Aastha Medical Dergaon

Aastha Medical Dergaon Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Aastha Medical Dergaon, Pharmacy / Drugstore, Ward no 9, Dergaon Narikalguri, Dergaon.

15/06/2024

Get your medicine @ your door step.
Free home delivery
Upto 15% off
JUST Call or Whatsapp @ 7002256218

3 years ago, we thought of solving a problem which we were facing regarding all kind of medicine availablity, discounts ...
15/08/2023

3 years ago, we thought of solving a problem which we were facing regarding all kind of medicine availablity, discounts and home delivery.
We opened *Aastha Medical* 3 years back and Today we provide medicine of all kind with high discount also at the doors step.
Thank you all my loved and dear ones who have supported us in ever step.

Eid Mubarak
29/06/2023

Eid Mubarak

18/06/2023
What are the symptoms of heatstroke
06/06/2023

What are the symptoms of heatstroke

Flipkart health plus Saving days is still on.Order Medicine with new number and get 30% discount
31/05/2023

Flipkart health plus Saving days is still on.
Order Medicine with new number and get 30% discount

অসমীয়া নৱবৰ্ষৰ লগতে সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালো।  ৰঙালীৰ ৰঙেৰে যেন সকলোৰে মনত বসন্তৰ সুবাস ঢালি জী...
14/04/2023

অসমীয়া নৱবৰ্ষৰ লগতে সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালো। ৰঙালীৰ ৰঙেৰে যেন সকলোৰে মনত বসন্তৰ সুবাস ঢালি জীৱন ৰঙীন কৰে। তাৰেই কামনাৰে
Happy Bongali Bihu.❤️

08/04/2023

দেৰগাঁও টাউন উচ্চ বুনিয়াদী বিদ্যালয়ত উদযাপন কৰা ‌ শত‌‌বৰ্ষ (100yrs) অনুষ্ঠানৰ শোভাযাত্ৰা।

ইনচুলিন প্ৰতিৰোধ"ক (Insulin resistance) কিয় ইমান বিপদজনক গণ্য কৰা হয়ইনচুলিন হৈছে আমাৰ দেহৰ পাকস্থলীৰ সমীপবৰ্তী অগ্নাশয়ৰ ...
30/03/2023

ইনচুলিন প্ৰতিৰোধ"ক (Insulin resistance) কিয় ইমান বিপদজনক গণ্য কৰা হয়

ইনচুলিন হৈছে আমাৰ দেহৰ পাকস্থলীৰ সমীপবৰ্তী অগ্নাশয়ৰ বেটাকোষবোৰে নিঃসৃত কৰা এক অতি গুৰুত্বপূৰ্ণ হৰম'ন যিয়ে তেজত গ্লুকজৰ (ব্লাড চুগাৰ) মাত্ৰা নিয়ন্ত্ৰণ কৰে। ইনচুলিন অবিহনে আমি জীয়াই থকা অসম্ভৱ। ইনচুলিনৰ কাৰ্য্যপ্ৰণালী সহজ ভাষাত তলত উল্লেখ কৰা হ'ল।

১) যেতিয়া পাচনক্ৰিয়াৰ সহায়ত খাদ্যবস্তু গ্লুকজলৈ (ব্লাড চুগাৰ)পৰিবৰ্তন হয় তেজত অৱস্থিত গ্লুকজে অগ্নাশয়ক (pancreas) ইনচুলিন নিঃসৃত কৰিবলৈ সংকেত প্ৰদান কৰে।
৩) ইনচুলিনে গ্লুকজক দেহৰ কোষবোৰত প্ৰৱেশ কৰাৰ সুবিধা কৰি দিয়ে যত ই শক্তি উৎপাদনৰ বাবে ব্যৱহৃত হয়।
৪) গ্লুকজ দেহৰ কোষত প্ৰৱেশৰ পিচত প্ৰবাহমান ৰক্তত তাৰ স্তৰ হ্ৰাস হয় যিটো প্ৰতিহত কৰিবলৈ অগ্নাশয়ৰ আলফা কোষবোৰ সক্ৰিয় হৈ উঠে। এই আলফা কোষবোৰৰ পৰা নিঃসৃত গ্লুকাগণ (glucagon) হৰম'নে যকৃতত সঞ্চিত হৈ থকা গ্লাইকজেনক (glycogen) গ্লুকজলৈ পৰিবৰ্তন কৰিবকৈ সহায় কৰে যাতে দেহত গ্লুকজৰ পৰিমাণ নিৰ্দিষ্ট স্তৰত সীমাবদ্ধ ৰাখে। গ্লুকজৰ স্তৰ বিপদজনক ভাৱে কমি গ'লে তাক হাইপগ্লাইচিমিয়া (hypoglycaemia) বোলা হয় যিটো এক অতি বিপদজনক অৱস্থা। অৱশ্যে হাইপগ্লাইচিমিয়া অন্য কাৰণ কিছুমানৰ বাবেও দেখা দিব পাৰে।

এনেদৰে দেহৰ ৰক্তপ্ৰৱাহত গ্লুকজ বা ৰক্তশৰ্কৰাৰ পৰিমাণ সুন্দৰকৈ নিয়ন্ত্ৰিত হৈ থাকে যদিও সময়ৰ লগে লগে বিভিন্ন কাৰণত দেহৰ কোষবোৰৰ ইনচুলিনৰ প্ৰতি সংবেদনশীলতা হ্ৰাস পাব পাৰে। ফলত ই ৰক্তশৰ্কৰাক (গ্লুকজ) নিয়ন্ত্ৰণ কৰিবলৈ অসমৰ্থ হৈ পৰে যাক "ইনচুলিন প্ৰতিৰোধ" (Insulin resistance) বোলা হয়। ইনচুলিন প্ৰতিৰোধ কিদৰে দেহত গঢ় লৈ উঠে তাক তলত উল্লেখ কৰা হ'ল।

১) অত্যাধিক বা সঘনাই উচ্চ শৰ্কৰা (carbohydrate) যুক্ত খাদ্য খোৱাৰ ফলত দেহৰ ৰক্তপ্ৰৱাহত একেটা সময়তে উচ্চ মাত্ৰাত গ্লুকজ বা ৰক্তশৰ্কৰা উপলব্ধ হয়। তদুপৰি পৰ্যাপ্ত ব্যায়াম বা পৰিশ্ৰমৰ অভাৱে এই প্ৰক্ৰিয়া ত্বৰান্বিত কৰে।

২) গ্লুকজ বাঢ়ি গলে তাক প্ৰতিৰোধ কৰিবলৈ অগ্নাশয়ে অধিক মাত্ৰাত ইনচুলিন নিঃসৰণ কৰা আৰম্ভ কৰে যাতে ই অধিক মাত্ৰাত দেহৰ কোষত প্ৰৱেশ কৰিব পাৰে। এনেদৰে তেজত গ্লুকজৰ মাত্ৰা স্বাভাৱিক স্তৰত ৰাখিবলৈ ইনচুলিনে নিৰৱচ্ছিন্ন প্ৰচেষ্টা অব্যাহত ৰাখে।

৩) কিন্ত এটা সময়ত দেহৰ কোষত গ্লুকজৰ মাত্ৰা বৃদ্ধি পালে ই ইনচুলিনক সঁ‌হাৰি দিয়া কমাই দিয়ে বা একেবাৰে বন্ধ কৰি দিয়ে। অৰ্থাৎ এই কোষবোৰৰ "ইনচুলিন প্ৰতিৰোধ" (Insulin resistance) গঢ় লৈ উঠা আৰম্ভ হয়।

৪) তাৰ পিছতো অগ্নাশয়ে নিজৰ চেষ্টা নেৰে। ই ইনচুলিন নিঃসৰণৰ মাত্ৰা বঢ়াই যায় যাতে দেহৰ কোষবোৰে ইনচুলিনক সঁ‌হাৰি দিবলৈ বাধ্য হয়।

