CURE- A Homoeopathic Clinic

  • Home
  • CURE- A Homoeopathic Clinic

CURE- A Homoeopathic Clinic Now available at both Dhemaji and Moridhal.

13/04/2025

Cure A Homoeopathic Clinic will be closed on 14/15/16 April on the occasion of Bihu.
কিউৰ হোমিওপেথিক ক্লিনিক 14/15/16 এপ্ৰিল তাৰিখে ৰঙালী বিহুৰ উপলক্ষে বন্ধ থাকিব।

অধিক তথ্য়ৰ বাবে যোগাযোগ কৰক-কিউৰ হোমিওপেথিক ক্লিনিকNH 15, নগাখেলিয়াধেমাজি উদ্য়ানৰ সমীপতবাকিউৰ হোমিওপেথিক ক্লিনিকমৰিধল চা...
25/10/2023

অধিক তথ্য়ৰ বাবে যোগাযোগ কৰক-
কিউৰ হোমিওপেথিক ক্লিনিক
NH 15, নগাখেলিয়া
ধেমাজি উদ্য়ানৰ সমীপত
বা
কিউৰ হোমিওপেথিক ক্লিনিক
মৰিধল চাৰিআলি, মৰিধল
PH- 8638893379/8638781849

নাকৰ মাংস বহা বা পলিপবোৰ (Nasal Polyps) হৈছে আপোনাৰ নাকৰ পথ বা চাইনাছৰ আৱৰণত কোমল, বিষহীন বৃদ্ধি। পলিপবোৰ পানীৰ টোপাল বা আঙুৰৰ দৰে নাকৰ ভিতৰ ভাগত ওলমি থাকে। এইবোৰ হাপানি, পুনৰাই হৈ থকা সংক্ৰমণ, এলাৰ্জি বা কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ সৈতে সম্পৰ্কিত।
নাকৰ সৰু পলিপবোৰৰ সাধাৰণতে কোনো লক্ষণ নাথাকিব পাৰে। ডাঙৰ আকাৰৰ নাকৰ পলিপবোৰে আপোনাৰ নাকৰ পথ অৱৰুদ্ধ কৰিব পাৰে বা উশাহ-নিশাহৰ সমস্যা, গোন্ধ নোপোৱা আৰু সঘনাই সংক্ৰমণ হ'ব পাৰে।
নাকৰ পলিপে যিকোনো লোকক প্ৰভাৱিত কৰিব পাৰে, কিন্তু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত সেইবোৰ অধিক সচৰাচৰ হয়। ঔষধবোৰে প্ৰায়ে নাকৰ পলিপবোৰ সংকুচিত বা আঁতৰ কৰিব পাৰে, কিন্তু সেইবোৰ আঁতৰাবলৈ কেতিয়াবা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়। আনকি সফল চিকিৎসাৰ পাছতো, নাকৰ পলিপবোৰৰ পুনৰাবৃত্তি হব পাৰে।
লক্ষণবোৰ
নাকৰ পলিপবোৰ সাধাৰনতে Chronic Sinusitis (দীৰ্ঘম্যাদী চাইনাচাইটিছ) ৰ সৈতে জড়িত। অৱশ্যে, আপোনাৰ নাকৰ পলিপৰ অবিহনেও দীৰ্ঘম্যাদী চাইনাচাইটিছ হব পাৰে
নাকৰ পলিপৰ সৈতে Chronic Sinusitisৰ সচৰাচৰ দেখা পোৱালক্ষণবোৰ হৈছে-
১/ নাক ৰঙা পৰা।
২/ একেৰাহে নাক বন্ধ হৈ থকাৰ অনুভৱ।
৩/ পোষ্টনেজাল ড্ৰিপ(Postnasal drip)
৪/ গোন্ধৰ অনুভূতি হ্ৰাস পোৱা।
৫/ মূৰৰ বিষ।
৬/ কপাল আৰু মুখৰ ওপৰত চাপৰ অনুভূতি।
৭/ সঘনাই নাকৰ পৰা ৰক্তক্ষৰণ হয়
কৰিব বা নকৰিবলগীয়া -
১/ যদি আপোনাৰ কোনো এলাৰ্জি আছে, সেইবোৰৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব।
২/ যথেষ্ট পৰিমাণে পানী খাব।
৩/ বিয়েৰ, ৱাইন কৰ্ডিয়েল আদি পৰিহাৰ কৰিব।
৪/ গৰম ভাপ (Steam inhalation) উশাহত লৈ লক্ষণসমূহক কমাব পৰা যায়।
৫/ প্ৰাণায়াম আৰু ব্যায়ামে লক্ষণবোৰ হ্ৰাস কৰাত সহায় কৰিব পাৰে।
৬/ কেৱল চিকিৎসকে প্ৰদান কৰা ঔষধহে গ্ৰহণ কৰিব।
৭/ যিকোনো দীঘলীয়া সময়ৰ বাবে থকা বা তীব্ৰ লক্ষণৰ বাবে আপোনাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰক।
নাকৰ পলিপ বা মাংস বহাৰ বাবে হোমিওপেথিক চিকিৎসা পদ্ধতিত অতি সু চিকিৎসা আছে আৰু অস্ত্ৰোপ্ৰচাৰৰ অবিহনেই ইয়াৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।
অধিক তথ্য বা চিকিৎসাৰ বাবে যোগাযোগ কৰক-
কিউৰ হোমিওপেথিক ক্লিনিক
NH-১৫ নগাখেলিয়া ধেমাজি উদ্যানৰ সমীপত
ফোন - ৯৩৮৭৩০৩১৫৭
CURE A Homoeopathic Clinic
NH-15 Nagakhelia Near Dhemaji Park
Ph No- 9387303157

