্ৰৰ উৰ্ধত চিৰশ্বাশ্বত ,চিৰন্তন সেইজনেই ভগৱান । মানৱৰ মাজত ভগৱান হোৱাৰ যোগ্যতা নাই কাৰণ মানৱজীৱন মৰণশীল , জন্মিলে মৰিব লাগিবই , মানুহ মাত্ৰেই দোষ-গুণৰ সমাহাৰ । কিন্তু আমি কিছুমান মানৱক ভগৱানৰ শাৰীলৈ আনো তেঁওলোকৰ কৰ্মৰাজীৰ গুণেৰে ।
জন্মত সকলোৱে নিজৰ পূৰ্বজন্মৰ সংস্কাৰ লৈ অহা বুলি এটি বিশ্বাস আছে । সেই বিশ্বাসৰ আধাৰ নোহোৱাও নহয় । কিন্তু লগত নতুন জন্মৰ প্ৰভাৱ , বৰ্তমান পিতৃ-মাতৃৰ তথা পৰিয়ালৰ ব্যৱহাৰ, পৰিবেশ এইসমূহ কাৰকে মানৱক ভগৱানৰ শাৰীলৈ উঠাই নিয়াত বাধা দিয়ে ।
ৰজা ৰামচন্দ্ৰ যি এজন জনহৈতিষী ৰজা আছিল । তেওঁৰ শাসনকালত জনসাধাৰণৰ জয়জয় ময়ময় অৱস্থা হোৱা বাবে মানুহৰ মনত তেঁও ভগৱান স্বৰূপ বুলি নামাকৰণ পাইছিল । কিন্তু সম্পূৰ্ণ ইশ্বৰ তেঁও নহয় । কাৰণ তেঁও দশৰথ ৰজাৰ ঔৰষত ৰাণী অহল্যাৰ গৰ্ভত থিতাপি লৈছিল আৰু জগতৰ কাম খিনি সম্পূৰ্ণ কৰি যেতিয়া মৃত্যুৰ ৰজা যমৰাজে আহি তেঁওক নিজৰ সৈতে নিব বিচাৰিলে তেঁও পানীত সোমায় জলসমাধি ল'লে । গতিকে তেঁও জীৱনচক্ৰত ঘূৰি জন্ম-মৃত্যু-জড়া-ব্যাধি ইত্যাদিতো ভুক্তভোগী। কিন্তু চাব লগা বিষয়টো হৈছে তেঁওৰ কৰ্ম ৰাজি।
আজি আপুনিও যদি সৎপথত থাকি, মানৱ আৰু প্ৰকৃতিৰ কল্যানৰ বাবে জীৱনৰ প্ৰতিটো পলক সুন্দৰ কৰি গঢ় দি লৈ যাব পাৰে অনাগত দিনত আপুনিও ভগৱানৰ শাৰীত নাম শোদিত কৰিবলৈ সক্ষম হ'ব । আজি আমি অৰণ্য মানৱ, প্ৰকৃতিৰ ৰক্ষক মাননীয় যাদৱ পায়েং'ক চিনি পাঁও । হয়তো বিশ্বৰ এনেকুৱা এখনো ঠাই নাই য'ত তেঁওৰ নাম নাযানে। অদূৰ ভৱিষ্যতে পায়েং ডাঙৰীয়াও " ইশ্বৰ" নামেৰে পূজিত হ'ব । গতিকে কৰ্মক নিজৰ ইষ্টদেৱৰ ৰূপ পূজি গ'লে দেশ তথা বিশ্বৰ কল্যান সাধন সম্ভৱ । 
লিখনিৰ ভূল-ক্ৰূতিত ক্ষমাপ্ৰাৰ্থী
শ্ৰী প্ৰতিভা টেৰণপী ।
গুৱাহাটী -২৫

My guru Swami Vivekanand ji ki 12 January 161 Birth anniversary . Wish you all happy National youth day .
12/01/2024

My guru Swami Vivekanand ji ki 12 January 161 Birth anniversary . Wish you all happy National youth day .

Thanks a lot Cotton University V.C. Dr. Ramesh ch. Deka Sir and all management Authority to give me this great opportuni...
13/10/2023

Thanks a lot Cotton University V.C. Dr. Ramesh ch. Deka Sir and all management Authority to give me this great opportunity . 🙏

সীমিত আসন বাবে সোনকালে যোগাযোগ কৰক। ধন্যবাদ ।
15/07/2023

সীমিত আসন বাবে সোনকালে যোগাযোগ কৰক। ধন্যবাদ ।

Yesterday we visited at Garbhanga Village, lokhora And Parijat Academy branch School there . This is a residential Schoo...
08/06/2023

Yesterday we visited at Garbhanga Village, lokhora And Parijat Academy branch School there . This is a residential School fully fees free . Last year when i visited this school, there were only 20 students but now it has increased 50 students . Students all belong from very poor janjati families . Headteacher Mr. Prakash Sharma is dedicated to his school . If someone wants to donate clothes , Charger light , food or any other school related goods ,please contact us . Our phone number is 7576811676. Thank you everyone . 🙏

03/06/2023

সন্মানীয় সতীৰ্থবৃন্দ,
অহা ৫ জুন ২৩' সোমবাৰ "বিশ্ব পৰিবেশ দিৱস"উপলক্ষে "প্ৰতিভা অন্বেষণ ছ'চাইটি,অসম"ৰ উদ্যোগত প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা , প্ৰাকৃতিক পৰিবেশ সংৰক্ষণ তথা ৰাইজৰ মনত প্ৰকৃতি প্ৰেম জাগৃত কৰাৰ অৰ্থে হঁহৰা গাঁও পঞ্চায়তৰ অন্ত:ৰ্গত কলংপাৰৰ পৰা বগীবাৰী নতুন মথাউৰি পথৰ দুকাষে (৫ কিলোমিটাৰলৈ) ফল-মূলৰ বৃক্ষৰোপন কৰিবলৈ আপোনালোকক সাদৰ আমন্ত্ৰন জনালো । সময় পুৱা ৭বজাত।
আশাকৰো সন্থাৰ এই ক্ষুদ্ৰ প্ৰয়াসৰ প্ৰতি সঁহাৰি জনাই আমাৰ কমিটিৰ বিষয়ববীয়া তথা সমূহ সদস্যবৃন্দ সিদিনা আমাৰ সৈতে সহযোগ কৰি নিজ হাতে এটি গছপুলি ভৱিষ্যত প্ৰজন্মক এটি সুস্থিৰ পৰিবেশ দিয়াৰ বাবে ৰোপন কৰে তাৰ বাবে আগ্ৰহৰে আহ্বান জনালো । ধন্যবাদ ।

চৈতন্য বৰ্মন ।
সভাপতি
প্ৰতিভা টেৰণ । সা.সম্পাদিকা ।
প্ৰ.অ.ছ.(অসম)

Address

Delhi

Alerts

Be the first to know and let us send you an email when Prativa Yoga World posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Prativa Yoga World:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category