৫) অগ্নাশয়ে অতি উচ্চ মাত্ৰাত ইনচুলিন নিঃসৰণ কৰাৰ পিছতো গ্লুকজ (ব্লাড চুগাৰ) নিয়ন্ত্ৰণ কৰিবলৈ অসমৰ্থ হয় তেতিয়া তেজত গ্লুকজৰ মাত্ৰা অস্বাভাৱিক ভাৱে বাঢ়ি যায় (hyperinsulinemia)।

ৰক্তপ্ৰৱাহত গ্লুকজৰ মাত্ৰা স্বাভাৱিক স্তৰতকৈ বাঢ়ি যোৱা শৰীৰৰ বাবে অতি হানিকাৰক। তাৰ লগে লগে যকৃত আৰু মাংসপেশীয়ে গ্লুকজ ধৰি ৰাখিব বা খৰচ কৰিবলৈ অসমৰ্থ হয় যাৰ বাবে যকৃতে গ্লুকজক দেহৰ বিভিন্ন অঞ্চললৈ সঞ্চাৰিত কৰে। দেহৰ এই অঞ্চল সমূহত ই মেদ (fats) হিচাপে জমা হয়। ফলত শৰীৰৰ ওজন অস্বাভাৱিক ভাৱে বৃদ্ধি হবলৈ আৰম্ভ হয় আৰু ব্যক্তিজন ক্ৰমান্বয়ে মেদবহুলতাৰ চিকাৰ হৈ পৰে। তাতোকৈ গম্ভীৰ কথা যে ই ব্যক্তিজনক টাইপ-২ ডাইবেটিছ অথবা ডাইবেটিছৰ প্ৰাৰম্ভিক অৱস্থালৈ (prediabetic) ঠেলি দিয়ে। এই অৱস্থাত ব্যক্তিজন উচ্চৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰ'ক,মেটাবলিক চিনন্দ্ৰম, ফেটি লিভাৰ, মহিলা সকলৰ পলি চিষ্টিক অভেৰিয়ান ৰোগ, থাইৰইড গ্ৰন্থীৰ দুৰ্বলতা, স্নায়ুদৌৰ্বল্য, স্মৃতিভ্ৰংশ আদি বহুতো জটিল ৰোগত ভোগাৰ সম্ভাৱনা বহু গুণে বাঢ়ি যায়।

"ইনচুলিন প্ৰতিৰোধ"ক এক অদৃশ্য শক্তিৰ লগত তুলনা কৰিব পাৰি যিয়ে ডাইবেটিছ, উচ্চৰক্তচাপকে ধৰি বিপাকীয় প্ৰক্ৰিয়া (metabolism) খেলিমেলিৰ ফলত উদ্ভৱ বিভিন্ন ৰোগ সৃষ্টিত মূল ভূমিকা লয়। এই ৰোগ সমূহক আধুনিক সমাজ জীৱনত জীৱন শৈলীগত ৰোগ (life style disease) বুলিও অভিহত কৰা হয়। সুখৰ কথা কিছু সাৱধানতা অৱলম্বন কৰিলে বহুসময়ত "ইনচুলিন প্ৰতিৰোধ"ৰ পৰা হাত সাৰি থকা সম্ভৱ। পৰৱৰ্তী পৰ্যায়ত এই বিষয়ে আলোকপাত কৰা হব।

Call 7002256218 for 30% discount on first order.
12/03/2023

Call 7002256218 for 30% discount on first order.

A very happy and prosperous Maha Shivaratri to everyone..
18/02/2023

A very happy and prosperous Maha Shivaratri to everyone..

Address

Ward No 9, Dergaon Narikalguri
Dergaon
785614

Telephone

+917002256218

Website

Alerts

Be the first to know and let us send you an email when Aastha Medical Dergaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share