গেংলিয়ন চিষ্ট হৈছে গোটা বাঢ়ি অহা অংশ, যি প্ৰায়ে মণিবন্ধন, হাতৰ টেণ্ডন বা গাঁঠিৰ কাষত দেখা দিয়ে। কেতিয়াবা সেইবোৰ গোৰোহ...
18/10/2023

গেংলিয়ন চিষ্ট হৈছে গোটা বাঢ়ি অহা অংশ, যি প্ৰায়ে মণিবন্ধন, হাতৰ টেণ্ডন বা গাঁঠিৰ কাষত দেখা দিয়ে। কেতিয়াবা সেইবোৰ গোৰোহা আৰু ভৰিৰ ওপৰত দেখা দিব পাৰে। গেংলিয়ন চিষ্টবোৰ সাধাৰণতে ঘূৰণীয়া বা ডিম্বাকৃতিৰ হয় আৰু জেলিসদৃশ তৰলেৰে ভৰ্তি হৈ থাকে।
গেংলিয়ন চিষ্ট বোৰ মটৰৰ আকাৰৰ পৰা কিছু ডাঙৰ হ'ব পাৰে। সাধাৰণতে এইবোৰৰ আকাৰ সলনি নহয় যদিও কেতিয়াবা এইবোৰৰ আকাৰ সলনি হোৱা দেখা। গেংলিয়ন চিষ্টবোৰে যদি ওচৰৰ স্নায়ুৰ ওপৰত হেঁচা খাই তেতিয়া বিষ অনুভৱ হয় অন্যথা এই চিষ্ট সমূহৰ বিষ নাথাকে।
লক্ষণবোৰ
গেংলিয়ন চিষ্টৰ ক্ষেত্ৰত সচৰাচৰ দেখা পোৱা লক্ষণবোৰে হ' ল-
⚫অৱস্থান- গেংলিয়ন চিষ্ট প্ৰায়ে মণিবন্ধন, হাতৰ টেণ্ডন বা গাঁঠিৰ ওচৰত দেখা পোৱা যায়। এই চিষ্ট সমূহ দেখা পোৱা আন স্থানবোৰ হৈছে গোৰোহা আৰু ভৰি। কেতিয়াবা এই চিষ্টবোৰ আন গাঁঠিৰ ওচৰতো বৃদ্ধি হোৱা দেখা যায়।
⚫আকৃতি আৰু আকাৰ- গেংলিয়ন চিষ্টবোৰ ঘূৰণীয়া বা ডিম্বাকৃতিৰ হয়। এই চিষ্টৰ আকাৰ সৰু মটৰৰ পৰা যঠেষ্ট ডাঙৰ হব পাৰে। চিষ্টৰ আকাৰ সময়ৰ সৈতে সলনি হ'ব পাৰে। প্ৰায়ে গাঁঠিৰ চলাচলৰ সৈতে সময়ৰ সৈতে এই চিষ্টবোৰ ডাঙৰ হোৱা দেখা যায়।
⚫বিষ- গেংলিয়ন চিষ্ট সাধাৰণতে বিষহীন হয়। যদি চিষ্টে ওচৰৰ স্নায়ুৰ ওপৰত হেঁচা দিয়ে, ই বিষ, জিনজিননি, জঠৰতা বা পেশীৰ দুৰ্বলতা সৃষ্টি কৰিব পাৰে।
গেংলিয়ন চিষ্টৰ বাবে হোমিওপেথিক চিকিৎসা পদ্ধতিত অতি সু চিকিৎসা আছে আৰু অস্ত্ৰোপ্ৰচাৰৰ অবিহনেই ইয়াৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।
অধিক তথ্য বা চিকিৎসাৰ বাবে যোগাযোগ কৰক-
কিউৰ হোমিওপেথিক ক্লিনিক
NH-১৫ নগাখেলিয়া ধেমাজি উদ্যানৰ সমীপত
ফোন - 8638893379/8638781849
CURE A Homoeopathic Clinic
NH-15 Nagakhelia Near Dhemaji Park
Ph No- 8638893379/8638781849
অথবা
কিউৰ হোমিওপেথিক ক্লিনিক
NH-১৫, মৰিধল চাৰিআলি, মৰিধল
ফোন - 8638893379/8638781849
CURE A Homoeopathic Clinic
NH-15, Moridhal Chariali, Moridhal
Ph No- 8638893379/8638781849

This patient consult us for right sided kidney stone and the stone was successfully removed after 1 week of treatment at...
27/06/2023

This patient consult us for right sided kidney stone and the stone was successfully removed after 1 week of treatment at CURE- A Homoeopathic Clinic ... Now we have referred this patient for surgery for her umbilical hernia... We have done our part and referred the patient for the rest... This is the beauty of the homoeopathic treatment where you can find results within a week...

For consultation contact
CURE A HOMOEOPATHIC CLINIC
NH-15 NAGAKHELIA NEAR DHEMAJI PARK
OR
CURE A HOMOEOPATHIC CLINIC
MORIDHAL CHARIALI, MORIDHAL, DHEMAJI

PH- 8638893379/8638781849

আজিৰে পৰা সকলো ধৰনৰ ৰোগৰ হোমিওপেথিক চিকিৎসা আৰু ঔষধ উপলব্ধ হ'ল মৰিঢল স্থিত কিউৰ হোমিওপেথিক ক্লিনিকত। অধিক তথ্যৰ বাবে যোগ...
16/06/2023

আজিৰে পৰা সকলো ধৰনৰ ৰোগৰ হোমিওপেথিক চিকিৎসা আৰু ঔষধ উপলব্ধ হ'ল মৰিঢল স্থিত কিউৰ হোমিওপেথিক ক্লিনিকত। অধিক তথ্যৰ বাবে যোগাযোগ কৰক

কিউৰ হোমিওপেথিক ক্লিনিক
মৰিঢল চাৰিআলি, মৰিঢল, ধেমাজি
PH 8638893379/8638781849

এতিয়া ধেমাজিৰ লগতে মৰিঢলতো হোমিওপেথিক চিকিৎসাৰ বাবে উপলব্ধ হ'ল CURE- A Homoeopathic Clinic. ন-পুৰণি যিকোনো ৰোগৰ বিষয়ে অধ...
14/06/2023

এতিয়া ধেমাজিৰ লগতে মৰিঢলতো হোমিওপেথিক চিকিৎসাৰ বাবে উপলব্ধ হ'ল CURE- A Homoeopathic Clinic. ন-পুৰণি যিকোনো ৰোগৰ বিষয়ে অধিক জানিবলৈ বা চিকিৎসাৰ বাবে যোগাযোগ কৰক।

কিউৰ হোমিওপেথিক ক্লিনিক
মৰিঢল চাৰিআলি, মৰিঢল, ধেমাজি
PH 8638893379/8638781849

কিউৰ হোমিওপেথিক ক্লিনিক
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ
নগাখেলিয়া
ধেমাজি উদ্যানৰ সমীপত
PH 8638893379/8638781849

This patient with complaints of weakness, fever, anorexia with various abnormalities in Renal Function Test, CBC, Liver ...
01/06/2023

This patient with complaints of weakness, fever, anorexia with various abnormalities in Renal Function Test, CBC, Liver Function Test, consult us for treatment... And after 1 months of treatment at CURE - A Homoeopathic Clinic she is now completely fine... All symptoms are better now and all test reports are within normal range...

15/04/2023

"অতিকৈ চেনেহৰ মুগাৰে মহুৰা,
তাতোকৈ চেনেহৰ মাকো,
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি,
নাপাতি কেনেকৈ থাকো"

সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহু তথা অসমীয়া নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জনালো।

12/04/2023

Homoeopathy can help you in different conditions.. Chose homoeopathy for your health..

Wishing you all a Happy World Homeopathy Day...
10/04/2023

Wishing you all a Happy World Homeopathy Day...

This patient consult us for hypothyroidism with TSH=68.1 mIU/L. After recieving homoeopathic treatment for 1 and 1/2 mon...
22/02/2023

This patient consult us for hypothyroidism with TSH=68.1 mIU/L. After recieving homoeopathic treatment for 1 and 1/2 months at CURE- A Homoeopathic Clinic now her TSH is 16.5 mIU/l. She is completely on homoeopathic medicine without hormone tablets. Case is still under treatment. This is the beauty of Homoeopathy.

Wishes you all a Happy Mahashivratri...
18/02/2023

Wishes you all a Happy Mahashivratri...

Address

NH 15, Nagakhelia, Near Dhemaji Park

Opening Hours

Monday 09:00 - 13:00
14:00 - 20:00
Tuesday 09:00 - 13:00
14:00 - 20:00
Wednesday 09:00 - 13:00
14:00 - 20:00
Thursday 09:00 - 13:00
14:00 - 20:00
Friday 09:00 - 13:00
14:00 - 20:00
Saturday 09:00 - 13:00
14:00 - 20:00
Sunday 14:00 - 20:00

Telephone

+919387303157

Website

Alerts

Be the first to know and let us send you an email when CURE- A Homoeopathic Clinic posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your practice to be the top-listed Clinic?

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram