Krripa Welfare Foundation

Krripa Welfare Foundation it's a organization, which serves the needy people, when they r in need with all kind of possible works

This Foundation is a Non-Governmental entity that is established as a non profit corporation or a charitable trust,with a principal purpose of making grants to unrelated organizations,Institutions or individual for Scintific,Educational,Cultural,Religious or other charitable purposes.

ধন্যবাদ জ্ঞাপন কৰিছোঁ   Som ডাঙৰীয়ালৈ,,, #ৰক্ত দান  #জীৱন দান🙏🙏
16/07/2024

ধন্যবাদ জ্ঞাপন কৰিছোঁ Som ডাঙৰীয়ালৈ,,,
#ৰক্ত দান #জীৱন দান🙏🙏

ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏  #কল্পজ্যতি নাথ ডাঙৰীয়া লৈ
16/05/2023

ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏 #কল্পজ্যতি নাথ ডাঙৰীয়া লৈ

16/05/2023

ধন্যবাদ #অসম আদিত্য 🙏

জীৱনৰ অলেখ ধুমুহাৰ মাজতো সন্তানৰ সুৰক্ষাৰ বাবে স্থিতপ্ৰজ্ঞ হৈ থকা প্ৰতিগৰাকী মাতৃৰ সুৰক্ষা অাৰু সু স্বাস্থ্যৰ কামনা কৰি ...
14/05/2023

জীৱনৰ অলেখ ধুমুহাৰ মাজতো সন্তানৰ সুৰক্ষাৰ বাবে স্থিতপ্ৰজ্ঞ হৈ থকা প্ৰতিগৰাকী মাতৃৰ সুৰক্ষা অাৰু সু স্বাস্থ্যৰ কামনা কৰি প্ৰতিগৰাকী মাতৃলৈ "মাতৃ দিৱস"ৰ আন্তৰিক অভিনন্দন জনালো 🙏🙏
আজি ইং ১৪/০৫/২০২৩ তাৰিখ ৰবিবাৰ " বিশ্ব মাতৃ দিৱস "ৰ পবিত্র ক্ষণত কৃপা ওৱেলফেয়াৰ ফাউন্ডেশন ঢেকিয়াজুলী ৰ মূখ্য কাৰ্য্যালয়ত মাতৃ দিৱসৰ লগত সংগতি ৰাখি স্থানীয় কেইগৰাকীমান সন্মানীয় মহিলা ক্ৰমে শ্ৰী #চন্দা সেঠিয়া, #লিপিকা দাস, #ৰঞ্জিতা জয়স্বাল #সবিতা পদ্দৰ #কবিতা চক্ৰৱৰ্তী, লৈ মাতৃ দিৱসৰ অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ আশীর্বাদ কামনাৰ উদ্দেশ্যৰে তেওঁলোকক একোখনকৈ ফুলাম গামোচাৰে সম্বাৰ্ধনা জনোৱাৰ লগতে একোখনি সম্বাৰ্ধনা পত্রৰেও সন্মানিত কৰা হয়। আৰু, লগতে সদ্য ঘোষিত অসম চৰকাৰৰ অধীনত নিয়োগ প্ৰক্ৰিয়া ত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা স্থানীয় কেইগৰাকীমান যুৱক ক্ৰমে শ্রী #ৰনি সাহা, #ৰশন চেত্ৰী #নন্দ দাস #দীপাংকৰ দাস, # সুমন পাল.ক.আমাৰ প্ৰতিষ্ঠানটিৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচা আৰু একোখনি অভিনন্দন পত্রৰে শুভেচ্ছা জনোৱা হয়।

সমূহ ইছলাম ধৰ্মালম্বী লোকসকললৈ পবিত্ৰ ঈদ-উল -ফিটৰ উপলক্ষে শুভকামনা জ্ঞাপন কৰিলোঁ। এই পবিত্ৰ উৎসৱে সকলোৰে মনলৈ ভাতৃত্ববোধ...
22/04/2023

সমূহ ইছলাম ধৰ্মালম্বী লোকসকললৈ পবিত্ৰ ঈদ-উল -ফিটৰ উপলক্ষে শুভকামনা জ্ঞাপন কৰিলোঁ। এই পবিত্ৰ উৎসৱে সকলোৰে মনলৈ ভাতৃত্ববোধ, একতা, শান্তি আৰু সুখ-সমৃদ্ধি কঢ়িয়াই আনক।

Address

Dhekiajuli

Telephone

+918486712482

Website

Alerts

Be the first to know and let us send you an email when Krripa Welfare Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Krripa Welfare Foundation:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram